• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইতিহাস ৰচিবলৈ সাজু ৰব’টিক অস্ত্ৰোপচাৰ, এতিয়া অসমতো পাব এই সুবিধা, মুখ্যমন্ত্ৰীয়ে কৰিলে সদৰি

ইতিহাস ৰচিবলৈ সাজু ৰব’টিক অস্ত্ৰোপচাৰ, এতিয়া অসমতো পাব এই সুবিধা, মুখ্যমন্ত্ৰীয়ে কৰিলে সদৰি

1 year ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

34 minutes ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

49 minutes ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

58 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

1 hour ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

2 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

2 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

2 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

3 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

3 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

5 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

5 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ইতিহাস ৰচিবলৈ সাজু ৰব’টিক অস্ত্ৰোপচাৰ, এতিয়া অসমতো পাব এই সুবিধা, মুখ্যমন্ত্ৰীয়ে কৰিলে সদৰি

editor by editor
October 21, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ইতিহাস ৰচিবলৈ সাজু ৰব’টিক অস্ত্ৰোপচাৰ, এতিয়া অসমতো পাব এই সুবিধা, মুখ্যমন্ত্ৰীয়ে কৰিলে সদৰি
0
SHARES
51
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইতিহাস ৰচিবলৈ সাজু ৰব’টিক অস্ত্ৰোপচাৰ, এতিয়া অসমতো পাব এই সুবিধা, মুখ্যমন্ত্ৰীয়ে কৰিলে সদৰি

ইতিহাস ৰচিবলৈ গৈ আছে অসমৰ চিকিৎসা ব্যৱস্থাই। আসমত আৰম্ভ হ’ব ৰব’টিক অস্ত্ৰোপচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে সদৰি কৰিলে এই কথা । গুৱাহাটী মহানগৰীকে ধৰি ডিব্ৰুগড় আৰু শিলচৰত আৰম্ভ হ’ব এই ৰব’টিক অস্ত্ৰোপচাৰ ।

মুখ্যমন্ত্ৰী শৰ্মাই ফটো শ্বেয়াৰ কৰি এই সুখবৰ পাজ্যবাসীৰ সৈতে ভাগ-বতৰা কৰে। এই ৰব’টিক অস্ত্ৰোপচাৰ অসমতো আৰম্ভ হলে ভৱিষ্যতে বহু ক্ষেত্ৰতে সুবিধা হোৱাৰ আশাৰ বতৰাই দেখা দিছে।

অসমত এই ৰব’টিক অস্ত্ৰোপচাৰ এতিয়া আৰম্ভ হোৱাৰ খবৰ আহিলেও ভাৰতত এই ৰব’টিক অস্ত্ৰোপচাৰ বহু পূৰ্বেই আহিছে। ২০১০ চনত প্ৰথমবাৰৰ বাবে ৰব’টে সহায়ক হিচাপে কাম কৰা অস্ত্ৰোপচাৰ হৈছিল, তাৰ পাছত ২০১৭ চনত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ৰব’টিক অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।

https://www.facebook.com/share/hqGfNjPxDT8m882K/

আহমেদাবাদত কৰা হৈছিল বাৰতৰ প্ৰথমটো ৰব’টিক অস্ত্ৰোপচাৰ। কোৱা হয় যে, এই ৰব’টিক অস্ত্ৰোপচাৰটো ভাৰতৰ প্ৰথমটো লগতে বিশ্বৰ তৃতীয়টো ৰব’টিক অস্ত্ৰোপচাৰ আছিল। এগৰাকী ৩৭ বছৰীয়া ৰোগীৰ ক্ষেত্ৰত কৰা হৈছিল এই ৰব’টিক অস্ত্ৰোপচাৰ।

এতিয়া অসমতো এই ৰব’টিক অস্ত্ৰোপচাৰে আশা কঢ়িয়াই আনিছে। নিপুনতাৰে হোৱা এই ৰব’টিক অস্ত্ৰোপচাৰৰ জৰিয়তে এতিয়া বহু সুবিধা হব ৰোগীৰ। এই ৰব’টিক অস্ত্ৰোপচাৰৰ জৰিয়তে সংক্ৰমণ হোৱাৰ আশংকা কমি যাব। ৰক্ত ক্ষৰণ হ্ৰাস, চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময় হ্ৰাস, বিষ হ্ৰাস, দ্ৰুত আৰোগ্য, লগতে অস্ত্ৰোপচাৰৰ দাগ সামান্য হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamDibrugarahguwahatiRobotick Surgerrysilchar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
Next Post
২টাত কৈ অধিক সন্তান জন্ম দিলেহে পাব এই সুবিধা – কিয় এনেদৰে নতুন নিয়ম আনিলে চন্দ্ৰবাবু নাইডুৱে

২টাত কৈ অধিক সন্তান জন্ম দিলেহে পাব এই সুবিধা - কিয় এনেদৰে নতুন নিয়ম আনিলে চন্দ্ৰবাবু নাইডুৱে

শণিৰ শশ যোগৰ বাবে দীপাৱলীৰ সময়ত পকেট খালী হৈ পৰিব ৩ ৰাশিৰ লোকৰ

শণিৰ শশ যোগৰ বাবে দীপাৱলীৰ সময়ত পকেট খালী হৈ পৰিব ৩ ৰাশিৰ লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.