• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

3 weeks ago
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

34 minutes ago
তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

2 hours ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

9 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

10 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

10 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

11 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

11 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

12 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

13 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

14 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

14 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হোৱা প্ৰস্ৰাৱৰ অনুভৱে বিপদত পেলাব পাৰে আপোনাক!

editor by editor
August 1, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?
0
SHARES
684
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশা শান্তিৰে শুই থকাৰ পিছতো বহুলোকৰ বাৰে বাৰে প্ৰস্ৰাৱৰ অনুভৱ হয়। এবাৰ বা দুবাৰ হ’লে স্বাভাৱিক, কিন্তু প্ৰতি নিশা দুবাৰ বা তিনিবাৰ বা তাতকৈ অধিক বাথৰুমলৈ যাবলগীয়া হ’লে সাৱধান হওক! চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘নক্টুৰিয়া’ বুলি কোৱা হয়।

বিশ্ববিখ্যাত চিকিৎসা গৱেষণা সংস্থা নেচনেল ইনষ্টিটিউট অৱ হেল্থ (NIH)ৰ বিভিন্ন প্ৰতিবেদনত দেখা গৈছে যে আমাৰ শৰীৰত থকা ‘এন্টিডাইউৰেটিক হৰম’নে ৰাতি প্ৰস্ৰাৱৰ পৰিমাণ হ্ৰাস কৰে। কিন্তু বয়সৰ লগে লগে বা বিভিন্ন শাৰীৰিক কাৰণত যেতিয়া এই হৰম’ন কমি যায়, তেতিয়া ৰাতি প্ৰস্ৰাৱৰ পৰিমাণ বাঢ়ি যায়।

আমেৰিকান ইউৰ’লজিকেল এছ’চিয়েশ্যনৰ (AUA) গৱেষণাৰ মতে, নিশাৰ দুটা প্ৰধান কাৰণ হ’ল-

ডায়েবেটিছ: যেতিয়া তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায় তেতিয়া বৃক্কই অধিক পানী ব্যৱহাৰ কৰি অতিৰিক্ত চেনি বাহিৰ কৰি দিয়ে, যাৰ ফলত ৰাতি সঘনাই প্ৰস্ৰাব অনুভৱ হ’ব পাৰে।

প্ৰষ্টেট বৃদ্ধিঃ বয়সস্থ পুৰুষৰ ক্ষেত্ৰত প্ৰষ্টেট গ্ৰন্থি বৃদ্ধি হ’লে মূত্ৰনলীত চাপ পৰে, যাৰ ফলত মূত্ৰাশয় সম্পূৰ্ণৰূপে খালী হোৱাত বাধা দিয়ে।

আনহাতে, ‘স্লিপ ফাউণ্ডেশ্যন’ৰ তথ্যত কোৱা হৈছে যে যিসকলৰ নাক কঙাৰ সমস্যা বা ৰাতি টোপনিৰ বিসংগতি থাকে তেওঁলোকৰ শৰীৰত বিশেষ ৰাসায়নিক পদাৰ্থ উৎপন্ন হয়, যাৰ ফলত বৃক্কলৈ ৰাতি অধিক পানী নিৰ্গত কৰাৰ বাৰ্তা প্ৰেৰণ কৰে।

কেনেকৈ মুক্তি পাব?

সন্ধিয়াৰ পিছত চাহ-কফি খোৱাৰ অভ্যাস কমাব আৰু নিশা শোৱাৰ আগতে বেছি পানী খাব নালাগে। কিন্তু যদি সমস্যাটো দৈনিক ঘটি আছে তেন্তে আওকাণ নকৰিব। সাধাৰণ তেজৰ চেনিৰ পৰীক্ষা বা প্ৰস্ৰাৱ পৰীক্ষাৰ দ্বাৰা প্ৰমাণ আৰু কাৰণ ধৰা পেলাব পাৰি। সঠিক সময়ত চিকিৎসকৰ পৰামৰ্শ ল’লে এই সমস্যাৰ পৰা অতি সহজে পৰিত্ৰাণ পোৱা সম্ভৱ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Frequent urination at nighthealth careHealth news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!
ভাৰত

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

August 22, 2026
তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ
জীৱনশৈলী

তুলা, ধনুকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল খবৰ

August 22, 2026
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!
জীৱনশৈলী

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

August 21, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

August 21, 2026
Next Post
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.