২৪ জানুৱাৰী ২০২৫ শুকুৰবাৰে চন্দ্ৰই দিনজুৰি বৃশ্চিক ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ মাঘৰ কৃষ্ণা দশমী তিথি৷ কাইলৈ সন্ধিয়া ৭ বাজি ২৫ মিনিট পৰ্যন্ত দশমী তিথি থাকিব৷ তাৰপাছতেই মাঘৰ কৃষ্ণা একাদশী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ বৃদ্ধি যোগ আৰু ধ্ৰুৱ যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ দিনজুৰি থাকিব অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শুকুৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সাফল্য আহিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ