• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৯ এপ্ৰিলত গজকেশৰী ৰাজযোগ! জীৱন সলনি হ’ব ৩ ৰাশিৰ, প্ৰতিটো ক্ষেত্ৰতেই আহিব সফলতা

২৯ এপ্ৰিলত গজকেশৰী ৰাজযোগ! জীৱন সলনি হ’ব ৩ ৰাশিৰ, প্ৰতিটো ক্ষেত্ৰতেই আহিব সফলতা

1 year ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

27 minutes ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

2 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

2 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

3 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

3 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

5 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

5 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

6 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

6 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

6 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

7 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৯ এপ্ৰিলত গজকেশৰী ৰাজযোগ! জীৱন সলনি হ’ব ৩ ৰাশিৰ, প্ৰতিটো ক্ষেত্ৰতেই আহিব সফলতা

২৯ এপ্ৰিলত গজকেশৰী ৰাজযোগ! জীৱন সলনি হ’ব ৩ ৰাশিৰ, প্ৰতিটো ক্ষেত্ৰতেই আহিব সফলতা

editor by editor
April 13, 2025
in জীৱনশৈলী, বিবিধ
0
২৯ এপ্ৰিলত গজকেশৰী ৰাজযোগ! জীৱন সলনি হ’ব ৩ ৰাশিৰ, প্ৰতিটো ক্ষেত্ৰতেই আহিব সফলতা
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গজকেশৰী ৰাজযোগ জ্যোতিষশাস্ত্ৰত এক শুভ যোগ বুলি বিবেচিত হয়৷ যেতিয়া চন্দ্ৰ আৰু দেৱতাসকলৰ গুৰু বৃহস্পতিয়ে কোনো ৰাশিত সংযোগ স্থাপন কৰে তেতিয়াই গজকেশৰী ৰাজযোগ তৈয়াৰ হয়৷ ২৯ এপ্ৰিলত চন্দ্ৰই বৃষ ৰাশিত প্ৰৱেশ কৰিব৷ বৃষ ৰাশিত চন্দ্ৰৰ প্ৰৱেশৰ লগে লগেই তাত পূৰ্বৰে পৰা থকা দেৱগুৰু বৃহস্পতিৰ সৈতে সংযোগ স্থাপন কৰিব৷দেৱগুৰু বৃহস্পতি আৰু চন্দ্ৰৰ সংযোগত গজকেশৰী ৰাজযোগ তৈয়াৰ হ’ব৷ এই ৰাজযোগৰ কাৰণে কিছু মানুহৰ জীৱনলৈ সুখ আহিব৷ গজকেশৰী যোগে মনক শান্তি দিয়ে৷ চিন্তাশক্তি বৃদ্ধি কৰে আৰু মানুহৰ মাজত নেতৃত্বৰ গুণাবলী বিকাশ কৰে৷ এই যোগে ইতিবাচক শক্তিক সক্ৰিয় কৰে যিয়ে মানুহক তেওঁলোকৰ কামৰ ওপৰত মনোযোগ আৰু আত্মবিশ্বাসৰ সৈতে আগুৱাই যোৱাত সহায় কৰে৷ এই ধৰণৰ জাতকে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সাফল্য লাভ কৰে৷ জানি থওক ভাগ্যবান ৰাশিসমূহ কি কি?

বৃষ ৰাশি
এই যোগ কেৱল বৃষ ৰাশিতেই তৈয়াৰ হৈছে সেয়ে বৃষ ৰাশিৰ জাতকে যথেষ্ট সুবিধা পাব৷ আপোনাৰ ব্যক্তিত্ব আৰু চিন্তাভাৱনাত ইতিবাচক পৰিবৰ্তন আহিব৷ যদি আপুনি দীৰ্ঘদিন ধৰি কোনো বিষয়ত সিদ্ধান্ত ল’ব পৰা নাই তেন্তে এতিয়াই স্পষ্ট সিদ্ধান্ত ল’ব পাৰিব৷ ব্যক্তিগত আৰু পেছাগত জীৱনত সকলোবোৰ ঠিক হব৷ পৰিয়ালত ভালপোৱা আৰু সমৰ্থন বৃদ্ধি পাব৷ আপুনি যদি কোনো নতুন প্ৰকল্প বা কাম আৰম্ভ কৰিব খোজে তেন্তে এই সময় খুবেই ভাল সময়৷

কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ বাবে এই যোগে তেওঁলোকৰ সৃজনশীলতা, পঢ়াশুনা আৰু প্ৰেমময় জীৱনত বঢ়াই তুলিব৷ যিসকলে পৰীক্ষা, সাক্ষাৎকাৰ বা যিকোনো প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি লৈছে তেওঁলোকৰ বাবে এই সময় খুবেই অনুকূল৷ ইয়াৰোপৰি যিসকল সম্পৰ্কত আছে তেওঁলোকে ঘনিষ্ঠতা বঢ়োৱা আৰু সম্পৰ্কক আগুৱাই যোৱাৰ বাবে এই সময় ভাল৷ আপুনি যদি নতুন কিছু শিকিব খোজে, কোনো সৃজনশীল প্ৰকল্প আৰম্ভ কৰিব খোজে তেওঁলোকৰ বাবে এই সময় উপযুক্ত সময়৷

মকৰ ৰাশি
এই সমন্বয়ে মকৰ ৰাশিৰ জাতকৰ বাবে কেৰিয়াৰ, অৰ্থ, আৰু ভৱিষ্যৎ পৰিকল্পনাৰ দিশৰ পৰা দুৰ্দান্ত হ’ব৷ আপোনাৰ কামৰ মূল্য বৃদ্ধি পাব৷ নতুন কোনো দায়িত্ব ল’ব পাৰে৷ যিসকলে ব্যৱসায় বা বিনিয়োগত ডাঙৰ কিছু আৰম্ভ কৰিব খোজে তেওঁলোকে ভাল সুযোগ পাব৷ সন্তান সম্পৰ্কিত কিছু সুসংবাদ বা পাৰিবাৰিক সুখ বৃদ্ধিৰ ইংগিতো আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম
জীৱনশৈলী

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

September 16, 2026
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন
ভাৰত

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

September 16, 2026
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ
অপৰাধ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

September 16, 2026
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?
অসম

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

September 16, 2026
Next Post
কোকা কোলাৰ স্থান আজিও কিয় ল’ব নোৱাৰে অন্য পানীয়ই? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?

কোকা কোলাৰ স্থান আজিও কিয় ল’ব নোৱাৰে অন্য পানীয়ই? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?

সৌভাগ্য কুণ্ডত অঘটন! কামাখ্যাৰ সৌভাগ্য কুণ্ডত উদ্ধাৰ মৃতদেহ, সমগ্ৰ ঘটনা কি?

সৌভাগ্য কুণ্ডত অঘটন! কামাখ্যাৰ সৌভাগ্য কুণ্ডত উদ্ধাৰ মৃতদেহ, সমগ্ৰ ঘটনা কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.