জুবিনৰ মৃত্যুৰ খবৰ অহাৰ পাছৰে পৰাই কান্দোনত ভাঙি পৰিছে পত্নী গৰিমা গাৰ্গ৷
কাহিলীপাৰাৰ ঘৰৰ পৰা কিছু সময় পূৰ্বে ওলাই গৈছে গৰিমা শইকীয়া গাৰ্গ৷
কলৈ যাব গৰিমা সেই বিষয়ে বৰ্তমানো জানিব পৰা হোৱা নাই৷
বিভিন্ন স্থানত সমবেত হৈ আছে জুবিনৰ অনুৰাগী৷
গনেশগুৰিত থকা গৰিমাৰ মাতৃ অসুস্থ হৈ পৰিছে৷
গণেশগুৰিত থকা মাতৃৰ কাষলৈ আহিছে গৰিমা শইকীয়া গাৰ্গ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















