• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্যমকানু মহন্ত আৰু জুবিনৰ মেনেজাৰৰ বিৰুদ্ধে CID য়ে কৰিব তদন্ত, DGPক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

শ্যমকানু মহন্ত আৰু জুবিনৰ মেনেজাৰৰ বিৰুদ্ধে CID য়ে কৰিব তদন্ত, DGPক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

1 year ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

23 minutes ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

42 minutes ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

1 hour ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

2 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

2 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

2 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

3 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

4 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

5 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

6 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

7 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শ্যমকানু মহন্ত আৰু জুবিনৰ মেনেজাৰৰ বিৰুদ্ধে CID য়ে কৰিব তদন্ত, DGPক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

শ্যমকানু মহন্ত আৰু জুবিনৰ মেনেজাৰৰ বিৰুদ্ধে CID য়ে কৰিব তদন্ত, DGPক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

editor by editor
September 20, 2025
in অসম
0
শ্যমকানু মহন্ত আৰু জুবিনৰ মেনেজাৰৰ বিৰুদ্ধে CID য়ে কৰিব তদন্ত, DGPক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
0
SHARES
126
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্যমকানু মহন্ত আৰু জুবিনৰ মেনেজাৰৰ বিৰুদ্ধে CID য়ে কৰিব তদন্ত৷

তদন্তৰ বাবে DGPক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷

ইতিমধ্যে অসমৰ বিভিন্ন থানাত দুয়োজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ৷

ৰাজ্যজুৰি শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উঠিছিল৷

বেছিসংখ্যকেই দোষাৰোপ কৰি আছে শ্যামকাণু মহন্তক৷

য়টখনত থকা মুঠ ১৬ গৰাকী ব্যক্তিৰ ১৩ গৰাকী আছিল ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া৷

আটাইকেইগৰাকীৰ বিৰুদ্ধে তদন্ত চলিব৷

ছিংগাপুৰত ইতিমধ্যেই আৰম্ভ হৈছে তদন্ত৷

ছিংগাপুৰ আৰক্ষীয়ে চলাইছে তদন্ত৷

ইফালে অসমত ৰুজু হোৱা আটাইকেইটা গোচৰ একলগ কৰি মুখ্যমন্ত্ৰীয়ে এই গোচৰসমূহ CIDৰ হাতত অৰ্পণ কৰিছে৷

কিয় জুবিনক লৈ যোৱা হৈছিল, জুবিনৰ স্বাস্থ্যৰ দিশটোত নজৰ ৰখা হোৱা নাছিল নেকি সকলোবোৰ তথ্য বিচাৰিব CID য়ে৷

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখিছে, ‘আমাৰ মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক আৰু আকস্মিক মৃত্যুৰ সন্দৰ্ভত শ্ৰীশ্যামকানু মহন্ত আৰু শ্ৰীসিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল কৰা হৈছে। মই অসম আৰক্ষীৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধানক সমূহ এজাহাৰ চি আই ডিলৈ স্থানান্তৰ কৰিবলৈ আৰু পুংখানুপুংখ তদন্তৰ বাবে এটা সংহত গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?
অসম

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

September 21, 2026
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ
অসম

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

September 21, 2026
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ
অসম

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

September 20, 2026
Next Post
যোৰহাটত দুটা স্থান জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে বাছনি কৰা হৈছে বুলি জনাইছে যোৰহাটৰ বিধায়কে, যোৰহাটতেই হ’ব নেকি জুবিনৰ অন্তেষ্টিক্ৰিয়া?

যোৰহাটত দুটা স্থান জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে বাছনি কৰা হৈছে বুলি জনাইছে যোৰহাটৰ বিধায়কে, যোৰহাটতেই হ’ব নেকি জুবিনৰ অন্তেষ্টিক্ৰিয়া?

জুবিন গাৰ্গৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা চৰকাৰৰ

জুবিন গাৰ্গৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.