অসম লাইভ ২৪ঃ সংকটত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বিজেপিৰ সাংসদ গৌতম গম্ভীৰ। সাংসদগৰাকীৰ ফাউণ্ডেশ্যনৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। গৌতম গম্ভীৰ ফাউণ্ডেশ্যনে অকর্তৃত্বশীলভাৱে কোভিডৰ ঔষধ মজুত, ক্ৰয় আৰু বিতৰণৰ বাবে দোষী সাব্যস্ত হৈছে। দিল্লী চৰকাৰৰ ঔষধ নিয়ন্ত্ৰকে বৃহস্পতিবাৰে ন্যায়ালয়ক জনাই এই তথ্য। গোচৰ সম্বন্ধে ২৯ জুলাইত হ’ব পৰৱর্তী শুনানি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ