• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমকামী বাৰৰ প্ৰাইড পেৰেডত ২ লোকক গুলীয়াই হত্যা, ইছলামিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ!

সমকামী বাৰৰ প্ৰাইড পেৰেডত ২ লোকক গুলীয়াই হত্যা, ইছলামিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ!

4 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

5 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

6 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

7 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

7 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

9 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

10 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

11 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

11 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

12 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

12 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সমকামী বাৰৰ প্ৰাইড পেৰেডত ২ লোকক গুলীয়াই হত্যা, ইছলামিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ!

editor by editor
June 29, 2022
in অপৰাধ, বিশ্ব
0
সমকামী বাৰৰ প্ৰাইড পেৰেডত ২ লোকক গুলীয়াই হত্যা, ইছলামিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ!
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৱা শনিবাৰ অৰ্থাৎ ২৫ জুনত নৰৱেৰ এখন সমকামী বাৰত সংঘটিত এক গুলীচালনাত দুগৰাকী সমকামী লোক নিহত হোৱাৰ লগতে ২১ গৰাকী আহত হৈছিল৷ বাৰ্ষিক প্ৰাইড পেৰেডত অংশগ্ৰহণ কৰাৰ সময়তে ইছলামিক সন্ত্ৰাসবাদীৰ সৈতে জড়িত থকা এগৰাকী ইছলাম যুৱকে এই গুলীচালনা সংঘটিত কৰা বুলি প্ৰকাশ পাইছে৷

ৰয়টাৰ্ছৰ প্ৰতিবেদন অনুসৰি সন্দহযুক্ত ইছলামিক মৌলবাদীজন হৈছে ইৰাণত জন্ম গ্ৰহণ কৰা জানিয়া মাটাপুৰ আৰু তেওঁ এজন মানসিক ৰোগত আক্ৰান্ত লোক৷ অভিযুক্ত এই মাটাপুৰৰ ইছলামিক মৌলবাদী সংগঠনৰ সৈতে সম্পৰ্ক আছে বুলি নৰৱেৰ চৰকাৰী চোৰাংচোৱা সংস্থাসমূহে দাবী কৰিছে৷

 

লগতে পঢ়ক নূপুৰ শৰ্মাক সমৰ্থন কৰি পোষ্ট হিন্দু দৰ্জীৰ! দোকানতে শিৰশ্ছেদ কৰি হত্যা দুই মুছলান যুৱকৰ!

চোৰাংচোৱা সংস্থাসমূহে প্ৰকাশ কৰা অনুসৰি মাটাপুৰে ইয়াৰ পূৰ্বে হত্যাকাণ্ড সংঘটিত কৰা আৰু অনেক হত্যাকাণ্ডৰ সংঘটিত কৰিবলৈ চেষ্টা কৰাৰ  ইতিহাস আছে৷ ২০১৫ চনৰ পৰাই মাতাপুৰৰ ইছলামিক সন্ত্ৰাসবাদৰ সদস্যৰ সৈতে সম্পৰ্ক আছিল৷

এখন সংবাদমেলত পি এছ টিৰ মুৰব্বী ৰ’জাৰ বাৰ্গে কয় যে ‘‘২০১৫ চনৰ পৰা সংস্থাটোৱে তেওঁৰ উগ্ৰবাদ আৰু ইছলামিক উগ্ৰপন্থী নেটৱৰ্কৰ সদস্যপদৰ বিষয়ে উদ্বেগেৰে নিৰীক্ষণ কৰি আহিছে। যোৱা মাহত চোৰাংচোৱা সেৱাইও সন্দেহযুক্ত লোকজনক জেৰা কৰিছিল৷’’

 

লগতে পঢ়ক প্ৰথম বিভাগত HS উত্তীৰ্ণ ছাত্ৰীক স্কুটি আৰু মেট্ৰিক পৰীক্ষাৰ্থীক লেপটপ প্ৰদান কৰিব চৰকাৰে!

ইফালে অভিযুক্ত মাটাপুৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি আদালতত ক্ষীপ্ৰ গতিত বিচাৰ চলাই থকা হৈছে আৰু তেওঁৰ প্ৰাৰম্ভিক কাৰাদণ্ডৰ বিষয়ে জিলা আদালতে সিদ্ধান্ত ল’ব বুলিও কোৱা হৈছে৷ অৱশ্যে বিচাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে জানিয়া মাটাপুৰৰ মানসিক অৱস্থাও মূল্যায়ন কৰা হ’ব বুলি কোৱা হৈছে।

উল্লেখ্য যে যোৱা ২৫ জুনত প্ৰাইড মাহ উপলক্ষ্যে নৰৱেৰ এখন সমকামী বাৰত প্ৰাইড পেৰেডৰ আয়োজন কৰা হৈছিল আৰু সেই পেৰেডতে জানিয়া মাটাপুৰে গুলীচালনা কৰি দুগৰাকী লোকক হত্যা কৰাৰ লগতে ২১ গৰাকীক আহত কৰা বুলি নৰৱেৰ চৰকাৰী চোৰাংচোৱা সংস্থাসমূহে দাবী কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGay BarNorway Shooting SuspectOSLOPride parade
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?
বিবিধ

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?

January 12, 2026
৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?
চিনেমা

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

January 10, 2026
কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?
জীৱনশৈলী

কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?

January 6, 2026
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?
জীৱনশৈলী

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

January 3, 2026
Next Post
১৬ বছৰীয়া ছাত্ৰীৰে শিক্ষকৰ শাৰীৰিক সম্পৰ্ক, ইয়াৰ পিছত কি হ’ল অভিযুক্ত শিক্ষকৰ?

১৬ বছৰীয়া ছাত্ৰীৰে শিক্ষকৰ শাৰীৰিক সম্পৰ্ক, ইয়াৰ পিছত কি হ’ল অভিযুক্ত শিক্ষকৰ?

সাৱধান, কঠোৰ হ’ব চৰকাৰ! ১ জুলাইৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব এইসমূহ প্লাষ্টিক

সাৱধান, কঠোৰ হ’ব চৰকাৰ! ১ জুলাইৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব এইসমূহ প্লাষ্টিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.