• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমকামীৰ বাবে সুখবৰ! সমকামী দম্পতীয়ে এতিয়াৰে পৰা পাতিব পাৰিব বিয়া!

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

3 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

4 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সমকামীৰ বাবে সুখবৰ! সমকামী দম্পতীয়ে এতিয়াৰে পৰা পাতিব পাৰিব বিয়া!

editor by editor
August 23, 2022
in জীৱনশৈলী, বিশ্ব
0
সমকামীৰ বাবে সুখবৰ! সমকামী দম্পতীয়ে এতিয়াৰে পৰা পাতিব পাৰিব বিয়া!
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেওবাৰে ছিংগাপুৰে ঘোষণা কৰে যে বিবাহৰ সংজ্ঞা সুৰক্ষিত কৰা ঔপনিৱেশিক যুগৰ আইন বাতিল কৰি পুৰুষৰ মাজৰ অৰ্থাৎ সমকামীৰ যৌনতাক অপৰাধমুক্ত কৰিব। ছিংগাপুৰৰ বাৰ্ষিক ৰাষ্ট্ৰীয় দিৱসৰ সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী লি ছিয়েন লুঙে কয় যে তেওঁ বিশ্বাস কৰে যে দেশখনৰ বেছিভাগ মানুহেই গ্ৰহণ কৰা ‘কাম কৰাটো এতিয়া সঠিক সময়’।

লুঙে নিজৰ ভাষণত কয় যে ইয়াৰ ফলত আইনখন বৰ্তমানৰ সামাজিক আৰ্হিৰ সৈতে একে হ’ব আৰু মই আশা কৰিছো যে ই ছিংগাপুৰৰ সমকামীসকলক কিছু সকাহ দিব।

লগতে পঢ়ক এই দেশৰ যুৱতীসকলে সৌন্দৰ্য বৰ্ধনৰ বাবে কৰে এই আচৰিত কাম! কি এই কাম?

সমলিংগ বিবাহৰ অনুমতি দিয়াৰ ক্ষেত্ৰত যাতে কোনো সাংবিধানিক প্ৰত্যাহ্বান আহিব নোৱাৰে তাৰ বাবেও চৰকাৰে সংবিধান সংশোধন কৰিব বুলিও তেওঁ কয়।

৩৭৭এ অনুচ্ছেদ বাতিল হোৱাৰ পিছতো আমি বিবাহৰ অনুষ্ঠানটোক ৰক্ষা কৰি সুৰক্ষিত কৰিম বুলিও কয় লুঙে৷ ‘আমি সংবিধান সংশোধন কৰি ইয়াক সুৰক্ষিত কৰিব লাগিব। আৰু আমি সেই কাম কৰিম। ইয়াৰ দ্বাৰা আমি ৩৭৭এ ধাৰা নিয়ন্ত্ৰণ আৰু সাৱধানে বাতিল কৰাত সহায়ক হ’ব।’ প্ৰধানমন্ত্ৰী লুঙে কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGay CoupleGay Relationship Singapore
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
৮ পত্নীৰ বাবে ৭৫০০ বৰ্গফুটৰ ৰাজপ্ৰাসাদ নিৰ্মাণ! ৮ পত্নীক কেনেকৈ সময় দিয়ে স্বামীয়ে?

আকৌ খাকী পোছাকত ক’লা দাগ! নিশা পৰকীয়া প্ৰেম কৰিবলৈ গৈ ধৰা পৰিল SI

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন