• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Zomato ডেলিভাৰী বয়ক জোতাৰে প্ৰহাৰ মহিলাৰ, ভাইৰেল ভিডিঅ’, প্ৰহাৰ কৰিলে কিয়?

Zomato ডেলিভাৰী বয়ক জোতাৰে প্ৰহাৰ মহিলাৰ, ভাইৰেল ভিডিঅ’, প্ৰহাৰ কৰিলে কিয়?

4 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

3 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

3 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

4 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

5 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

5 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

5 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

6 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

7 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

8 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

Zomato ডেলিভাৰী বয়ক জোতাৰে প্ৰহাৰ মহিলাৰ, ভাইৰেল ভিডিঅ’, প্ৰহাৰ কৰিলে কিয়?

editor by editor
August 23, 2022
in অপৰাধ, ভাৰত
0
Zomato ডেলিভাৰী বয়ক জোতাৰে প্ৰহাৰ মহিলাৰ, ভাইৰেল ভিডিঅ’, প্ৰহাৰ কৰিলে কিয়?
0
SHARES
15.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Zomato ফুড ডেলিভাৰী এজন বয়ক জোতাৰে এগৰাকী মহিলাই প্ৰহাৰ কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ভিডিঅ’টো ১৬ আগষ্টৰ বুলি কোৱা হৈছে। এই ভিডিঅ’টো টুইটাৰত dj নামৰ এজন টুইটাৰ য়ুজাৰে পোষ্ট কৰিছে।

টুইটাৰ য়ুজাৰজনে দাবী কৰে যে ডেলিভাৰী বয়জনে তেওঁৰ অৰ্ডাৰ লৈ গৈছিল আৰু ক্লীপটো এজন বাইষ্টেণ্ডাৰে ৰেকৰ্ডিং কৰিছিল। কেপচনত লিখা আছিল, ‘‘কোনোবা মহিলাই তেওঁৰ পৰা অৰ্ডাৰ লৈ জোতাৰে প্ৰহাৰ কৰিবলৈ ধৰিলে।’’  ইয়াৰ উপৰিও কোৱা হৈছে যে ডেলিভাৰী বয়জনে ‘‘তেওঁ চাকৰি হেৰুৱাব বুলি আশংকা কৰিছিল৷’’

Hi @zomatocare @zomato, the delivery executive got assaulted while delivering my order (#4267443050). Some woman took the order from him and started hitting him with her footwear. He came to my place crying and terrified that he would lose his job. pic.twitter.com/8VQIaKVebz

— dj (@bogas04) August 15, 2022

লগতে পঢ়ক পঢ়া শুনাত নাই মন, জে’লত থকাৰ মন! সেই বাবেই বন্ধুক হত্যা এক শিক্ষাৰ্থীৰ!

ঘটনাটো ক’ত সংঘটিত হৈছিল সেই বিষয়ে ব্যৱহাৰকাৰীয়ে কোনো তথ্য উল্লেখ কৰা নাই। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে নেটনাগৰিকে মহিলাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

এজনে লিখিছে, ‘‘এই কাণ্ডৰ বিষয়ে জানিব পৰাৰ পিছত তেওঁ Zomatoৰ কাষ্টমাৰ কেয়াৰলৈ ফোন কৰিছিল যে মহিলাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে নে নাই? মহিলাগৰাকীয়ে তেওঁৰ লগত কিয় এনে ব্যৱহাৰ কৰিছে সেয়াও জানিবলৈ চেষ্টা কৰিছিল। অৱশ্যে এই কথা জানিব পৰা হোৱা নাছিল।’’

ভিডিঅ’টোত ডেলিভাৰী বয়জনে অৰ্ডাৰ দিবলৈ গৈ আছিল। ভিডিঅ’ ক্লিপটোত Zomato ডেলিভাৰী বয়জনক নিৰৱে থিয় হৈ থকা দেখা গৈছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza assamaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamzomato boyZomato Delivery Boy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা
অসম

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

September 19, 2026
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা
অপৰাধ

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

September 19, 2026
Next Post
সমকামীৰ বাবে সুখবৰ! সমকামী দম্পতীয়ে এতিয়াৰে পৰা পাতিব পাৰিব বিয়া!

সমকামীৰ বাবে সুখবৰ! সমকামী দম্পতীয়ে এতিয়াৰে পৰা পাতিব পাৰিব বিয়া!

৮ পত্নীৰ বাবে ৭৫০০ বৰ্গফুটৰ ৰাজপ্ৰাসাদ নিৰ্মাণ! ৮ পত্নীক কেনেকৈ সময় দিয়ে স্বামীয়ে?

৮ পত্নীৰ বাবে ৭৫০০ বৰ্গফুটৰ ৰাজপ্ৰাসাদ নিৰ্মাণ! ৮ পত্নীক কেনেকৈ সময় দিয়ে স্বামীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.