• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ খাকী পোছাকত ক’লা দাগ! নিশা পৰকীয়া প্ৰেম কৰিবলৈ গৈ ধৰা পৰিল SI

আকৌ খাকী পোছাকত ক’লা দাগ! নিশা পৰকীয়া প্ৰেম কৰিবলৈ গৈ ধৰা পৰিল SI

4 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

4 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

4 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

5 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

5 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

6 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

6 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

7 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

7 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

9 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

10 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আকৌ খাকী পোছাকত ক’লা দাগ! নিশা পৰকীয়া প্ৰেম কৰিবলৈ গৈ ধৰা পৰিল SI

editor by editor
August 24, 2022
in অসম
0
আকৌ খাকী পোছাকত ক’লা দাগ! নিশা পৰকীয়া প্ৰেম কৰিবলৈ গৈ ধৰা পৰিল SI
0
SHARES
80.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম আৰক্ষীৰ কিছুসংখ্যক বিষয়াৰ কৰ্মকাণ্ডই অসম আৰক্ষী নাক-কণা কাটি লজ্জানত কৰি অহাটো নতুন কথা হৈ থকা নাই৷ এইবাৰ আকৌ অসম আৰক্ষীৰ এগৰাকী বিষয়াই অসম আৰক্ষীৰ নাক-কাণ কাটি লজ্জানত কৰাৰ অভিযোগ উঠিছে৷

অভিযোগ অনুসৰি বাইহাটা চাৰিআলি আৰক্ষী থানাৰ এগৰাকী উপ পৰিদৰ্শকৰ বিৰুদ্ধে পৰকীয়া প্ৰেমৰ দৰে অতি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

বাইহাটা চাৰিআলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক উজ্জ্বল কুমাৰ দাসে দুপৰ নিশা পৰকীয়া প্ৰেমিকাৰে প্ৰেমালাপ কৰিবলৈ গৈ ধৰা পৰিছে৷

লগতে পঢ়ক সমকামীৰ বাবে সুখবৰ! সমকামী দম্পতীয়ে এতিয়াৰে পৰা পাতিব পাৰিব বিয়া!

বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মুকুন্দপুৰৰ এঘৰ মানুহৰ ঘৰত নিশা ১ বজাত সংগোপনে প্ৰৱেশ কৰি ধৰা পৰে৷ অভিযোগ অনুসৰি উপ আৰক্ষী পৰিদৰ্শকগৰাকীয়ে নিশা প্ৰায় ১ বজাত পিছ দুৱাৰেদি প্ৰৱেশ কৰে৷

তেনে সময়তে গৃহস্থই নিশা প্ৰস্ৰাৱ কৰিবলৈ উঠি দেখে পিছ দুৱাৰ ফালে এযোৰ চেন্দেল দেখা পোৱাৰ লগতে পিছ দুৱাৰ খোলা দেখা পায়৷ ইয়াৰ পিছতে কোনো চোৰে ঘৰত প্ৰৱেশ কৰাৰ সন্দেহত তেওঁলোকে হূলস্থুল কৰাত দুৱাৰ ফাঁকৰ পৰা আৰক্ষী উপ পৰিদৰ্শক উজ্জ্ব কুমাৰ দাসে উলাই আহি পুনৰ পিছ দুৱাৰেদি পলাই পত্ৰং দিয়ে৷

ইফালে এই সমগ্ৰ দৃশ্য মোবাইলৰ কেমেৰাত বন্দী কৰে পৰিয়ালটোৰ এগৰাকী সদস্যই৷ প্ৰথমাৱস্থাত লোকজনক তেওঁলোকে চিনি পোৱা নাছিল যদিও অৱশেষত সেই লোকজন বাইহাটা চাৰিআলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক উজ্জ্বল কুমাৰ দাস বুলি নিশ্চিত হয়৷ ইয়াৰ পিছতে পৰিয়ালৰ লোকে বাইহাটা চাৰিআলি আৰক্ষী থানাত অভিযোগ কৰে৷

লগতে পঢ়ক Zomato ডেলিভাৰী বয়ক জোতাৰে প্ৰহাৰ মহিলাৰ, ভাইৰেল ভিডিঅ’, প্ৰহাৰ কৰিলে কিয়?

অভিযুক্ত আৰক্ষী বিষয়াগৰাকীয়ে কয় যে পৰিয়ালটোৰ এগৰাকী বোৱাৰীয়েকৰ পৰা নিশা ১ বজাত তেওঁৰ প্ৰাপ্য ধন বিচাৰিহে গৈছিল৷ কিন্তু প্ৰাপ্য ধন বিচাৰি নিশা ১ বজাত এটা হাফপেণ্ট পিন্ধি কোনো লোকৰ ঘৰত সংগোপনে প্ৰৱেশ কৰে নেকি বুলি প্ৰশ্ন কৰাত বিষয়াগৰাকী বিব্ৰতবোধ কৰে বুলিও প্ৰকাশ কৰিছে৷

ইফালে পৰিয়ালটোৱে অভিযোগ কৰে যে উপ পৰিদৰ্শক উজ্জ্বল কুমাৰ দাসৰ তেওঁলোকৰ ঘৰৰ এগৰাকী বোৱাৰীয়েকেৰে অবৈধ সম্পৰ্ক আছে৷ আৰু সেই সূত্ৰেই বিষয়াগৰাকীয়ে ৰাতি ১ বজাত সংগোপনে ঘৰত প্ৰৱেশ কৰিছিল৷

জনহিতাৰ্থে উছৰ্গিত অসম আৰক্ষীয়ে দুপৰ নিশা ১ বজাত সংগোপনে আনৰ ঘৰত অবৈধ প্ৰণয়ৰ বাবে প্ৰৱেশ কৰি হাতে-লোটে ধৰা পৰা আৰক্ষী উপ পৰিদৰ্শক উজ্জ্বল কুমাৰ দাসৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assamassam ka tazza khabarassam live 24Assam Police SIaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা
অসম

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

September 19, 2026
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ
অসম

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

September 19, 2026
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ
অসম

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

September 19, 2026
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?
অসম

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

September 19, 2026
Next Post
আজৱ নিৰ্দেশ কৰ্তৃপক্ষৰ! ঋতুস্ৰাৱৰ সময়ত মহিলা কৰ্মচাৰীয়ে লগাব লাগিব ৰঙা ৰঙৰ ষ্টীকাৰ

আজৱ নিৰ্দেশ কৰ্তৃপক্ষৰ! ঋতুস্ৰাৱৰ সময়ত মহিলা কৰ্মচাৰীয়ে লগাব লাগিব ৰঙা ৰঙৰ ষ্টীকাৰ

যুৱ সাহিত্যিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ

যুৱ সাহিত্যিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.