• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

1 year ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

23 minutes ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

51 minutes ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

2 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

2 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

4 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

5 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

5 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

6 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

7 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

18 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

19 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

editor by editor
November 13, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!
0
SHARES
315
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দাম্পত্যৰ সম্পৰ্কক সমাজৰ ভিত্তি হিচাপে বহুতেই ধাৰণা কৰে৷ সেয়ে অনাত্মীয় নাৰী পুৰুষ একেলগে থাকিবলৈ হ’লে সামাজিক বা আইনী ছিলমোহৰৰ প্ৰয়োজন৷ এই ছিলমোহৰৰ নামেই বিবাহ বন্ধন৷ কিন্তু যুগ সলনি হৈছে, সলনি হৈছে মানুহৰ ধ্যান ধাৰণাও৷ স্বামী-স্ত্ৰীৰ তথাকথিত পৰিচয় অবিহনেও এতিয়া একেলগে থাকে বহু নাৰী-পুৰুষ৷ সমাজৰ কোনো কোনো স্তৰত লিভ-ইন সম্পৰ্কক লৈ এতিয়াও কিন্তু নাক কোচাই বহু সংখ্যক লোকেই৷ জ্যোতিষ গণনা অনুসৰি কোনো কোনো ৰাশিৰ জাতকে কিন্তু বিবাহতকৈ লিভ ইন ৰিলেচনত থাকিহে ভালপায়৷ কোন কোন ৰাশিৰ জাতকে বিবাহতকৈ লিভ ইন ৰিলেছনত থাকি ভালপায়?

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকে বৈচিত্ৰ ভালপায়৷ একঘেয়ামী জীৱন এওঁলোকৰ একেবাৰেই পছন্দ নহয়৷ প্ৰয়োজনত সংগী পৰিবৰ্তন কৰা সহজ বুলি বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকি ভালপায় এই ৰাশিৰ জাতকে৷ বিবাহ এওঁলোকৰ বাবে এখন বান্ধোনৰ পৃথিৱী৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক মনত দিশৰ পৰা অত্যন্ত ৰোমাণ্টিক৷ এওঁলোকে সংগীৰ সৈতে খুব মধুৰ সম্পৰ্ক বিচাৰে৷ বিবাহতকৈ এওঁলোকৰ পছন্দ হৈছে লিভ-ইন ৰিলেছন৷ সেয়ে বিবাহৰ সম্পৰ্কত থাকিবলৈ এই ৰাশিৰ লোক মুঠেও আগ্ৰহী নহয়৷ বৰং লিভ-ইন সম্পৰ্কত থাকি মুক্ত স্বাধীন জীৱন পছন্দ কৰে এইসকল লোকে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতক এডভেঞ্চাৰ প্ৰিয়৷ এওঁলোক চাৰি দেৱালৰ মাজত আৱদ্ধ হৈ থাকিব নোৱাৰে৷ বৰং জনাৰ আগ্ৰহে এওঁলোকক সকলোসময় ব্যাকুল কৰি ৰাখে৷ বেছিদিন একে স্থানত থাকিব নোৱাৰে এই ৰাশিৰ জাতক৷ ব্যক্তি স্বাধীনতাত হস্তক্ষেপ কৰিবলৈ বেয়া পায় আৰু নিজৰো ব্যক্তিস্বাধীনতাত অন্যৰ হস্তক্ষেপ নিবিচাৰে৷ বিবাহৰ কমিটমেণ্ট নহয়, লিভ-ইন সম্পৰ্কৰ মুক্ত জীৱনেই এওঁলোকৰ পছন্দ৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক অত্যন্চ স্বাধীনচেতীয়া৷ সমাজৰ ধৰা বন্ধা নিয়মৰ বাহিৰত গৈ জীয়াই থাকি ভালপায় এইসকল লোকে৷ নিজৰ স্বাধীনতা কুম্ভ ৰাশিৰ জাতকৰ অতি প্ৰিয়৷ সেয়ে বিবাহতকৈ লিভ-ইন সম্পৰ্কৰ প্ৰতি এওঁলোক বেছি আগ্ৰহী৷

মীন ৰাশি

মীন ৰাশিৰ জাতক অত্যন্ত দয়ালু আৰু এওঁলোকৰ মনত অন্যৰ প্ৰতি সমবেদনা থাকে৷ এওঁলোকে সম্পৰ্কৰ মাজত আৱেগ আৰু ঘনিষ্ঠতা বিচাৰে৷ লিভ-ইন সম্পৰ্কত বিবাহৰ দৰে দায়িত্ব নাথাকে সেয়ে এই ৰাশিৰ জাতকেও লিভ ইনত থাকিবলৈকে পছন্দ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

March 16, 2026
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!
স্বাস্থ্য

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

March 16, 2026
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!
জীৱনশৈলী

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

March 16, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
Next Post
সূৰ্যৰ ঘৰলৈ আহিছে কেতু, গ্ৰহণ যোগত বিপদ বাঢ়িব এই ৪ৰাশিৰ জাতকৰ, কেৰিয়াৰত বাঢ়িব সমস্যা

সূৰ্যৰ ঘৰলৈ আহিছে কেতু, গ্ৰহণ যোগত বিপদ বাঢ়িব এই ৪ৰাশিৰ জাতকৰ, কেৰিয়াৰত বাঢ়িব সমস্যা

নিশা বিদ্যুৎ আৰু ইণ্টাৰনেট কৰ্তন কৰিও ফল পোৱা নাই! সন্তান জন্মৰ হাৰ বঢ়াবলৈ নতুন মন্ত্ৰণালয় খুলি কি কৈছে ৰুছ চৰকাৰে?

নিশা বিদ্যুৎ আৰু ইণ্টাৰনেট কৰ্তন কৰিও ফল পোৱা নাই! সন্তান জন্মৰ হাৰ বঢ়াবলৈ নতুন মন্ত্ৰণালয় খুলি কি কৈছে ৰুছ চৰকাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.