• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৫ৰ পাছত গৰ্ভধাৰণ এতিয়া ট্ৰেণ্ড, হ’ব পাৰে নানান জটিলতা, জানক কি কি বিষয়ত সতৰ্ক হ’ব

৩৫ৰ পাছত গৰ্ভধাৰণ এতিয়া ট্ৰেণ্ড, হ’ব পাৰে নানান জটিলতা, জানক কি কি বিষয়ত সতৰ্ক হ’ব

2 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

5 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

5 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

6 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

6 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

7 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

7 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

8 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

9 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

10 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

10 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

11 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩৫ৰ পাছত গৰ্ভধাৰণ এতিয়া ট্ৰেণ্ড, হ’ব পাৰে নানান জটিলতা, জানক কি কি বিষয়ত সতৰ্ক হ’ব

৩৫ৰ পাছত গৰ্ভধাৰণ এতিয়া ট্ৰেণ্ড, হ’ব পাৰে নানান জটিলতা, জানক কি কি বিষয়ত সতৰ্ক হ’ব

editor by editor
October 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৩৫ৰ পাছত গৰ্ভধাৰণ এতিয়া ট্ৰেণ্ড, হ’ব পাৰে নানান জটিলতা, জানক কি কি বিষয়ত সতৰ্ক হ’ব
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩৫ বছৰৰ পাছত গৰ্ভধাৰণক সাধাৰণতে হাইৰিস্ক প্ৰেগনেন্সি হিচাপে গণ্য কৰা হয়৷ এই বয়সৰ পাছত গৰ্ভধাৰণৰ সুযোগ লাহে লাহে কমিব ধৰে৷ আইভিএফৰ দৰে চিকিৎসাৰ সহায়ত অৱশ্যে গৰ্ভধাৰণ কৰিব পাৰিব৷ বয়স বাঢ়িলে গৰ্ভপাতৰ ভয়ো বহু পৰিমানে বাঢ়ি যায়৷ হাইপাৰ টেনছনৰ দৰে একাধিক শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ নৰমেল ডেলিভাৰিও প্ৰায় অসম্ভৱ হৈ পৰে৷ শেষ উপায় হিচাপে ছিজাৰ আনকি সময়ৰ পূৰ্বে নানান জটিলতাইয়ো দেখা দিব পাৰে৷

পঢ়াশুনা, কেৰিয়াৰ, পাৰিপাৰ্শ্বিক চাপ সকলো মিলি মাতৃ হোৱাৰ সম্ভৱনা কমাই দিছে বহু নাৰীৰ৷ এতিয়া সন্তান ধাৰণৰ গড় বয়স হৈছেগৈ প্ৰায় ৩৩-৩৫ বছৰ৷ কোনো কোনো লোকৰ ক্ষেত্ৰত এই বয়স আৰু বেছি৷ বহুতেই এতিয়া ৩৫ বছৰ বয়সৰ পাছতহে মাতৃ হৈছে৷ ফলত বাঢ়িছে বিভিন্ন সমস্যাও৷

৩৫ বছৰৰ পাছত গৰ্ভধাৰণৰ ক্ষেত্ৰত নৰমেল গৰ্ভধাৰণৰ চাঞ্চ মাত্ৰ ৮শতাংশ৷ সেয়ে চিকিৎসকৰ পৰামৰ্শ মানি আগুৱাব লাগে৷ গৰ্ভধাৰণৰ সিদ্ধান্ত লোৱাৰ পাছতেই নিজৰ জীৱনযাপনৰ পৰিবৰ্তন কৰিব লাগে৷ খোৱাবোৱা নিয়ন্ত্ৰণ, মদ্যপান, ধূমপান সম্পূৰ্ণ বন্ধ, পিছিওডি, পিছিওএছ থাকিলে নিয়ন্ত্ৰণ কৰিব লাগে ওজনো৷ নিয়মিত শৰীৰচৰ্চাও ভীষণ জৰুৰী৷ আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজকেই জীৱনৰ মূল মন্ত্ৰ হিচাপে লওক৷ এই সময়ত ষ্ট্ৰেছক কোনোধৰণেই নিজৰ জীৱনত এন্ট্ৰী মাৰিবলৈ নিদিব৷ ষ্ট্ৰেছ গৰ্ভধাৰণৰ অন্যতম বাদা৷ ৪০-৪২ বছৰত মাতৃ হ’ব খুজিলে নিজকে মানসিকভাৱে তৈয়াৰ কৰক৷

প্ৰয়োজনত প্ৰি প্ৰেগনেন্সি কাউন্সেলিং কৰক৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি, গৰ্ভধাৰণৰ পূৰ্বেই মানসিকভাৱে মাতৃ হৈ উঠাৰ প্ৰয়োজন৷ প্ৰি প্ৰেগনেন্সি ডিপ্ৰেছন থাকিলে পোষ্ট পৰ্টেম ডিপ্ৰেছন অহা স্বাভাৱিক৷ চিকিৎসাৰ মাধ্যমেৰে এই সমস্যা সমাধান কৰা সম্ভৱ৷

সন্তানৰ কোনো জিনগত, জন্মগত শাৰীৰিক ত্ৰুটি আছে নেকি এই সন্দৰ্ভতো মাতৃগৰাকী সচেতন হোৱা প্ৰয়োজন৷ ডাউন চিণ্ড্ৰোম আক্ৰান্ত নেকি পৰীক্ষা কৰি জানি লোৱা প্ৰয়োজন৷ মাতৃ সম্পূৰ্ণ সুস্থ হয়নে সেয়াও জনা দৰকাৰ৷ মাতৃৰ হাৰ্টৰ অৱস্থা জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয়৷ পৰামৰ্শ লৈ এইসমূহ দিশত আগবঢ়া জৰুৰী৷ বাৰে বাৰে চিকিৎসক পৰিবৰ্তন নকৰিব৷ ঘৰৰ ওপৰিও চিকিৎসক বা হাস্পতালৰ ইমাৰ্জেন্সি ফোন নম্বৰ ৰাখিবই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
Next Post
নৱেম্বৰত ১৩ দিন বন্ধ থাকিব বেংক! কেতিয়া কি ছুটি জানক সবিশেষ

নৱেম্বৰত ১৩ দিন বন্ধ থাকিব বেংক! কেতিয়া কি ছুটি জানক সবিশেষ

কাইলৈ ধনতেৰাছ! ১০০ বছৰৰ পাছত বিৰল সংযোগত ৩ৰাশিৰ উপচি পৰিব ধন

কাইলৈ ধনতেৰাছ! ১০০ বছৰৰ পাছত বিৰল সংযোগত ৩ৰাশিৰ উপচি পৰিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.