• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ধৰণৰ মানুহক সহায় কৰিবলৈ নিজেই আগুৱাই আহে স্বয়ং ঈশ্বৰ, গীতাত কি কৈছে শ্ৰী কৃষ্ণই?

এই ধৰণৰ মানুহক সহায় কৰিবলৈ নিজেই আগুৱাই আহে স্বয়ং ঈশ্বৰ, গীতাত কি কৈছে শ্ৰী কৃষ্ণই?

2 years ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

17 minutes ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

1 hour ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

11 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

11 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

12 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

12 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

12 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

13 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

13 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

14 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

14 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ধৰণৰ মানুহক সহায় কৰিবলৈ নিজেই আগুৱাই আহে স্বয়ং ঈশ্বৰ, গীতাত কি কৈছে শ্ৰী কৃষ্ণই?

editor by editor
January 3, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
এই ধৰণৰ মানুহক সহায় কৰিবলৈ নিজেই আগুৱাই আহে স্বয়ং ঈশ্বৰ, গীতাত কি কৈছে শ্ৰী কৃষ্ণই?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দু ধৰ্মাৱলম্বী লোকৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ গ্ৰন্থ হৈছে গীতা। শ্ৰীমদ ভাগৱৎ গীতাই মানুহক সঠিক পথৰ সন্ধান দিয়ে। গীতাৰ জীৱন দৰ্শনে আমাক ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকাই। গীতাৰ পৰা প্ৰাপ্ত জ্ঞান যেনেকৈ আমাৰ জীৱনৰ বাবে কাৰ্যকৰী তেনেকৈ মৃত্যুৰ পৰবৰ্তী অৱস্থা কি হ’ব সেই বিষয়েও গীতাই আমাক কৈছে। বিশেষজ্ঞসকলে এইকেইটা কাৰণতেই গীতাক জীৱনৰ শ্ৰেষ্ঠ আৰু সৰ্বোচ্ছ ধৰ্ম বুলি দাবীও কৰে।

মহাভাৰতত কুৰুক্ষেত্ৰ যুদ্ধৰ ঠিক আগে আগে নিজৰ আত্মীয়সকলৰ ওপৰত অস্ত্ৰচালনা কৰিবলৈ মন কৰা নাছিল তৃতীয় পাণ্ডৱ অৰ্জুনে। সেই সময়ত প্ৰিয় সখা অৰ্জুনক মনৰ সকলো সংশয় দূৰ কৰিবলৈ জীৱন দৰ্শনৰ বিশেষ শিক্ষা দিছিল শ্ৰী কৃষ্ণই। গীতাত কৃষ্ণই এইসমূহ ব্যক্তিৰ কথা কৈছে যিসকলক নানান বিপদৰ পৰা ৰক্ষা কৰিবলৈ কেনেকৈ ঈশ্বৰ আগুৱাই আহিছিল? কিয় ঈশ্বৰ এইসকল লোকক সহায় কৰিবলৈ আগুৱাই আহে সেই কথাও বুজাইছিল শ্ৰী কৃষ্ণই।

গীতাৰ শিক্ষা
গীতাত কোৱা হৈছে যে যিসকল লোকে সকলো সময়তে ভাল চিন্তা কৰি থাকে, মনত ভাল উদ্দেশ্য থাকে, ভগৱানে নিশ্চয় কোনো নহয় কোনো ৰূপ ধৰি তেওঁক সহায় কৰিবলৈ আগুৱাই আহে।

গীতাত শ্ৰীকৃষ্ণই কৈছে, যিসকলে নৈশব্দৰ গুৰুত্ব বুজে, তেওঁ শ্ৰদ্ধা পোৱাৰেই যোগ্য। মাতৃ হওক বা স্ত্ৰী বা প্ৰেমিকা হওক বা ঈশ্বৰ সকলোকে শ্ৰদ্ধা কৰক।

গীতাত শ্ৰী কৃষ্ণই কৈছে, কৰ্ম কৰি যাওক, ফলৰ আশা নকৰিব। তোমাৰ কামৰ ফল তুমি পাবাই।

ব্যক্তিৰ জীৱনত যেতিয়ালৈকে বেয়া সময় নাহে তেতিয়ালৈকে তেওঁ নিজৰ শক্তিক চিনি নাপায়। কাৰণ দুৰ্ভাগ্যইহে এজন মানুহক ভিতৰৰ পৰা শক্তিশালী কৰি তোলে।

আপুনি যিমানেই অন্যৰ প্রশংসা নকৰক কিয়, অপমান কিন্তু ভাৱিচিন্তিহে কৰিব। কাৰণ অপমান হৈছে এনে এটা ঋণ যি ঋণ মানুহে সুযোগ পালেই সুদেৰে সৈতে আপোনাক উভতাই দিয়ে।

শ্ৰী কৃষ্ণই কৈছে যে অহংকাৰেই এজন মানুহক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব পাৰে। অহংকাৰৰ কাৰণেই মানুহে ভুল পদক্ষেপ লৈ তাৰ প্ৰতিফলো ভোগ কৰে।

গীতাৰ বাণী অনুসৰি প্ৰত্যেক মানুহেই নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো জৰুৰী। কাৰণ আমি যদি নিজৰ মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰো তেতিয়াই আমাৰ মনেই আমাৰ সকলোতকৈ ডাঙৰ শত্ৰু হৈ পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ
বাণিজ্য

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

March 31, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

March 31, 2026
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
Next Post
আজিৰ পৰাই কাৰ্যকৰী হৈছে! পিকনিকলৈ যোৱাৰ পূৰ্বেই পঢ়ি লওক বনভোজকাৰী দলৰ বাবে অহা নতুন SOP

আজিৰ পৰাই কাৰ্যকৰী হৈছে! পিকনিকলৈ যোৱাৰ পূৰ্বেই পঢ়ি লওক বনভোজকাৰী দলৰ বাবে অহা নতুন SOP

বাছ ড্ৰাইভাৰজন একদম ফিটিং হৈ আছিল, আমি নামি দিম বুলিয়ে ভাৱিছিলো…

বাছ ড্ৰাইভাৰজন একদম ফিটিং হৈ আছিল, আমি নামি দিম বুলিয়ে ভাৱিছিলো...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.