• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ চকুৰ সন্মুখত স্বামীক মাৰি পেলালে, মোক কৈছে যোৱা এই কাণ্ডৰ বৰ্ণনা মোদীক দিয়া!’ পহেলগাওঁত সদ্যস্বামীহাৰা এগৰাকী মহিলাই দিলে সন্ত্ৰাসবাদী আক্ৰমণৰ A To Z বৰ্ণনা

‘মোৰ চকুৰ সন্মুখত স্বামীক মাৰি পেলালে, মোক কৈছে যোৱা এই কাণ্ডৰ বৰ্ণনা মোদীক দিয়া!’ পহেলগাওঁত সদ্যস্বামীহাৰা এগৰাকী মহিলাই দিলে সন্ত্ৰাসবাদী আক্ৰমণৰ A To Z বৰ্ণনা

1 year ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

15 minutes ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

34 minutes ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

1 hour ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

1 hour ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

2 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

2 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

3 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

4 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

5 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

5 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

18 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘মোৰ চকুৰ সন্মুখত স্বামীক মাৰি পেলালে, মোক কৈছে যোৱা এই কাণ্ডৰ বৰ্ণনা মোদীক দিয়া!’ পহেলগাওঁত সদ্যস্বামীহাৰা এগৰাকী মহিলাই দিলে সন্ত্ৰাসবাদী আক্ৰমণৰ A To Z বৰ্ণনা

‘মোৰ চকুৰ সন্মুখত স্বামীক মাৰি পেলালে, মোক কৈছে যোৱা এই কাণ্ডৰ বৰ্ণনা মোদীক দিয়া!’ পহেলগাওঁত সদ্যস্বামীহাৰা এগৰাকী মহিলাই দিলে সন্ত্ৰাসবাদী আক্ৰমণৰ A To Z বৰ্ণনা

editor by editor
April 22, 2025
in জীৱনশৈলী
0
‘মোৰ চকুৰ সন্মুখত স্বামীক মাৰি পেলালে, মোক কৈছে যোৱা এই কাণ্ডৰ বৰ্ণনা মোদীক দিয়া!’ পহেলগাওঁত সদ্যস্বামীহাৰা এগৰাকী মহিলাই দিলে সন্ত্ৰাসবাদী আক্ৰমণৰ A To Z বৰ্ণনা
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাশ্মীৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে ভিৰ কৰিছে কাশ্মীৰ৷ তেনে সময়তেই সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছে পৰ্যটক৷ নিৰীহ পৰ্যটকৰ ওপৰত জঁপিয়াই পৰিছে সন্ত্ৰাসবাদী৷ পহেলগাওঁত বৰ্তমানলৈকে ২৮ গৰাকী পৰ্যটকে হেৰুৱাইছে প্ৰাণ৷ নিহতসকলৰ ভিতৰত কৰ্ণাটকৰ এজন পৰ্যটকৰ পত্নীৰ ভিডিঅ ভাইৰেল হৈছে সামাজিক মাধ্যমত৷ পত্নীৰ সন্মুখতে গুলিবিদ্ধ হৈ মৃত্যু হৈছে স্বামীৰ৷

ঘটনাক লৈ হতবাক সদ্য স্বামীহাৰা পল্লবী৷ স্বামীৰ নিথৰ দেহৰ কাষত বহি পত্নী পল্লবীয়ে ঘটনাৰ ভয়াৱহ মুহূৰ্তৰ বৰ্ণনা কৰিছে৷ তেওঁ কয়, ‘আমি তিনিজন মানে মই, মোৰ স্বামী আৰু আমাৰ সন্তান কাশ্মীৰ ফুৰিবলৈ আহিছো৷ আজি দুপৰীয়া ডেৰমান বজাত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছে৷ আমিও পহেলগাওঁতেই আছো৷ মোৰ চকুৰ সন্মুখতেই সিঁহতে মোৰ স্বামীক মাৰি পেলালে৷ আমাৰ কি ভুল আছিল? মোৰ স্বামীয়ে কাৰ কি অপকাৰ কৰিছিল?’

পল্লবীয়ে জনাই যে আক্ৰমণৰ পাছতেই স্থানীয় লোকে তেওঁলোকক সহায় কৰিছে৷ স্থানীয় তিনিগৰাকী ব্যক্তিয়ে তেওঁলোকক উদ্ধাৰ কৰে৷ পল্লবীৰ দাবী, আক্ৰমণকাৰীৰ টাৰ্গেট হিন্দু৷ তেওঁ কয়, ‘তিনিৰ পৰা চাৰিজন লোকে আমাৰ ওপৰত আক্ৰমণ চলাইছিল৷ মই তেওঁলোকক কৈছিলো আমাকো মাৰি পেলোৱা ৷ মোৰ স্বামীক মাৰি পেলালা মোক কিয় মৰা নাই? দুষ্কৃতীকাৰীৰ মাজৰে এজনে তেতিয়া মোক কৈছিল, তোমাক নামাৰো৷ যোৱা মোদীক কৈ দিয়া৷’

নিহতৰ পত্নী পল্লবীয়ে প্ৰশাসনৰ কাষত আবেদন কৰিছে যাতে স্বামীৰ মৃতদেহ ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে৷ মৃতদেহ যেনেতেনে পঠিয়ালে নহব৷ বিমানেৰে সোনকালেই ঘৰলৈ মৃতদেহ পঠিওৱাৰ ব্যৱস্থা কৰক৷’ ঘটনাক লৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াৰ পোষ্ট, ‘এই মৰ্মান্তিক ঘটনাত নিহতসকলৰ মাজত কন্নড়ো আছে৷ খবৰ পাইয়েই মই আৰক্ষীৰ সৈতে কথা পাতিছো৷ দিল্লীৰ আৱাসিক কমিছনাৰৰ সৈতেও কথা পাতিছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

August 25, 2026
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ
ভাৰত

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

August 25, 2026
কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
Next Post
পহেলগামত হত্যাকাণ্ডঃ চিনাক্ত হৈছে ৪ সন্ত্ৰাসবাদী, ছবি প্ৰকাশ কৰিলে নিৰাপত্তা সংস্থাসমূহে, নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা

পহেলগামত হত্যাকাণ্ডঃ চিনাক্ত হৈছে ৪ সন্ত্ৰাসবাদী, ছবি প্ৰকাশ কৰিলে নিৰাপত্তা সংস্থাসমূহে, নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা

পাক সেনাৰ সহযোগীতা আছে! সশস্ত্ৰবাহিনীক কেনেকৈ সহায় কৰিছিল পাক সেনাই? পহেলগাম আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড ছইফুল্লা কোন?

পাক সেনাৰ সহযোগীতা আছে! সশস্ত্ৰবাহিনীক কেনেকৈ সহায় কৰিছিল পাক সেনাই? পহেলগাম আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড ছইফুল্লা কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.