• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পহেলগামত হত্যাকাণ্ডঃ চিনাক্ত হৈছে ৪ সন্ত্ৰাসবাদী, ছবি প্ৰকাশ কৰিলে নিৰাপত্তা সংস্থাসমূহে, নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা

পহেলগামত হত্যাকাণ্ডঃ চিনাক্ত হৈছে ৪ সন্ত্ৰাসবাদী, ছবি প্ৰকাশ কৰিলে নিৰাপত্তা সংস্থাসমূহে, নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা

1 year ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

9 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

9 hours ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

10 hours ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

10 hours ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

11 hours ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

11 hours ago
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

13 hours ago
চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

14 hours ago
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

14 hours ago
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

15 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

16 hours ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পহেলগামত হত্যাকাণ্ডঃ চিনাক্ত হৈছে ৪ সন্ত্ৰাসবাদী, ছবি প্ৰকাশ কৰিলে নিৰাপত্তা সংস্থাসমূহে, নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা

পহেলগামত হত্যাকাণ্ডঃ চিনাক্ত হৈছে ৪ সন্ত্ৰাসবাদী, ছবি প্ৰকাশ কৰিলে নিৰাপত্তা সংস্থাসমূহে, নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা

editor by editor
April 23, 2025
in ভাৰত
0
পহেলগামত হত্যাকাণ্ডঃ চিনাক্ত হৈছে ৪ সন্ত্ৰাসবাদী, ছবি প্ৰকাশ কৰিলে নিৰাপত্তা সংস্থাসমূহে, নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণ ঘোষণা
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পহেলগামৰ হত্যাকাণ্ডত জড়িত চাৰি সন্ত্ৰাসবাদীক চিনাক্ত কৰিলে ভাৰতৰ নিৰাপত্তা সংস্থাই৷ ইতিমধ্যে চাৰি জনৰ ছবিও প্ৰকাশ কৰি পৰিচয় জনোৱা হৈছে৷ সূত্ৰৰ খবৰ অনুসৰি চাৰি সন্ত্ৰাসবাদী ক্ৰমে আদিল, আছিফ ফুজি, ছুলেমান শ্বাহ আৰু আবু তালহা৷

মঙলবাৰে দুপৰীয়া জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহেলগামৰ বৈছৰন উপত্যকাত নিৰ্বিচাৰ গুলিচালনা কৰিছিল সন্ত্ৰাসবাদীয়ে৷ সূত্ৰৰ দাবী, আক্ৰমণকাৰীৰ সংখ্যা আছিল প্ৰায় ৫ৰ পৰা ৬জন৷ সকলোৱে মুখত মাস্ক পৰিধান কৰি আছিল৷ হাতত একে-৪৭ৰ দৰে বন্দুক৷ হঠাৎ পৰ্যটকক লক্ষ্য কৰি গুলি চলাই৷ এতিয়া পৰ্যন্ত পহেলগামৰ আক্ৰমণৰ ঘটনাত ২৬ গৰাকীৰ মৃত্যু হৈছে৷ আহত হৈছে কেইবাগৰাকীও৷ নিহতৰ মাজত আছে উত্তৰপূৰ্বৰ অৰুণাচলৰো এজন লোক৷ আহত হৈছে অসমৰ এটা পৰিয়াল৷

পহেলগামৰ দায়িত্ব স্বীকাৰ কৰিছে দ্যা ৰেজিষ্টেন্স ফ্ৰণ্টে৷ ২০১৯ চনত জম্মু আৰু কাশ্মীৰৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ সময়তেই জন্মগ্ৰহণ কৰিছিল এই সন্ত্ৰাসী গোষ্ঠীয়ে৷ পাক সন্ত্ৰাসবাদী গোষ্ঠী লস্কৰ ই ত্যায়বাৰ ভগ্নী সংগঠন হিচাপে জনাজাত এই TRF৷ সূত্ৰৰ খবৰ অনুসৰি এই সন্ত্ৰাসবাদী গোষ্ঠীৰ অন্যতম আছিল ভাৰতৰ ৱাণ্টেড তালিকাত থকা হাফিজ ছইদৰ ঘনিষ্ঠ বুলিও পৰিছিল ছাইফুল্লা৷
অন্যহাতে জম্মু আৰু কাশ্মীৰ চৰকাৰে নিহতসকলৰ পৰিয়ালক ১০ লাখ টকাকৈ আৰ্থিক সাহায্যৰ কথাও ঘোষণা কৰিছে৷ ইয়াৰোপৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিক দুই লাখ আৰু কম গুৰুতৰভাৱে আহতসকলক এক লাখ টকাকৈ আৰ্থিক সাহায্য দিয়া হব বুলি জনোৱা হৈছে৷
জম্মু আৰু কাশ্মীৰ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি প্ৰথমে আই ই ডি বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদী গোটটোৱে৷ পাছত পৰিকল্পনা সলনি কৰি দুটা দলত ভাগ হৈ যায় সন্ত্ৰাসবাদী গোট৷ অত্যাধুনিক অস্ত্ৰ লৈ পৰ্যটকৰ ওপৰত আক্ৰমণ চলাই৷ সন্ত্ৰাসবাদীসকলে সীমান্ত পাৰ হৈ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল বুলি সন্দেহ কৰিছে তদন্তকাৰী সংস্থাই৷ কালি নহয়, কেইবাদিন পূৰ্বেই তেওঁলোক ভাৰতত প্ৰৱেশ কৰিছে৷ এই এলেকা তেওঁলোকে পূৰ্বেই পৰিদৰ্শন কৰি গৈছে৷

পহেলগামৰ পাছতেই ছৌদী আৰবৰ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ উভতি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ তেওঁৰ নিৰ্দেশতেই মঙ্গলবাৰে নিশা কাশ্মীৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ বুধবাৰে পুৱা তেওঁ পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলক শেষ শ্ৰদ্ধাও জনোৱা হৈছে৷ আত্মীয়ৰ সৈতে যোগাযোগো কৰা হৈছে৷ ইয়াৰোপৰি জম্মু আৰু কাশ্মীৰৰ প্ৰশাসনিক বিষয়াসকলক লৈ বিশেষ বৈঠকতো মিলিত হৈছে শ্বাহ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ
ভাৰত

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

June 19, 2026
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

June 19, 2026
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
বিশ্ব

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

June 19, 2026
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা
ভাৰত

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

June 19, 2026
Next Post
পাক সেনাৰ সহযোগীতা আছে! সশস্ত্ৰবাহিনীক কেনেকৈ সহায় কৰিছিল পাক সেনাই? পহেলগাম আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড ছইফুল্লা কোন?

পাক সেনাৰ সহযোগীতা আছে! সশস্ত্ৰবাহিনীক কেনেকৈ সহায় কৰিছিল পাক সেনাই? পহেলগাম আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড ছইফুল্লা কোন?

ইউৰোপলৈ যোৱা ভিছা নোপোৱাৰ বাবেই হানিমুন প্লেন লৈছিল কাশ্মীৰ! বিবাহৰ মাত্ৰ ৭দিনৰ পাছতেই সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু নৌসেনাৰ লেফটেনেণ্টৰ! হানিমুনতেই বিধৱাৰ সাজ পিন্ধিলে হিমাংশীয়ে

ইউৰোপলৈ যোৱা ভিছা নোপোৱাৰ বাবেই হানিমুন প্লেন লৈছিল কাশ্মীৰ! বিবাহৰ মাত্ৰ ৭দিনৰ পাছতেই সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু নৌসেনাৰ লেফটেনেণ্টৰ! হানিমুনতেই বিধৱাৰ সাজ পিন্ধিলে হিমাংশীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.