• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউৰোপলৈ যোৱা ভিছা নোপোৱাৰ বাবেই হানিমুন প্লেন লৈছিল কাশ্মীৰ! বিবাহৰ মাত্ৰ ৭দিনৰ পাছতেই সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু নৌসেনাৰ লেফটেনেণ্টৰ! হানিমুনতেই বিধৱাৰ সাজ পিন্ধিলে হিমাংশীয়ে

ইউৰোপলৈ যোৱা ভিছা নোপোৱাৰ বাবেই হানিমুন প্লেন লৈছিল কাশ্মীৰ! বিবাহৰ মাত্ৰ ৭দিনৰ পাছতেই সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু নৌসেনাৰ লেফটেনেণ্টৰ! হানিমুনতেই বিধৱাৰ সাজ পিন্ধিলে হিমাংশীয়ে

1 year ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

9 minutes ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

1 hour ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

2 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

2 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

2 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

3 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

4 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

6 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

6 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

7 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

8 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইউৰোপলৈ যোৱা ভিছা নোপোৱাৰ বাবেই হানিমুন প্লেন লৈছিল কাশ্মীৰ! বিবাহৰ মাত্ৰ ৭দিনৰ পাছতেই সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু নৌসেনাৰ লেফটেনেণ্টৰ! হানিমুনতেই বিধৱাৰ সাজ পিন্ধিলে হিমাংশীয়ে

ইউৰোপলৈ যোৱা ভিছা নোপোৱাৰ বাবেই হানিমুন প্লেন লৈছিল কাশ্মীৰ! বিবাহৰ মাত্ৰ ৭দিনৰ পাছতেই সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু নৌসেনাৰ লেফটেনেণ্টৰ! হানিমুনতেই বিধৱাৰ সাজ পিন্ধিলে হিমাংশীয়ে

editor by editor
April 23, 2025
in জীৱনশৈলী
0
ইউৰোপলৈ যোৱা ভিছা নোপোৱাৰ বাবেই হানিমুন প্লেন লৈছিল কাশ্মীৰ! বিবাহৰ মাত্ৰ ৭দিনৰ পাছতেই সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু নৌসেনাৰ লেফটেনেণ্টৰ! হানিমুনতেই বিধৱাৰ সাজ পিন্ধিলে হিমাংশীয়ে
0
SHARES
881
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহ উপলক্ষে প্ৰায় এমাহ ছুটি লৈ ঘৰলৈ আহিছিল নৌসেনাৰ লেফটেনেণ্ট বিনয় নৰৱেল৷ মাত্ৰ ৭দিন পূৰ্বে ২৬ বছৰীয়া বিনয়ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ২৪ বছৰীয়া হিমাংশী নৰৱেল৷ হানিমুনত তেওঁলোক ইউৰোপলৈ যোৱাৰ কথা আছিল৷ কিন্তু ভিছাৰ জটিলতাৰ বাবে সেই পৰিকল্পনা ৰৈ যায়৷ হানিমুনত বিদেশ যাত্ৰাৰ প্লেন সলনি কৰি নৱদম্পতিয়ে ভূস্বৰ্গ কাশ্মীৰলৈ যোৱাৰ পৰিকল্পনা কৰে৷ পৰিকল্পনা মতে কাশ্মীৰত উপস্থিত হৈছিল দুয়ো৷ কিন্তু মঙলবাৰে অনন্তনাগ জিলাৰ পহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে নৌসেনাৰ লেফটেনেণ্টে৷ হানিমুনতেই বিধৱাৰ সাজ পিন্ধিলে গুৰুগ্ৰামৰ কন্যা হিমাংশীয়ে৷

মঙলবাৰে সন্ধিয়া বিনয়ৰ হত্যাৰ খবৰ পায় পৰিয়ালে৷ আকাশ ভাঙি পৰে দুই পৰিয়ালৰ মূৰত৷ ভয়ংকৰ ঘটনাৰ বিৱৰণ দিবলৈ গৈ কান্দোনত ভাঙি পৰিছে হিমাংশী৷ তেওঁৰ এটা ভিডিঅ ভাইৰেল হৈছে সামাজিকমাধ্যমত৷ হিমাংশীয়ে সেই ভিডিঅত কৈছে, ‘আমি দুজনে ভেলপুৰী খাই আছিলো৷ হঠাৎ এজন লোকে আহি কয়, এইটো মুছলমান নহয় গুলি কৰা৷’ লগে লগেই গুলি চলে মোৰ হাজবেণ্ডৰ ওপৰত৷ মোক কিন্তু এৰি দিয়ে৷’

ইঞ্জিনিয়াৰিং পাছ কৰি তিনি বছৰ পূৰ্বে নৌসেনাত যোগ দিছিল বিনয়ে৷ কেৰালাৰ কোচিত কৰ্মৰত আছিল বিনয়৷ পিতৃ ৰাজেশো শুল্ক দফতৰত কৰ্মৰত৷ পিতৃ ৰাজেশ এতিয়া পানিপথত কৰ্মৰত৷ বিনয়ৰ এগৰাকী ভগ্নীও আছে৷ তেওঁৰ ভগ্নী সৃষ্টিয়ে ছিভিল চাৰ্ভিছ পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে৷ সেই সূত্ৰে তেওঁ দিল্লীৰ বাসিন্দা৷ নকৈ বিবাহ কৰাই অনা হিমাংশীৰ ঘৰ গুৰুগ্ৰামত৷ তেওঁ পিএইছডিৰ গৱেষক ছাত্ৰী৷

বিগত ১৬ এপ্ৰিলত গুৰুগ্ৰামত বিনয়-হিমাংশীৰ বিবাহ সম্পন্ন হৈছিল৷ ১৯ এপ্ৰিলত প্ৰীতিভোজৰ আয়োজন কৰাৰ পাছতেই ২১ এপ্ৰিলত দুয়ো জম্মু-কাশ্মীৰলৈ গৈছিল৷ পৰিয়ালে দিয়া তথ্য অনুসৰি মধুচন্দ্ৰিমাৰ পৰা উভতি আহিয়েই আকৌ এটা পৰিকল্পনা আছিল বিনয়ৰ৷ আগন্তুক ২৭ মেত বিনয়ৰ জন্মদিন৷ পুত্ৰৰ জন্মদিনো এইবাৰ ভালকৈ পালন কৰাৰ কথা ভাৱিছিল পিতৃ-মাতৃয়ে৷ কিন্তু আশাবোৰ আশা হৈয়েই ৰ’ল৷ জীৱন্তে ঘৰলৈ ঘূৰি অহা নহ’ল বিনয়ৰ৷ তেওঁৰ দেহ আনিবলৈ আজি ৰাওনা হৈছে পৰিয়ালৰ সদস্য৷ সদ্য বিবাহিত হিমাংশীৰ সন্মুখত যেন এক অন্ধকাৰ ভৱিষ্যৎ৷ সপোন দেখিবলৈ আৰম্ভ কৰোতেই সপোন ভাঙি যোৱাৰ যন্ত্ৰণা কি সেয়া তিলতিলকৈ অনুভৱ কৰিছে হিমাংশীয়ে৷ হিমাংশীয়ে হেৰুৱাই পেলাইছে মুখৰ মাতো৷ কি ক’ব, কেনেকৈ ক’ব৷ চকুৰ সন্মুখতে তেজেৰে লুটুৰি পুতুৰি হৈ হেৰাই গ’ল তেওঁৰ স্বামী৷ হেৰাই গ’ল এটা সুন্দৰ ভৱিষ্যতৰ সপোন৷ সন্ত্ৰাসবাদৰ ওচৰত হাৰ মানিলে এক প্ৰতিভাৱান নৌসেনা বিষয়াই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

October 15, 2026
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী
অসম

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

October 15, 2026
Next Post
২৭গৰাকী হিন্দুৰ বিপৰীয়ে এজন মুছলমানক কিয় হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে? কি অপৰাধত প্ৰাণ হেৰুৱালে একমাত্ৰ মুছলমান ছৈয়দ আদিলে?

২৭গৰাকী হিন্দুৰ বিপৰীয়ে এজন মুছলমানক কিয় হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে? কি অপৰাধত প্ৰাণ হেৰুৱালে একমাত্ৰ মুছলমান ছৈয়দ আদিলে?

সাতোজনম একেলগে থকাৰ প্ৰতিশ্ৰুতি দি ৭দিনতেই মোক এৰি গ’লা, শ্ৰেষ্ঠ স্বামী হম বুলি কৈছিলা মৃত্যুৰ সিপাৰেও শ্ৰেষ্ঠ হৈয়েই থাকিবা, পেহেলগামত জীৱন হেৰুওৱা নৌসেনাক শেষ বিদায় পত্নীৰ

সাতোজনম একেলগে থকাৰ প্ৰতিশ্ৰুতি দি ৭দিনতেই মোক এৰি গ’লা, শ্ৰেষ্ঠ স্বামী হম বুলি কৈছিলা মৃত্যুৰ সিপাৰেও শ্ৰেষ্ঠ হৈয়েই থাকিবা, পেহেলগামত জীৱন হেৰুওৱা নৌসেনাক শেষ বিদায় পত্নীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.