• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কম দামত সোণ কিনিবলৈ ডুবাই, ছৌদি যাব নালাগে, আমাৰ ৰাজ্যৰ গাতে লাগি থকা এই দেশত একেবাৰে সস্তা সোণৰ দাম, কেনেকৈ ক্ৰয় কৰিব?

1 year ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

18 minutes ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

49 minutes ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

1 hour ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

3 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

4 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

5 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

6 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কম দামত সোণ কিনিবলৈ ডুবাই, ছৌদি যাব নালাগে, আমাৰ ৰাজ্যৰ গাতে লাগি থকা এই দেশত একেবাৰে সস্তা সোণৰ দাম, কেনেকৈ ক্ৰয় কৰিব?

কম দামত সোণ কিনিবলৈ ডুবাই, ছৌদি যাব নালাগে, আমাৰ ৰাজ্যৰ গাতে লাগি থকা এই দেশত একেবাৰে সস্তা সোণৰ দাম, কেনেকৈ ক্ৰয় কৰিব?

editor by editor
March 18, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কম দামত সোণ কিনিবলৈ ডুবাই, ছৌদি যাব নালাগে, আমাৰ ৰাজ্যৰ গাতে লাগি থকা এই দেশত একেবাৰে সস্তা সোণৰ দাম, কেনেকৈ ক্ৰয় কৰিব?
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হু হুকৈ বাঢ়িছে হালধীয়া ধাতুৰ দাম৷ চলিত বছৰত ১০ গ্ৰামৰ দামেই লাখ টকা চোৱাৰ সম্ভাৱনা আছে৷ কিন্তু জানেনে ডুবাই বা ছৌদী আৰৱতকৈয়ো সস্তাত সোণ পোৱা যায় ভাৰতৰ চুবুৰীয়া এই দেশত৷ ডুবাইতকৈ কম খৰচতেই এই দেশলৈ যাত্ৰা কৰিব পাৰিব আপুনি৷ ভাৰতৰ পশ্চিমবংগৰ সৈতে একেবাৰে সীমান্তত আছে এই দেশ৷

আপুনি সকলোতকৈ সস্তাত সোণ কিনিব পৰা দেশখন হৈছে ভুটান৷ ভুটান এছিয়াৰ আটাইতকৈ শান্তিপূৰ্ণ দেশ৷ প্ৰাকৃতিক সৌন্দৰ্য আৰু সুখী মানুহেৰে পৰিপূৰ্ণ এই দেশ৷ ইয়াতেই সোণত শুল্ক আমাৰ দেশতকৈ বহু কম৷ ভুটানত সোণৰ দাম কম হোৱাৰ কেইবাটাও বিশেষ কাৰণ আছে৷

শুল্কমুক্ত সোণ ক্ৰয়

ভুটানৰ অৰ্থ মন্ত্ৰণালয়ৰ অধীনত পৰিচালিত বিশেষ শুল্কমুক্ত দোকানৰ পৰা আপুনি সোণ ক্ৰয় কৰিব পাৰে৷ পৰ্যটকেও কোনো অতিৰিক্ত চাৰ্জ অবিহনেই এই দোকানসমূহৰ পৰা সোণ কিনিব পাৰে৷ ভুটানত সোণ ক্ৰয় কৰিবলৈ অৱশ্যে কিছুমান চৰ্ত পৰ্যটকে পূৰণ কৰিব লাগে৷ কমপক্ষেও এনিশা হোটেলত থাকিব লাগিব গ্ৰাহক৷ ক্ৰেতাসকলে তেওঁলোকে ক্ৰয় কৰা সোণৰ এখন চৰকাৰী ৰচিদ সংগ্ৰহ কৰিব লাগিব৷ যদি কোনো ব্যক্তিয়ে ভূটানত সোণ কিনিব খোজে তেন্তে তেওঁলোকে তাত মাৰ্কিন ডলাৰত অৰ্থ প্ৰদান কৰিব লাগিব৷ অৱশ্যে ভাৰতীয় পৰ্যটকে অতিৰিক্ত সুবিধা ভোগ কৰিব পাৰিব৷ ভাৰতীয় পৰ্যটকে কেৱল ১২০০-১৮০০ SDF দিব লাগিব৷ সাম্প্ৰতি বছৰসমূহত ভুটানত সোণ ক্ৰয় কৰিবলৈকে বহু মানুহে যাত্ৰা কৰাও পৰিলক্ষিত হৈছে৷

আজিৰ তাৰিখত যদি চোৱা হয় তেন্তে ভুটানত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ দাম ৮,৩৭৬.৬১/  বিটিএন৷ প্ৰতি ৮ গ্ৰামত ৬৭,০১২.৮৯/- বিটিএন। ১০ গ্ৰামৰ দাম ৮৩,৭৬৬.১১-বিটিএন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

April 10, 2026
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

April 10, 2026
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

April 10, 2026
Next Post
ঔৰঙ্গজেৱ বিতৰ্কক লৈ কঁপিছে মহাৰাষ্ট্ৰ, ১০টাকৈ এলেকাত জাৰি কাৰ্ফিউ, গ্ৰেপ্তাৰ ১৫গৰাকী

ছাত্ৰীক শয্যাসংগী! পেন ড্ৰাইভ ভৰি আছে ৫৯টা গোপন ভিডিঅ’ৰে, অধ্যাপকৰ কুকীৰ্তিৰ লিষ্ট লৈ আৰক্ষীৰ ওচৰত ভুক্তভোগী, তাৰপিছত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন