• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাইত নহয় আগষ্টত লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে ভাল খবৰ! কি এই ভাল খবৰ?

জুলাইত নহয় আগষ্টত লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে ভাল খবৰ! কি এই ভাল খবৰ?

4 years ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

2 minutes ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

39 minutes ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

3 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

3 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

4 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

4 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

5 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

5 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

5 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

6 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

6 hours ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জুলাইত নহয় আগষ্টত লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে ভাল খবৰ! কি এই ভাল খবৰ?

editor by editor
July 18, 2022
in বিবিধ, ভাৰত
0
জুলাইত নহয় আগষ্টত লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে ভাল খবৰ! কি এই ভাল খবৰ?
0
SHARES
12.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ বাবে ২০২২ বৰ্ষৰ বাবে Dearness Allowance দ্বিতীয়বাৰৰ বাবে ঘোষণা কৰিবলৈ ওলাইছে। বৰ্তমান কেন্দ্ৰীয় কৰ্মচাৰীয়ে লাভ কৰিছে ৩৪ শতাংশ ডি এ। আগষ্ট মাহৰ প্ৰথম সপ্তাহত ডিএ বৃদ্ধি ৪% হোৱাৰ সম্ভাৱনা আছে।

যোৱা এবছৰৰ ভিতৰত এইচ আৰ এলে ডিয়াৰনেছ ভাট্টাত বৃহৎ পৰিৱৰ্তন সাধিছিল। ইফালে ২০২০ চনৰ পৰা ২০২১ চনৰ জুন মাহলৈকে কেন্দ্ৰীয় কৰ্মচাৰীসকলে ১৮ মাহৰ বকেয়া ধন পাবলৈ বাকী আছে।

২০২১ চনৰ জুলাই মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰে Dearness Allowance ১১% বৃদ্ধি কৰিছিল। তাৰ পিছতো পুনৰ দুবাৰকৈ এই ভাট্টা বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় কৰ্মচাৰীৰ বৰ্তমান ডিয়াৰনেছ ভাট্টা ৩৪ শতাংশ। কিন্তু, ডেৰ বছৰ ধৰি নিথৰ হৈ থকা ডি এৰ বকেয়া ধনৰ বিষয়ে কোনো চৰ্চা হোৱা নাই। চৰকাৰে স্পষ্ট কৰি দিছে যে কৰ’না বাবে বিগত সময়ত ডিয়াৰনেছ ভাট্টা একেটা নিৰিখতে আছিল।

লগতে পঢ়ক দলঙৰ ৰেলিং ভাঙি নদীত পৰিল যাত্ৰীভর্তি বাছ, ১৩ জন লোকৰ মৃত্যু, বহু যাত্ৰী সন্ধানহীন!

উল্লেখ্য যে ২০২১ চনত ১৪ জুলাইত অনুষ্ঠিত কেবিনেট বৈঠকত একেলগে ১১ শতাংশ বৃদ্ধি কৰা হৈছিল ডিয়াৰনেছ ভাট্টা। ২০২১ চনৰ ১ জুলাইৰ পৰা ইয়াক কাৰ্যকৰী কৰা হৈছিল। ২০২০ চনৰ জানুৱাৰী, ২০২০ চনৰ জুন আৰু ২০২১ চনৰ জানুৱাৰী মাহৰ ডিয়াৰনেছ ভাট্টা কৰ’নাৰ বাবে ফ্ৰীজ কৰি ৰখা হৈছিল।

যোৱা বছৰ যেতিয়া কৰ’নাকালীন নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছিল তেতিয়া চৰকাৰে এই বিষয়ে ঘোষণা কৰিছিল। কিন্তু, ডিএ এৰিয়াৰৰ কেতিয়া প্ৰদান কৰা হ’ব সেই বিষয়ে চৰকাৰে অদ্যপি কোনো ঘোষণা কৰা নাই। যদি চৰকাৰে ১৮ মাহৰ বকেয়া মুকলি কৰি দিয়ে তেন্তে কৰ্মচাৰীসকলক এককালীন বকেয়া ১১ শতাংশ দিয়া হ’ব পাৰে।

মে’ মাহৰ এআইচিপিআইৰ তথ্যৰ পৰা স্পষ্ট যে ২০২২ চনৰ জুলাই মাহত ডিএ বৃদ্ধি কমেও ৪ শতাংশ হ’ব। অৰ্থাৎ ৭ম দৰমহা আয়োগৰ অধীনত ৪ শতাংশ বৃদ্ধিৰে মুঠ ডি এ ৩৮ শতাংশলৈ বৃদ্ধি হ’ব।

লগতে পঢ়ক ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা কেনেকৈ কৰা হয়?

২০২২ চনৰ মে’ মাহলৈকে শ্ৰম মন্ত্ৰালয়ৰ এআইচিপিআইৰ পৰিসংখ্যা ১২৯টাত উপনীত হৈছে। ২০২২ চনৰ জুন মাহৰ পৰিসংখ্যা এতিয়াও প্ৰকাশ পোৱা নাই। বিশেষজ্ঞসকলৰ মতে ডিয়াৰনেছ ভাট্টা ৪ শতাংশ বৃদ্ধি হোৱাৰ কথা। চৰকাৰে আগষ্ট মাহৰ প্ৰথম সপ্তাহত ইয়াৰ ঘোষণা কৰিব পাৰে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে এই ঘোষণা জুলাইতে কৰিব বুলি সংবাদ মাধ্যমত চৰ্চা লাভ কৰিলেও অদ্যপি এতিয়ালৈকে এই সম্পৰ্কীয় কোনো ঘোষণা কৰা নাই৷ কিন্তু শেহতীয়াকৈ চৰকাৰে আগষ্ট মাহৰ প্ৰথম সপ্তাহত এই ঘোষণা কৰিব বুলি কোৱা হৈছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 7th Pay Commissionasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in Assamcentral govt employeesDA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
জীৱনশৈলী

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

March 27, 2026
Next Post
কেৱল TET উত্তীৰ্ণ শিক্ষকেহে পঢ়াব পাৰিব মাদ্ৰাছাত

কেৱল TET উত্তীৰ্ণ শিক্ষকেহে পঢ়াব পাৰিব মাদ্ৰাছাত

কোন ধৰ্মীয় নাৰী-পুৰুষ বিবাহৰ প্ৰতি অনাগ্ৰহী? বিয়াৰ পাছতো সন্তান জন্ম দিব নিবিচাৰে!

কোন ধৰ্মীয় নাৰী-পুৰুষ বিবাহৰ প্ৰতি অনাগ্ৰহী? বিয়াৰ পাছতো সন্তান জন্ম দিব নিবিচাৰে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.