• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Google Map: আমেৰিকা জাপানৰ সৈতে একে শাৰীতে ভাৰত, ভাৰতক কি সুবিধা দিছে গুগলে?

Google Map: আমেৰিকা জাপানৰ সৈতে একে শাৰীতে ভাৰত, ভাৰতক কি সুবিধা দিছে গুগলে?

4 years ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

2 minutes ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

17 minutes ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

45 minutes ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

2 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

2 hours ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

3 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

3 hours ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

4 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

5 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

6 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

6 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

Google Map: আমেৰিকা জাপানৰ সৈতে একে শাৰীতে ভাৰত, ভাৰতক কি সুবিধা দিছে গুগলে?

editor by editor
June 15, 2022
in প্ৰযুক্তি, ভাৰত
0
Google Map: আমেৰিকা জাপানৰ সৈতে একে শাৰীতে ভাৰত, ভাৰতক কি সুবিধা দিছে গুগলে?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুগল মেপে অচিনাকি পথত গাড়ী চলাচল কৰা পদ্ধতিত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। ট্ৰেফিক জামৰ পৰা ট্ৰেফিক ফ্ৰীলৈকে গুগল মেপে আগতীয়াকৈ সতৰ্কবাণী দিয়ে। এইবাৰ এই সুবিধা প্ৰদানৰ তালিকাখন বহল কৰা হৈছে। এতিয়াৰ পৰা গুগল মেপেও ক’ব যিকোনো পথত কিমান টোল টেক্স দিব লাগিব।

বিশ্বৰ অন্যতম আগশাৰীৰ আই টি কোম্পানী গুগলে চলিত বৰ্ষৰ এপ্ৰিল মাহত এই সেৱা মুকলি কৰাৰ কথা ঘোষণা কৰিছিল। প্ৰায় দুমাহৰ পিছত গুগলে এণ্ড্ৰইড আৰু আইঅ’এছ চফ্টৱেৰৰ বাবে এই সেৱা মুকলি কৰিছে।

লগতে পঢ়ক প্ৰেমিকাক প্ৰতাৰণা! অন্য যুৱতীৰ বাবে ৫০ লাখ টকা খৰচ! প্ৰেমিকাই কি শাস্তি দিলে প্ৰেমিকক?

এই সেৱাত যাত্ৰীসকলে মোবাইলতে চাব পাৰিব কোনটো পথত টোল দিব লাগিব আৰু কোনটো পথত টোল দিব নালাগে। সঠিক তথ্য আহৰণৰ বাবে গুগলে নিয়মীয়াকৈ স্থানীয় টোল বুথৰ সৈতে যোগাযোগ কৰিব।

ভাৰতৰ উপৰিও গুগলে আমেৰিকা, জাপান আৰু ইণ্ডোনেছিয়াতো এই সেৱা আৰম্ভ কৰিছে। গুগলৰ কাৰ্যবাহীসকলৰ মতে, তেওঁলোকে ভৱিষ্যতে আন দেশলৈও এই সেৱা সম্প্ৰসাৰণ কৰিব। এই সেৱাৰ উপৰি এতিয়াৰ পৰা গুগল মেপত বিভিন্ন চহৰৰ ‘এয়াৰ কুৱালিটি ইনডেক্স’ও দেখুওৱা হ’ব।

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamgoogleGoogle Map
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ
প্ৰযুক্তি

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

March 23, 2026
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ
প্ৰযুক্তি

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

March 23, 2026
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম
বাণিজ্য

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

March 22, 2026
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন
জীৱনশৈলী

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

March 22, 2026
Next Post
দেশত শীঘ্ৰেই আৰম্ভ হ’ব 5G ইন্টাৰনেট সেৱা, ইয়াৰ স্পীড হ’ব কেনেকুৱা?

দেশত শীঘ্ৰেই আৰম্ভ হ’ব 5G ইন্টাৰনেট সেৱা, ইয়াৰ স্পীড হ’ব কেনেকুৱা?

নিৱনুৱাৰ বাবে পুনৰ সুখবৰ! কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদৰ বাবে আবেদন পত্ৰ আহ্বান

নিৱনুৱাৰ বাবে পুনৰ সুখবৰ! কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদৰ বাবে আবেদন পত্ৰ আহ্বান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.