• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
governor-of-meghalaya-taught-so-called-godi-media-in-talk-show

প্ৰসংগ: আকৌ গোদি মিডিয়া। এইবাৰ গোদি মিডিয়াক শিক্ষা দিলে মেঘালয়ৰ ৰাজ্যপালে

4 years ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

23 minutes ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

51 minutes ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

1 hour ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

3 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

3 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

5 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

5 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

6 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

7 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

7 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰসংগ: আকৌ গোদি মিডিয়া। এইবাৰ গোদি মিডিয়াক শিক্ষা দিলে মেঘালয়ৰ ৰাজ্যপালে

editor by editor
November 23, 2021
in ভাৰত, ৰাজনীতি
0
governor-of-meghalaya-taught-so-called-godi-media-in-talk-show

governor-of-meghalaya-taught-so-called-godi-media-in-talk-show

0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ গোদি মিডিয়া বুলি ক’লেই এতিয়া দেশত সচেন ৰাইজৰ মুখত দেখা পোৱা যায় এক আমনিদায়ক আৰু পুতৌ লগা চাৱনি। কিয়নো দেশত বাতৰি প্ৰচাৰৰ নাম লৈ গোদি মিডিয়াই কি পৰিস্থিতিৰ সৃষ্টি কৰিছে সেয়া হয়তো প্ৰতিগৰাকী দেশবাসীয়ে বুজি উঠিছে । সেয়ে মোদী ভক্তসকলৰ বাহিৰে এতিয়া গোদি মিডিয়াই সকলো ফালে থু থুৰ সন্মুখীন হ’ব লগা হৈছে। ঠিক পূৰ্বৰ দৰে এইবাৰো আকৌ চূড়ান্ত অপমানৰ সন্মুখীন হ’ব লগা হ’ল গোদি মিডিয়াখ্যাত এটা ব্যক্তিগত টিভি চেনেলৰ এজন এংকৰ। সুশান্ত সিনহা নামৰ এজন এংকৰে নিজে পৰিচালনা কৰা এটা অনুষ্ঠানলৈ পেনেল অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছিল মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকক। কিন্তু অনুষ্ঠানৰ মাজতে এংকৰ সুশান্ত সিনহাই মেজাজী স্বভাৱেৰে ৰাজ্যপালক প্ৰশ্ন কৰিছিল যে কৃষক আন্দোলনক যদি আপুনি সমৰ্থন কৰে তেন্তে কিয় আপুনি ৰাজ্যপালৰ পদ ত্যাগ কৰি কৃষক আন্দোলনক পুৰ্ণ সমৰ্থন নকৰে? এংকৰৰ এই প্ৰশ্নতে খৰ্গহস্ত হৈ পৰা ৰাজ্যপাল মালিকে লগে লগে নিজৰ দেহত লগাই থোৱা মাইক খুলি অনুষ্ঠান ত্যাগ কৰাৰ লগতে বক্তব্য ৰাখে যে যদি মই পদত্যাগ কৰিব লাগে তেন্তে মোক এই নিৰ্দেশ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিয়ে দিব লাগিব। এজন টিভি এংকৰে এই সন্দৰ্ভত মোক কিয় প্ৰশ্ন কৰিব এই অনুষ্ঠানত। ইয়াৰ ওপৰিও ভৱিষ্যতে এনে অনুষ্ঠানলৈ নিমন্ত্ৰণ নিদিয়াৰ উপৰি এনে টিভি চেনেলৰ সাংবাদিক ভৱিষ্যতে চৌহদত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিবলৈ অন কেমেৰাতে উল্লেখ কৰি যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bjp newsgodi mediamodi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
bitcoin

ক্ৰিপ্টকাৰেন্সীত নিৱেশ কৰাসকলৰ বাবে নতুন নিয়ম! ভাৰতত এতিয়াৰে পৰা চৰকাৰে নিয়ন্ত্ৰণ কৰিব ডিজিটেল কাৰেন্সী

মৰ্মান্তিক! চলন্ত বাছত জুই লাগি অগ্নিদগ্ধ ৪৫গৰাকী

মৰ্মান্তিক! চলন্ত বাছত জুই লাগি অগ্নিদগ্ধ ৪৫গৰাকী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.