• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেৱগুৰু বৃহস্পতিৰ স্থান সলনি! ২০২৬ পৰ্যন্ত সুখৰ বন্যা এই ৩ৰাশিৰ জীৱনত, কোনে কোনে গঢ়িব অৰ্থসম্পদ?

দেৱগুৰু বৃহস্পতিৰ স্থান সলনি! ২০২৬ পৰ্যন্ত সুখৰ বন্যা এই ৩ৰাশিৰ জীৱনত, কোনে কোনে গঢ়িব অৰ্থসম্পদ?

10 months ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

23 minutes ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

38 minutes ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

1 hour ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

2 hours ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

2 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

3 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

3 hours ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

4 hours ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

4 hours ago
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

4 hours ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

6 hours ago
সাজঘৰ

সাজঘৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেৱগুৰু বৃহস্পতিৰ স্থান সলনি! ২০২৬ পৰ্যন্ত সুখৰ বন্যা এই ৩ৰাশিৰ জীৱনত, কোনে কোনে গঢ়িব অৰ্থসম্পদ?

দেৱগুৰু বৃহস্পতিৰ স্থান সলনি! ২০২৬ পৰ্যন্ত সুখৰ বন্যা এই ৩ৰাশিৰ জীৱনত, কোনে কোনে গঢ়িব অৰ্থসম্পদ?

editor by editor
August 13, 2025
in জীৱনশৈলী
0
দেৱগুৰু বৃহস্পতিৰ স্থান সলনি! ২০২৬ পৰ্যন্ত সুখৰ বন্যা এই ৩ৰাশিৰ জীৱনত, কোনে কোনে গঢ়িব অৰ্থসম্পদ?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষমতে যেতিয়া গুৰু গ্ৰহ বৃহস্পতিয়ে এটা ৰাশিৰ পৰা অন্য ৰাশিলৈ ঘৰ সলনি কৰে তেতিয়া তাৰ প্ৰভাৱ ১২ ৰাশিৰ ওপৰত পৰে৷ ১৩ আগষ্ট ২০২৫ তাৰিখে গুৰু গ্ৰহই নক্ষত্ৰ পৰিবৰ্তন কৰিছে৷ একে সময়তে ১৩ আগষ্টৰ পুৱা ৫.৪৪ মিনিটত বৃহস্পতিয়ে পুনৰ্বাসু নক্ষত্ৰত গোচৰ কৰিছে৷ পঞ্চাঙ্গ অনুসৰি গুৰুৱে ১৮ জুন ২০২৬ তাৰিখৰ সন্ধিয়া পৰ্যন্ত এই নক্ষত্ৰত অৱস্থান কৰিব৷ বৃহস্পতিৰ এই নক্ষত্ৰ পৰিবৰ্তনণ কাৰণে কিছু ৰাশিৰ জাতক জাতিকাই শুভ ফল ভোগ কৰিব পাৰে৷ অৱশ্যে এই পৰিবৰ্তনৰ বাবে কেইটামান ৰাশিৰ জাতকে অশুভ ফলো পাব পাৰে৷ গুৰু বৃহস্পতিক পুৰ্নবাসু নক্ষত্ৰৰ অধিপতি হিচাপে বিবেচনা কৰা হয়৷ জানি থওক এই পৰিবৰ্তনৰ ফলত কোন কোনো ৰাশিৰ জাতক লাভাম্বিত হব?

কৰ্কট ৰাশি

গুৰু বৃহস্পতিয়ে পুনৰ্বাসু নক্ষত্ৰত পৰিবৰ্তন কৰাৰ বাবে কৰ্কট ৰাশিৰ জাতক লাভাম্বিত হব৷ এই ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল খবৰ আহিব পাৰে৷ কেৰিয়াৰত উন্নতি কৰিব৷ আপোনাৰ বিৰোধীয়েও আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে৷ এই সময়ত সমাজত আপোনাৰ প্ৰতিপত্তি আৰু সন্মান বৃদ্ধি পাব৷

মেষ ৰাশি

গুৰু বৃহস্পতিয়ে পুনৰ্বাসু নক্ষত্ৰত পৰিবৰ্তন কৰাৰ ফলত মেষ ৰাশিৰ জাতক লাভাম্বিত হব৷ আৰ্থিক অৱস্থা ভালে থাকিব আৰু আপুনি আপোনাৰ ব্যয় নিয়ন্ত্ৰণ কৰিব পাৰিব৷ এই সময়ত আপুনি ব্যৱসায় সম্পৰ্কিত কিছু সুসংবাদ লাভ কৰিব পাৰে৷ আপোনাৰ সাহসৰ সৈতে আপুনি সৰু সৰু সমস্যাও নিজেই সমাধান কৰিব পাৰিব৷ ইয়াৰ সৈতে আপুনি পৰিয়ালৰ সৈতেও সময় কটাব পাৰিব৷

কন্যা ৰাশি

গুৰু বৃহস্পতিয়ে পুনৰ্বাসু নক্ষত্ৰত পৰিবৰ্তন কৰাৰ ফলত কন্যা ৰাশিৰ জাতক লাভাম্বিত হব৷ অৰ্থৰ নতুন উৎস তৈয়াৰ হব৷ আপুনি কৰ্মক্ষেত্ৰত সাফল্য অৰ্জন কৰিব আৰু আপোনাৰ শত্ৰুকো পৰাজিত কৰিব পাৰিব৷ এই সময়ত আপুনি পূৰ্ণ আত্মবিশ্বাসৰ সৈতে অফিচত ভাল পাৰ্ফৰমেন্স দেখুৱাব পাৰিব৷ ইয়াৰোপৰি আপোনাৰ কামৰ সৈতে সম্পৰ্কিত ভ্ৰমণো এই সময়ত হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?
জীৱনশৈলী

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

June 7, 2026
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে
জীৱনশৈলী

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

June 7, 2026
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ
জীৱনশৈলী

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

June 7, 2026
সাজঘৰ
অসম

সাজঘৰ

June 7, 2026
Next Post
দৈনিক পৰ্যাপ্ত পানী খালেও শৰীৰত পানীৰ ঘাটি অনুভৱ হয়? ক্লান্তি, পেশী টানি ধৰা আদি সমস্যাই দেখা দিয়ে? কিয় এনে হয়? কেনেকৈ এই সমস্যা দূৰ কৰিব?

দৈনিক পৰ্যাপ্ত পানী খালেও শৰীৰত পানীৰ ঘাটি অনুভৱ হয়? ক্লান্তি, পেশী টানি ধৰা আদি সমস্যাই দেখা দিয়ে? কিয় এনে হয়? কেনেকৈ এই সমস্যা দূৰ কৰিব?

ইণ্ডিগোৰ বিমানতো সুৰক্ষিত নহয় যাত্ৰী! ১৭০০ পাইলটৰ ছিমুলেটৰ প্ৰশিক্ষণত ত্ৰুটি ধৰা পৰিছে, ইণ্ডিগোক শ্ব’কজ DGCAৰ

ইণ্ডিগোৰ বিমানতো সুৰক্ষিত নহয় যাত্ৰী! ১৭০০ পাইলটৰ ছিমুলেটৰ প্ৰশিক্ষণত ত্ৰুটি ধৰা পৰিছে, ইণ্ডিগোক শ্ব’কজ DGCAৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.