• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হজযাত্ৰাৰ বাবে সাজু হৈছে যদি এই খবৰ আপোনাৰ বাবে! ভাৰতীয় হজযাত্ৰীলৈ আছে ভালখবৰ, নতুন সিদ্ধান্ত লৈছে ছৌদী চৰকাৰে

হজযাত্ৰাৰ বাবে সাজু হৈছে যদি এই খবৰ আপোনাৰ বাবে! ভাৰতীয় হজযাত্ৰীলৈ আছে ভালখবৰ, নতুন সিদ্ধান্ত লৈছে ছৌদী চৰকাৰে

1 year ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

3 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

4 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

4 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

6 hours ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

6 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

7 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

8 hours ago
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

9 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

10 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হজযাত্ৰাৰ বাবে সাজু হৈছে যদি এই খবৰ আপোনাৰ বাবে! ভাৰতীয় হজযাত্ৰীলৈ আছে ভালখবৰ, নতুন সিদ্ধান্ত লৈছে ছৌদী চৰকাৰে

হজযাত্ৰাৰ বাবে সাজু হৈছে যদি এই খবৰ আপোনাৰ বাবে! ভাৰতীয় হজযাত্ৰীলৈ আছে ভালখবৰ, নতুন সিদ্ধান্ত লৈছে ছৌদী চৰকাৰে

editor by editor
June 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
হজযাত্ৰাৰ বাবে সাজু হৈছে যদি এই খবৰ আপোনাৰ বাবে! ভাৰতীয় হজযাত্ৰীলৈ আছে ভালখবৰ, নতুন সিদ্ধান্ত লৈছে ছৌদী চৰকাৰে
0
SHARES
666
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি এইবাৰ হজলৈ যাম ভাৱিছে যদি এই খবৰ আপোনাৰ বাবেই৷ হজযাত্ৰাৰ সকলো বাধা নিষেধ আঁতৰাই দিলে ছৌদী আৰৱে৷ অৰ্থাৎ বাধাহীনভাৱে আপুনি যাব পাৰিব হজলৈ৷ এইবাৰ ১৫০খন দেশৰ ১.৬ মিলিয়ন ধৰ্মপ্ৰাণ মুছলমানে হজলৈ যাত্ৰা কৰিব৷ এই সকলৰ মাজত আছে ভাৰতীয় হজযাত্ৰীও৷ ছৌদী চৰকাৰে হজযাত্ৰাৰ বাবে যি নিষেধাজ্ঞা জাৰি কৰিছিল সকলোবোৰ নিৰ্দেশনা আঁতৰাই দিয়া হৈছে৷

চলিত বছৰত ভাৰতৰ পৰা ১.৭৫ লাখ মুছলমানে হজযাত্ৰাৰ বাবে নিজৰ নাম নথিভুক্ত কৰিছে৷ নাম অন্তৰ্ভূক্ত কৰা সকলে হজযাত্ৰীয়েই এইবাৰ যাব পাৰিব৷ কেন্দ্ৰৰ তৰফৰ পৰা কোৱা হৈছে যে ছৌদী চৰকাৰে নিষেধাজ্ঞা উঠাই লোৱাৰ পাছত তেওঁলোকেও সমস্ত ধৰণৰ ব্যৱস্থা কৰিছে৷ এইবাৰৰ হজ যাত্ৰা ঐতিহাসিক হব৷ ভাৰতসহ ১৪ খন দেশৰ নাগৰিকৰ বাবে নিৰ্দিষ্ট কিছু ভিছা প্ৰদান সাময়িকভাৱে স্থগিত কৰিছে ছৌদী আৰৱে৷ জুনৰ মাজ পৰ্যন্ত উমৰাহ, ব্যৱসায়িক আৰু পাৰিবাৰিক ভিছা নিদিয়ে বুলিও জনাই দিছে ছৌদীয়ে৷ অৰ্থাৎ হজ শেষ হোৱা পৰ্যন্ত ভিছা প্ৰদান বন্ধ থাকিব৷ ভাৰতক বাদ দি ভিছা নোপোৱাৰ তালিকাত আছে পাকিস্তান, বাংলাদেশ, মিছৰ, ইন্দোনেছিয়া, ইৰাক, নাইজেৰিয়া, জৰ্ডান, আলজেৰিয়া, চুডান, ইথিওপিয়া, টিউনিছিয়া, য়েমেন আৰু মৰক্কো৷

প্ৰতি বছৰে প্ৰতিখন দেশৰ বাবে এক নিৰ্দিষ্ট সংখ্যক হজযাত্ৰীৰ সংখ্যা বান্ধি দিয়ে ছৌদী আৰৱে৷ ভিৰ নিয়ন্ত্ৰণৰ বাবেই এই ব্যৱস্থা৷ কিন্তু একাংশ মানুহে এই ব্যৱস্থাক আওকান কৰি হজলৈ যায়৷ পূৰ্বেও এইক্ষেত্ৰত বহু সমস্যাই দেখা দিছে৷ বহুতেই উমৰাহ পাৰিবাৰিক ভিছা লৈ ছৌদীত প্ৰৱেশ কৰে৷ চৰকাৰী অনুমোদন অবিহনেই হজ কৰে বিদেশী বহু লোকে৷ যাৰ ফলত অতিৰিক্ত ভিৰ হয়৷ ছৌদীৰ তীব্ৰ গৰমত অতিৰিক্ত ভিৰৰ কাৰণে হজযাত্ৰীসকলৰ প্ৰাণৰ আশংকাও তৈয়াৰ হয়৷ ২০২৪ চনৰ হজৰ সময়ত এনে ঘটনাত কমেও ১২০০ গৰাকী হজযাত্ৰী পদপিষ্ট হৈ মৃত্যুৰ মুখত পৰিছিল৷ এই ধৰণৰ ঘটনা যাতে দুনাই নহয় তাৰবাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ছৌদী কৰ্তৃপক্ষই৷ কিন্তু উমৰাহ ভিছা যাৰ আছে তেওঁলোকে ১৩ এপ্ৰিল পৰ্যন্ত ছৌদীত প্ৰৱেশ কৰিব পাৰিব৷

ইয়াৰোপৰি ছৌদীৰ এই পদক্ষেপৰ আঁৰত আছে আন এক ডাঙৰ কাৰণ৷ অবৈধ কৰ্মসংস্থাপন ৰখোৱা৷ ছৌদী কৰ্তৃপক্ষৰ সূত্ৰৰ পৰা জনা গৈছে যে ব্যৱসায়িক বা পাৰিবাৰিক ভিছা লৈ ছৌদী আৰৱত প্ৰৱেশ কৰি বহু বিদেশী নাগৰিকে বিভিন্ন কামত ধৰে৷ যাৰবাবে ছৌদীৰ লোকৰ কিছু আপত্তি আছে৷ যাৰবাবেও এইবাৰ কঠোৰ হৈছে ছৌদী প্ৰশাসন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক
জীৱনশৈলী

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

July 31, 2026
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক
জীৱনশৈলী

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

July 31, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

July 31, 2026
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী
অসম

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

July 31, 2026
Next Post
সোনমৰ কেইবা কোটি টকাৰ ব্যৱসায়! প্ৰেমিক ৰাজে লাভ কৰিছিল মাত্ৰ ২০ হাজাৰ! ২০ লাখ টকাৰ লোভতেই হত্যাকাণ্ড? কি কৈছে আৰক্ষীয়ে

সোনমৰ কেইবা কোটি টকাৰ ব্যৱসায়! প্ৰেমিক ৰাজে লাভ কৰিছিল মাত্ৰ ২০ হাজাৰ! ২০ লাখ টকাৰ লোভতেই হত্যাকাণ্ড? কি কৈছে আৰক্ষীয়ে

গুগল মেপ অনুসৰণ কৰি যাত্ৰা কৰে নেকি? গুগল মেপ চাই যাত্ৰা কৰোতেই নিৰ্মীয়মান ফ্লাইঅভাৰত এনেকৈ ৰৈ গ’ল বাহন, ভাইৰেল ভিডিঅ’ দেখিলে আপোনাৰো বুকু কঁপি উঠিব

গুগল মেপ অনুসৰণ কৰি যাত্ৰা কৰে নেকি? গুগল মেপ চাই যাত্ৰা কৰোতেই নিৰ্মীয়মান ফ্লাইঅভাৰত এনেকৈ ৰৈ গ’ল বাহন, ভাইৰেল ভিডিঅ’ দেখিলে আপোনাৰো বুকু কঁপি উঠিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.