• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হৰিবংশ নাৰায়ণ হ’ব নেকি পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি! ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ

হৰিবংশ নাৰায়ণ হ’ব নেকি পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি! ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ

1 year ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

5 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

6 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

6 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

7 hours ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

8 hours ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

8 hours ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

9 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

10 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

11 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

12 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হৰিবংশ নাৰায়ণ হ’ব নেকি পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি! ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ

editor by editor
July 22, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
হৰিবংশ নাৰায়ণ হ’ব নেকি পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি! ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ
0
SHARES
340
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হৰিবংশ নাৰায়ণ হ’ব নেকি পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি! ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে পদত্যাগ কৰাৰ ২৪ ঘণ্টা পূৰ নহওঁতেই আজি ২২ জুলাই মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ নাৰায়ণে। যাৰ বাবে এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে হৰিবংশ নাৰায়ণে হ’ব নেকি দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি।

নিয়ম অনুসৰি ৰাজ্যসভাৰ অধ্যক্ষৰ পদ খালী হোৱাৰ পাছতে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে হৰিবংশ নাৰায়ণে। এনে পৰিস্থিতিত তেকেতকেই উপ-ৰাষ্ট্ৰপতি নিযুক্তি দিয়াৰ জল্পনা-কল্পনাও তীব্ৰতৰ হৈ পৰিছে।

জগদীপ ধনখৰৰ পদত্যাগৰ পিছত, সমগ্ৰ দেশতে পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতিৰ সম্ভাৱ্য চেহেৰা কোন হব পাৰে তাৰে ওপৰত আলোচনা আৰম্ভ হৈছে। এই ক্ষেত্ৰত এতিয়া হৰিবংশ নাৰায়ণৰ নাম সকলোতকৈ আগত বুলি বিবেচিত হৈছে।

এতিয়া সংসদৰ বাৰিষা অধিৱেশনৰ প্ৰথম দিনাই ধনখৰে হঠাতে পদত্যাগ কৰাৰ পাছত আজি মঙলবাৰে ৰাজ্যসভাৰ পুৱাৰ অধিৱেশন পৰিচালনা কৰে হৰিবংশ নাৰায়ণে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Draupadi MurmuHaribancha NarayanpresidentVice President
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?
জীৱনশৈলী

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

September 18, 2026
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!
জীৱনশৈলী

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

September 18, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

September 18, 2026
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?
নিয়োগ

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

September 18, 2026
Next Post
অৱতৰণৰ পাছতেই এয়াৰ ইণ্ডিয়াৰ বিমানত অগ্নিকাণ্ড, হাহাকাৰ

অৱতৰণৰ পাছতেই এয়াৰ ইণ্ডিয়াৰ বিমানত অগ্নিকাণ্ড, হাহাকাৰ

২০২৬ চনত পৃথিৱীবাসী কেইটাকৈ চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’ব, আৰু কেতিয়া গ্ৰহণ লাগিব

২০২৬ চনত পৃথিৱীবাসী কেইটাকৈ চন্দ্ৰগ্ৰহণৰ সাক্ষী হ'ব, আৰু কেতিয়া গ্ৰহণ লাগিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.