• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ চনত পৃথিৱীবাসী কেইটাকৈ চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’ব, আৰু কেতিয়া গ্ৰহণ লাগিব

২০২৬ চনত পৃথিৱীবাসী কেইটাকৈ চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’ব, আৰু কেতিয়া গ্ৰহণ লাগিব

1 year ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

50 minutes ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

1 hour ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

1 hour ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

2 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

3 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

3 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

4 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

5 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

6 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

7 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ চনত পৃথিৱীবাসী কেইটাকৈ চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’ব, আৰু কেতিয়া গ্ৰহণ লাগিব

editor by editor
July 22, 2025
in জীৱনশৈলী, বিনোদন, ভাৰত
0
২০২৬ চনত পৃথিৱীবাসী কেইটাকৈ চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’ব, আৰু কেতিয়া গ্ৰহণ লাগিব
0
SHARES
284
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনত পৃথিৱীবাসী কেইটাকৈ চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’ব, আৰু কেতিয়া গ্ৰহণ লাগিব

সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণক জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা বুলি গণ্য কৰা হয়। অৱশ্যে জ্যোতিষ আৰু ধৰ্মতো সূৰ্য আৰু চন্দ্ৰগ্ৰহণৰ কথা উল্লেখ আছে। বিজ্ঞানৰ মতে পৃথিৱী, সূৰ্য্য আৰু চন্দ্ৰ একেডাল সৰলৰেখাত উপস্থাপন হ’লে চন্দ্ৰগ্ৰহণ হয়, যাৰ ফলত পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰে আৰু চন্দ্ৰ পৃথিৱীৰ সম্পূৰ্ণ পিছফালে অৱস্থান কৰে।

সাধাৰণতে পূৰ্ণিমাৰ নিশা চন্দ্ৰগ্ৰহণ হয়। পাছে ২০২৬ চনত কেতিয়া আৰু কিমান চন্দ্ৰগ্ৰহণ হ’ব তথা পৃথিৱীবাসী কেইটাকৈ গ্ৰহণৰ সাক্ষী হৈ ৰব। লগতে ইয়াৰে কেই চন্দ্ৰগ্ৰহণ ভাৰতৰ পৰা দেখা যাব।

২০২৬ চনত মুঠ দুটা চন্দ্ৰগ্ৰহণ হ’ব, মাৰ্চ মাহত প্ৰথম চন্দ্ৰগ্ৰহণ আৰু আগষ্ট মাহত দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ’ব। ইয়াত এটা সম্পূৰ্ণ আৰু আনটো আংশিক চন্দ্ৰগ্ৰহণ হ’ব।

প্ৰথম চন্দ্ৰগ্ৰহণ- ২০২৬ চনৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ ৩ মাৰ্চ মঙলবাৰে হ’ব। প্ৰথমটো গ্ৰহণ হ’ব আংশিক চন্দ্ৰগ্ৰহণ। ভাৰতীয় সময় অনুসৰি গ্ৰহণ সন্ধিয়া ৬:২৬ বজাৰ পৰা আৰম্ভ হৈ সন্ধিয়া ০৬:৪৬ বজাত অন্ত পৰিব। সূৰ্যগ্ৰহণৰ মুঠ সময়সীমা হ’ব ২০ মিনিট ২৮ ছেকেণ্ড।

এই সূৰ্যগ্ৰহণ এছিয়া, অষ্ট্ৰেলিয়া আৰু উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ দৰে দেশৰ পৰা দেখা যাব। ভাৰততো দৃশ্যমান হব এই গ্ৰহণ, ভাৰতৰ পৰা দেখা পোৱাৰ বাবে চন্দ্ৰগ্ৰহণৰ সুতক কাল ভাৰতত বৈধ হ’ব। পুৱা ০৯:৩৯ বজাৰ পৰা আৰম্ভ হ’ব সুতক কাল আৰু সন্ধিয়া ০৬:৪৬ বজাত শেষ হ’ব।

দ্বিতীয় চন্দ্ৰগ্ৰহণ- ২০২৬ চনৰ দ্বিতীয় চন্দ্ৰগ্ৰহণ ২৮ আগষ্ট শুকুৰবাৰে হব। কিন্তু দ্বিতীয়টো গ্ৰহণ ভাৰতৰ পৰা দেখা নাযাব। গতিকে ইয়াৰ সুতক কালো ভাৰতত বৈধ নহ’ব। উত্তৰ আৰু দক্ষিণ আমেৰিকা, ইউৰোপ আৰু আফ্ৰিকাৰ দৰে ঠাইৰ পৰা এই চন্দ্ৰগ্ৰহণ দেখা যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Lunar EclipseLunar Eclipse 2026
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…
বিনোদন

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

October 14, 2026
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক
জীৱনশৈলী

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

October 14, 2026
Next Post
শাওনৰ শিৱৰাত্ৰিত ২৪ বছৰ পাছত ৩ ৰাজযোগ, আজিৰ পৰাই মাটিও সোণ হ’ব ৫ৰাশিৰ ভাগ্যত

শাওনৰ শিৱৰাত্ৰিত ২৪ বছৰ পাছত ৩ ৰাজযোগ, আজিৰ পৰাই মাটিও সোণ হ’ব ৫ৰাশিৰ ভাগ্যত

পোষ্ট অফিচৰ RDত ৪২০০টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান টকা লাভ কৰিব আপুনি?

পোষ্ট অফিচৰ RDত ৪২০০টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান টকা লাভ কৰিব আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.