• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওনৰ শিৱৰাত্ৰিত ২৪ বছৰ পাছত ৩ ৰাজযোগ, আজিৰ পৰাই মাটিও সোণ হ’ব ৫ৰাশিৰ ভাগ্যত

শাওনৰ শিৱৰাত্ৰিত ২৪ বছৰ পাছত ৩ ৰাজযোগ, আজিৰ পৰাই মাটিও সোণ হ’ব ৫ৰাশিৰ ভাগ্যত

1 year ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

26 minutes ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

45 minutes ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

2 hours ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

13 hours ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

14 hours ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

15 hours ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

15 hours ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

15 hours ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

16 hours ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

16 hours ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

17 hours ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওনৰ শিৱৰাত্ৰিত ২৪ বছৰ পাছত ৩ ৰাজযোগ, আজিৰ পৰাই মাটিও সোণ হ’ব ৫ৰাশিৰ ভাগ্যত

শাওনৰ শিৱৰাত্ৰিত ২৪ বছৰ পাছত ৩ ৰাজযোগ, আজিৰ পৰাই মাটিও সোণ হ’ব ৫ৰাশিৰ ভাগ্যত

editor by editor
July 23, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
শাওনৰ শিৱৰাত্ৰিত ২৪ বছৰ পাছত ৩ ৰাজযোগ, আজিৰ পৰাই মাটিও সোণ হ’ব ৫ৰাশিৰ ভাগ্যত
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিমাহে এটাকৈ শিৱৰাত্ৰী পালিত হয়৷ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত শিৱৰাত্ৰি হিচাপে পালিত হয়৷ ১২ মাহৰ ১২ টা মাহিলী শিৱৰাত্ৰিৰ মাজত, মহাশিৱৰাত্ৰিৰ পাছত যি শিৱৰাত্ৰীৰ গুৰুত্ব সকলোতকৈ বেছি, সেয়া হৈছে শাওন মাহৰ শিৱৰাত্ৰী৷ শিৱৰ প্ৰিয় মাহ শাওনত শিৱৰাত্ৰী তিথিত মহাদেৱৰ বিশেষ আৰাধনা কৰে তেওঁৰ ভক্তসকলে৷

এই বছৰ শাওনত শিৱৰাত্ৰী পালিত হ’ব কাইলৈ ২৩ জুলাই বুধবাৰে৷ এই শাওনত শিৱৰাত্ৰীৰ গুৰুত্ব বহুতেই বেছি৷ এই শাওনৰ শিৱৰাত্ৰীৰ গুৰুত্ব বহুতেই বেছি৷ কাৰণ এই বছৰ শাওন শিৱৰাত্ৰীত ২৪ বছৰ পাছত একেলগে তিনিটা ৰাজযোগ পৰিছে৷ এই তিনিটা ৰাজযোগ হৈছে- মূল ত্ৰিকোণ ৰাজযোগ, মালব্য ৰাজযোগ আৰু গজকেশৰী ৰাজযোগ৷ ইয়াৰ পূৰ্বে ২০০১ চনৰ ১৮ জুলাইত মাহিলী শিৱৰাত্ৰীত এই শুভ যোগ আছে৷ জানি থওক মাহিলী শিৱৰাত্ৰীত তিনি ৰাজযোগৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

মাহিলী শিৱৰাত্ৰীত সৌভাগ্য লাভ বৃষ ৰাশিৰ

নিজৰ ৰাশি বৃষত অৱস্থান কৰি মালব্য ৰাজযোগ গঠন কৰিছে শুক্ৰই৷ ইয়াৰ প্ৰভাৱত মাহিলী শিৱৰাত্ৰীত সৌভাগ্যৰ শিখৰত থাকিব বৃষ ৰাশিৰ জাতক৷ মহাদেৱৰ কৃপাত বিপুল অৰ্থলাভ কৰিব পাৰিব আপুনি৷ যেনেকৈ সাফল্য লাভ কৰিব তেনেকৈ উন্নতি কৰাৰো সুযোগ পাব৷ উপাৰ্জন বাঢ়িব৷ সকলো কামতেই লাভৱান হ’ব৷

মাহিলী শিৱৰাত্ৰীত সৌভাগ্য লাভ মিথুন ৰাশিৰ

শাওন শিৱৰাত্ৰীত মিথুন ৰাশিত থাকিব গজকেশৰী ৰাজযোগ৷ বৃহস্পতি আৰু চন্দ্ৰই একেলগে মিথুন ৰাশিত অৱস্থান কৰি এই ৰাজযোগ গঠন কৰিব৷ এই সময়ত অতিৰিক্ত অৰ্থ উপাৰ্জন কৰিব পাৰিব মিথুন ৰাশিৰ জাতকে৷ সম্পদ, সমৃদ্ধি আৰু প্ৰতিপত্তি লাভ হব৷ অফিচত নিজৰ কামৰ বাবে প্ৰশংসা পাব৷ সকলোৰে সৈতে সম্পৰ্ক ভাল হ’ব৷

মাহিলী শিৱৰাত্ৰীত সৌভাগ্য লাভ কৰ্কট ৰাশিৰ

শাওন শিৱৰাত্ৰীত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতকে৷ চৰকাৰী চাকৰিত ডাঙৰ উন্নতি কৰাৰ সুযোগ পাব৷ নিজৰ বুদ্ধি আৰু সুন্দৰ ব্যৱহাৰ দি অন্যৰ মন জয় কৰিব পাৰিব৷ পৰিয়ালতো আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ প্ৰচুৰ অৰ্থলাভ হ’ব পাৰে৷

মাহিলী শিৱৰাত্ৰীত সৌভাগ্য লাভ বৃশ্চিক ৰাশিৰ

শাওনৰ শিৱৰাত্ৰীত মালব্য ৰাজযোগৰ প্ৰভাৱত ডাঙৰ আৰ্থিক লাভ কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ নতুন বাহন ক্ৰয় কৰিব পাৰে৷ পাৰ্টনাৰৰ পৰা প্ৰয়োজনীয় সাহায্য পাব৷ সংগীত আৰু শিল্পকলাৰ সৈতে যুক্তসকলৰ পৰা বিশেষ উন্নতি কৰাৰ সুযোগ পাব৷ দাম্পত্য জীৱনত প্ৰেম আৰু মাধুৰ্য থাকিব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷

মাহিলী শিৱৰাত্ৰীত সৌভাগ্য লাভ ধনু ৰাশিৰ

গজকেশৰী ৰাজযোগৰ প্ৰভাৱত শাওন শিৱৰাত্ৰীত লাভৱান হ’ব ধনু ৰাশিৰ জাতকৰ৷ এই ৰাশিৰ সপ্তম ঘৰত বৃহস্পতি চন্দ্ৰৰ উপস্থিতিৰ ফলত সন্মান, সমৃদ্ধি আৰু উচ্চপদ লাভ কৰিব৷ কেৰিয়াৰত উন্নতি কৰাৰ ওপৰিও আৰ্থিকভাৱে ডাঙৰ সাফল্য পাব৷ ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে৷ প্ৰমোছন লাভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!
ভাৰত

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

August 12, 2026
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?
জীৱনশৈলী

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

August 12, 2026
বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
Next Post
পোষ্ট অফিচৰ RDত ৪২০০টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান টকা লাভ কৰিব আপুনি?

পোষ্ট অফিচৰ RDত ৪২০০টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান টকা লাভ কৰিব আপুনি?

পানীত এই ৫বিধ সামগ্ৰী মিহলাইহে শিৱলিংগত ঢালিব, তুষ্ট হ’ব মহাদেৱ, দূৰ হ’ব সকলো সমস্যা

পানীত এই ৫বিধ সামগ্ৰী মিহলাইহে শিৱলিংগত ঢালিব, তুষ্ট হ’ব মহাদেৱ, দূৰ হ’ব সকলো সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.