• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অমিতাৰ বীজ

আপুনি অলাগতীয়াল বুলি পেলাই দিয়া অমিতাৰ বীজৰ মূল্য জানেনে? আছে অনেক ঔষধি গুণ

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

আপুনি অলাগতীয়াল বুলি পেলাই দিয়া অমিতাৰ বীজৰ মূল্য জানেনে? আছে অনেক ঔষধি গুণ

editor by editor
February 22, 2024
in স্বাস্থ্য
0
অমিতাৰ বীজ
0
SHARES
331
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফল-মূলৰ গুণাগুণ সকলোৰে জ্ঞাত। শৰীৰক প্ৰয়োজনীয় বহু উপাদান লাভ কৰা যায় ফল-মূলৰ পৰা। অমিতা বহু লোকৰে প্ৰিয়। পাচন তন্ত্ৰ সুস্থ ৰাখিবলৈ অমিতা খাবলৈ পৰামৰ্শ দিয়া হয়। অমিতাৰ আছে বহু ঔষধি গুণ। অমিতাৰ গুণাগুণ হয়তো আপোনালোকৰ জ্ঞাত। অমিতাৰ সমানেই ইয়াৰ বীজৰো আছে অনেক গুণ। অমিতা খাওতে হয়তো আপুনি ইয়াৰ বীজসমূহ পেলাই দিয়ে। কিন্তু অলাগতীয়াল বুলি পেলাই দিয়া অমিতাৰ বীজৰ মূল্য জানেনে?

বজাৰৰ সমান্তৰালভাবে অনলাইন এপসমূহতো উপলব্ধ অমিতাৰ বীজ। প্ৰতিকিলো অমিতাৰ শুকান বীজৰ মূল্য ১৫০০ ৰ পৰা ২০০০ টকা পৰ্যন্ত। কোনো কোনো বিশেষ প্ৰজাতিৰ অমিতাৰ বীজৰ মূল্য ইয়াতকৈও অধিক হোৱা দেখা যায়। শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে উত্তম এই অমিতাৰ বীজ। অমিতাৰ বীজত চৰ্বী, প্ৰটিন, ভিটামিন, জিংক, ফছফৰাছ, কেলচিয়ামৰ দৰে অনেক পোষক তত্ব পোৱা যায়।

অমিতাৰ বীজত পপাইন নামৰ এক এনজাইম পোৱা যায় যিয়ে পেটৰ বিভিন্ন সমস্যাৰ পৰা উপষম দিয়ে। গেছজনিত সমস্যা তথা আলচাৰ আদি বিভিন্ন সমস্যাৰ বাবে অমিতাৰ বীজ উপকাৰী। ভিটামিন চি যুক্ত এই বীজৰদ্বাৰা ইমিউন ব্যৱস্থা শক্তিশালী হয়। কেন্সাৰ প্ৰতিৰোধৰ বাবে এক মহৌষধ এই বীজ। অমিতাৰ বীজত থকা আইচ’থিয়’চাইনেট নামৰ যৌগই কেন্সাৰৰ কোশ বৃদ্ধি ৰোধ কৰে।

এণ্টি অক্সিডেণ্ট আৰু ভিটামিনেৰে ভৰপূৰ অমিতাৰ বীজে ছাল সম্বন্ধীয় সমস্যা দূৰ কৰে। চুলিৰ বৃদ্ধিৰ বাবেও উপকাৰী এই বীজ। ছাল আৰু চুলিৰ পৰিচৰ্যাৰ বাবে অমিতাৰ বীজৰ তেল ব্যৱহাৰ কৰিব পৰা যায়। অমিতাৰ বীজ কিডনীৰ বাবেও উপকাৰী। এণ্টি অক্সিডেণ্টৰ লগতে অমিতাৰ বীজত ফ্লেৱ’নইড উপলব্ধ হয় যিয়ে শৰীৰক অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা ৰক্ষা কৰে। ইয়াৰদ্বাৰা ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে আৰু চকুৰ সমস্যাও লাঘৱ হয়।

বিভিন্ন পদ্ধতিৰে অমিতাৰ বীজ সেৱন কৰিব পৰা যায়। এই বীজসমূহ শুকাই গুড়ি কৰি জুচ বা গাখীৰৰ লগত মিহলাই খাব পাৰে। অথবা ৰাতিপুৱা এগিলাচ পানীত মিহলাইও এই বীজ সেৱন কৰিব পৰা যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: healthpapayapapaya seed benefitspapaya seeds
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ
জীৱনশৈলী

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

February 21, 2026
প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা
জীৱনশৈলী

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

February 4, 2026
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

January 29, 2026
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

January 24, 2026
Next Post
ঐশ্বৰ্য

ঐশ্বৰ্যক ৰাজনীতিলৈ টানি বিপদত ৰাহুল! উভতি ধৰিছে বলীউডৰ কণ্ঠশিল্পীয়ে

মহাকাশচাৰী

৪০ বছৰ পাচত পুনৰ মহাকাশলৈ যাব ভাৰতীয় মহাকাশচাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.