• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঐশ্বৰ্য

ঐশ্বৰ্যক ৰাজনীতিলৈ টানি বিপদত ৰাহুল! উভতি ধৰিছে বলীউডৰ কণ্ঠশিল্পীয়ে

3 years ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

59 minutes ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

1 hour ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

2 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

3 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

3 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

4 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

5 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

5 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

6 hours ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

6 hours ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ঐশ্বৰ্যক ৰাজনীতিলৈ টানি বিপদত ৰাহুল! উভতি ধৰিছে বলীউডৰ কণ্ঠশিল্পীয়ে

editor by editor
February 22, 2024
in ভাৰত, ৰাজনীতি
0
ঐশ্বৰ্য
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনে কাক খেদি ফুৰে? বিতৰ্কই ৰাহুলক নে ৰাহুলে বিতৰ্কক! দেশজুৰি ভাৰত জোড়ো ন্যায় যাত্ৰা কৰি ঘুৰি ফুৰা ৰাহুল গান্ধী এইবাৰ আন এক বিতৰ্কত। নিজৰ ৰাজনৈতিক স্বাৰ্থত বলীউড অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনক লক্ষ্য কৰি লয়। আৰু ইয়াৰ পাছতেই কঠোৰ সমালোচনাৰ সন্মুখীন হয় কংগ্ৰেছ নেতাগৰাকী। বলীউডৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে উভতি ধৰে ৰাহুল গান্ধীক।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিতাভ বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনক লক্ষ্য কৰি লয়। ৰাহুল গান্ধীৰ মন্তব্যক লৈ জাঙুৰ খাই উঠে বলীউডৰ কণ্ঠশিল্পী সোণা মহাপাত্ৰ। কণ্ঠশিল্পীগৰাকীয়ে সামাজিক মাধ্যমত ৰাহুল গান্ধীৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে। নিজৰ মুনাফা লাভৰ বাবে ৰাজনৈতিক নেতাসকলে মহিলাক অপমান কৰা বুলি ৰাহুলৰ ওপৰত খৰ্গহস্ত হয় সোণা মহাপাত্ৰ।

সোণা মহাপাত্ৰই নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টত নেতাসকলে কিছু মুনাফা লাভৰ বাবে নিজৰ ভাষণত মহিলাসকলক অপমান কৰা বুলি ক্ষোভ উজাৰে। ঐশ্বৰ্য ৰায় বচ্চনৰ পক্ষে থিয় দি সোণা মহাপাত্ৰই ৰাহুল গান্ধীক সমালোচনা কৰে। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ভাৰত জোড়ো ন্যায় যাত্ৰাকালত এক ভাষণত ৰাহুল গান্ধীয়ে ২২ জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ বিজেপিক কটাক্ষ কৰে।


ৰাম মন্দিৰৰ প্ৰসং উত্থাপন কৰি ৰাহুল গান্ধীয়ে কয় যে দেশৰ জনসংখ্যাৰ ৭৩ শতাংশ অ’বিচি আৰু দলিত লোকৰ কোনো উক্ত অনুষ্ঠানত উপস্থিত নাছিল আৰু তাত কেৱল ধনাঢ্য আৰু বলীউড তাৰকাসকলহে উপস্থিত আছিল। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অমিতাভ বচ্চন, ঐশ্বৰ্য ৰায় বচ্চন আৰু নৰেন্দ্ৰ মোদী উপস্থিত থকা বুলি কয় ৰাহুল গান্ধীয়ে। ৰাহুলে নিজৰ ভাষণত লগতে কয়, ‘টেলিভিশ্যনে কেৱল ঐশ্বৰ্যৰ নৃত্য দেখায়, দুখীয়াসকলৰ ক্ষেত্ৰত একো নেদেখায়।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aishwarya rai bachchanbharat jodo nyay yatrarahul gandhiram mandirsona mohapatra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন
অপৰাধ

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

September 22, 2026
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!
অপৰাধ

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

September 22, 2026
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ
অপৰাধ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

September 22, 2026
Next Post
মহাকাশচাৰী

৪০ বছৰ পাচত পুনৰ মহাকাশলৈ যাব ভাৰতীয় মহাকাশচাৰী

পাকিস্তান

সেনাই পাকিস্তানত সোমাই হত্যা কৰিলে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.