• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তান

সেনাই পাকিস্তানত সোমাই হত্যা কৰিলে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক

3 years ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

25 minutes ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

1 hour ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

2 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

3 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

4 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

5 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

13 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

13 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

14 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

15 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

15 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সেনাই পাকিস্তানত সোমাই হত্যা কৰিলে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক

editor by editor
February 29, 2024
in বিশ্ব
0
পাকিস্তান
0
SHARES
441
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে চৰম সংকটত আছে পাকিস্তান৷ এই সংকটৰ সময়তে আন এক বিপদৰ সন্মুখীন হ’ল ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখন৷ আকৌ পাকিস্তানত চাৰ্জিকেল ষ্ট্ৰাইক চলিল৷ পাক সীমান্ত পাৰ হৈ জইচ-অল-অদল নামৰ সন্ত্ৰাসবাদী গোটটোৰ কমাণ্ডৰক গুলীয়াই হত্যা কৰে আন এখন দেশৰ সেনাই৷ ইৰান সেনাই দাবী কৰা মতে পাকিস্তানৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী জইচ-অল-অদলৰ কমাণ্ডৰক হত্যা কৰিছে দেশখনৰ সেনাই৷ পাকিস্তানৰ ভূমিত পুৱতি নিশা ইৰান সেনাই প্ৰৱেশ কৰি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটোক গুলীয়াই হত্যা কৰে৷

উল্লেখ্য যে এই চাৰ্জিকেল ষ্ট্ৰাইকৰ পূৰ্বে ইৰানে পাকিস্তানত থকা জইচ-অল-অদলৰ সন্ত্ৰাসবাদী ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছিল৷ এই আক্ৰমণৰ পাছতে ইৰানক সতৰ্ক কৰি ভাবুকি দিছিল পাক চৰকাৰ তথা সেনাই৷ পাকিস্তানৰ সেই ভাবুকিৰ পাছতে ইৰান সেনাই পাক ভূমিত প্ৰৱেশ কৰি ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীটোক নিহত কৰে৷

‘অল আৰবীয়া’ নিউজৰ ৰিপ’ৰ্ট মতে ২০১২ চনত পাকিস্তানৰ জইচ-অল-অদল সংগঠনটোৰ জন্ম হৈছিল৷ এই সংগঠনটোৰ পাকিস্তানৰ বালুচিস্তানৰ পৰা ইৰানৰ দক্ষিণ-পূব প্ৰান্তৰ চিস্তানপৰ্যন্ত সক্ৰিয় হৈ আছে৷ পাকিস্তানত জন্ম লোৱা এই সংগঠনটোৱে প্ৰায়ে ইৰান সেনাৰ ওপৰত আক্ৰমণ কৰি আহিছিল৷ আনকি বিগত বছৰৰ ডিচেম্বৰ মাহত বালুচিস্তানৰ সমীপত সন্ত্ৰাসবাদী সংগঠনটোৱে এটা আৰক্ষী চকীত আক্ৰমণ কৰি বোমাৰে উৰুৱাই দিছিল৷ এই আক্ৰমণত ১১ জন আৰক্ষী নিহত হৈছিল৷ ইৰানে বাৰে বাৰে সংগঠনটোক সকীয়াই দিয়াৰ পাছতো ইৰান সেনাৰ ওপৰত আক্ৰমণ কমোৱা নাছিল জইচ-অল-অদলে৷ যাৰ বাবে চাৰ্জিকেল ষ্ট্ৰাইক চলা পাকিস্তানৰ ভূমিতেই সন্ত্ৰাসবাদী সংগঠনটোৰ কমাণ্ডৰক হত্যা কৰে ইৰানে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iranpakistansurgical strike
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী
বিশ্ব

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

October 14, 2026
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী
ভাৰত

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

October 13, 2026
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!
বিজ্ঞান

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

October 12, 2026
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু
বিশ্ব

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

October 12, 2026
Next Post
বিয়া

বিয়াত বাধা বা বিলম্ব হৈছে নেকি? তেন্তে এইকেইটা কাম কৰক…

অনন্ত আম্বানি

আঢ়ৈ হাজাৰ অতিথি, ২৭৫ বিধ ব্যঞ্জন... অনন্ত আম্বানিৰ বিয়াত আৰু কি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.