• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অমিতাৰ বীজ

আপুনি অলাগতীয়াল বুলি পেলাই দিয়া অমিতাৰ বীজৰ মূল্য জানেনে? আছে অনেক ঔষধি গুণ

1 year ago
সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? ছেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?

সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? ছেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?

6 hours ago
৯ জুলাইত গুৰু উদয়ৰ সৈতে আৰম্ভ হ’ব ৫ৰাশিৰ সোণালী সময়, লগতে পাব পদ প্ৰতিষ্ঠা

৯ জুলাইত গুৰু উদয়ৰ সৈতে আৰম্ভ হ’ব ৫ৰাশিৰ সোণালী সময়, লগতে পাব পদ প্ৰতিষ্ঠা

7 hours ago
দাঢ়ি কাটিবলৈ অনিচ্ছুক স্বামী! প্ৰতিশোধ ল’বলৈ স্বামীৰ দাঢ়ি নথকা ভায়েকৰ সৈতে পলাল ন বোৱাৰী

দাঢ়ি কাটিবলৈ অনিচ্ছুক স্বামী! প্ৰতিশোধ ল’বলৈ স্বামীৰ দাঢ়ি নথকা ভায়েকৰ সৈতে পলাল ন বোৱাৰী

7 hours ago
জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

9 hours ago
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে

9 hours ago
এবাৰ ৩০০০ ৰিছাৰ্জ কৰি বছৰটো ঘূৰি ফুৰক আপুনি, কি কি নতুন সুবিধা আপোনাৰ বাবে?

এবাৰ ৩০০০ ৰিছাৰ্জ কৰি বছৰটো ঘূৰি ফুৰক আপুনি, কি কি নতুন সুবিধা আপোনাৰ বাবে?

10 hours ago
এইবাৰ আহাৰৰ গুপ্ত নৱৰাত্ৰি কেতিয়াৰে পৰা আৰম্ভ হ’ব? দুৰ্গাক আৰাধনা কৰাৰ সঠিক সময় আজিয়েই জানি থওক

এইবাৰ আহাৰৰ গুপ্ত নৱৰাত্ৰি কেতিয়াৰে পৰা আৰম্ভ হ’ব? দুৰ্গাক আৰাধনা কৰাৰ সঠিক সময় আজিয়েই জানি থওক

10 hours ago
মাহত এবাৰ শাৰীৰিক মিলনতেই বাঢ়ে হৃদৰোগৰ আশংকা! কিমান সংগমত সুস্থ থাকে হাৰ্ট? চমকি উঠা কি বাখ্যা দিলে ফিটনেছ প্ৰশিক্ষকে

মাহত এবাৰ শাৰীৰিক মিলনতেই বাঢ়ে হৃদৰোগৰ আশংকা! কিমান সংগমত সুস্থ থাকে হাৰ্ট? চমকি উঠা কি বাখ্যা দিলে ফিটনেছ প্ৰশিক্ষকে

11 hours ago
৭০ ভৰি সোণ, ৮০ হাজাৰ টকা… আহমেদাবাদৰ দুৰ্ঘটনাস্থলত কি কি মূল্যবান সামগ্ৰী উদ্ধাৰ?

৭০ ভৰি সোণ, ৮০ হাজাৰ টকা… আহমেদাবাদৰ দুৰ্ঘটনাস্থলত কি কি মূল্যবান সামগ্ৰী উদ্ধাৰ?

12 hours ago
মাজত মাত্ৰ দুদিন, শনি-মঙল যোগত ডাঙৰ বিপদ আহি আছে এই ৫ৰাশিৰ, আজিৰ পৰাই সাৱধান হওক এইকেইটা ৰাশিৰ জাতক

মাজত মাত্ৰ দুদিন, শনি-মঙল যোগত ডাঙৰ বিপদ আহি আছে এই ৫ৰাশিৰ, আজিৰ পৰাই সাৱধান হওক এইকেইটা ৰাশিৰ জাতক

12 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

1 day ago
এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক ক’ত কেনেকৈ বিনিয়োগ কৰিব?

এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক ক’ত কেনেকৈ বিনিয়োগ কৰিব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 19, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

আপুনি অলাগতীয়াল বুলি পেলাই দিয়া অমিতাৰ বীজৰ মূল্য জানেনে? আছে অনেক ঔষধি গুণ

editor by editor
February 22, 2024
in স্বাস্থ্য
0
অমিতাৰ বীজ
0
SHARES
325
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফল-মূলৰ গুণাগুণ সকলোৰে জ্ঞাত। শৰীৰক প্ৰয়োজনীয় বহু উপাদান লাভ কৰা যায় ফল-মূলৰ পৰা। অমিতা বহু লোকৰে প্ৰিয়। পাচন তন্ত্ৰ সুস্থ ৰাখিবলৈ অমিতা খাবলৈ পৰামৰ্শ দিয়া হয়। অমিতাৰ আছে বহু ঔষধি গুণ। অমিতাৰ গুণাগুণ হয়তো আপোনালোকৰ জ্ঞাত। অমিতাৰ সমানেই ইয়াৰ বীজৰো আছে অনেক গুণ। অমিতা খাওতে হয়তো আপুনি ইয়াৰ বীজসমূহ পেলাই দিয়ে। কিন্তু অলাগতীয়াল বুলি পেলাই দিয়া অমিতাৰ বীজৰ মূল্য জানেনে?

বজাৰৰ সমান্তৰালভাবে অনলাইন এপসমূহতো উপলব্ধ অমিতাৰ বীজ। প্ৰতিকিলো অমিতাৰ শুকান বীজৰ মূল্য ১৫০০ ৰ পৰা ২০০০ টকা পৰ্যন্ত। কোনো কোনো বিশেষ প্ৰজাতিৰ অমিতাৰ বীজৰ মূল্য ইয়াতকৈও অধিক হোৱা দেখা যায়। শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে উত্তম এই অমিতাৰ বীজ। অমিতাৰ বীজত চৰ্বী, প্ৰটিন, ভিটামিন, জিংক, ফছফৰাছ, কেলচিয়ামৰ দৰে অনেক পোষক তত্ব পোৱা যায়।

অমিতাৰ বীজত পপাইন নামৰ এক এনজাইম পোৱা যায় যিয়ে পেটৰ বিভিন্ন সমস্যাৰ পৰা উপষম দিয়ে। গেছজনিত সমস্যা তথা আলচাৰ আদি বিভিন্ন সমস্যাৰ বাবে অমিতাৰ বীজ উপকাৰী। ভিটামিন চি যুক্ত এই বীজৰদ্বাৰা ইমিউন ব্যৱস্থা শক্তিশালী হয়। কেন্সাৰ প্ৰতিৰোধৰ বাবে এক মহৌষধ এই বীজ। অমিতাৰ বীজত থকা আইচ’থিয়’চাইনেট নামৰ যৌগই কেন্সাৰৰ কোশ বৃদ্ধি ৰোধ কৰে।

এণ্টি অক্সিডেণ্ট আৰু ভিটামিনেৰে ভৰপূৰ অমিতাৰ বীজে ছাল সম্বন্ধীয় সমস্যা দূৰ কৰে। চুলিৰ বৃদ্ধিৰ বাবেও উপকাৰী এই বীজ। ছাল আৰু চুলিৰ পৰিচৰ্যাৰ বাবে অমিতাৰ বীজৰ তেল ব্যৱহাৰ কৰিব পৰা যায়। অমিতাৰ বীজ কিডনীৰ বাবেও উপকাৰী। এণ্টি অক্সিডেণ্টৰ লগতে অমিতাৰ বীজত ফ্লেৱ’নইড উপলব্ধ হয় যিয়ে শৰীৰক অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা ৰক্ষা কৰে। ইয়াৰদ্বাৰা ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে আৰু চকুৰ সমস্যাও লাঘৱ হয়।

বিভিন্ন পদ্ধতিৰে অমিতাৰ বীজ সেৱন কৰিব পৰা যায়। এই বীজসমূহ শুকাই গুড়ি কৰি জুচ বা গাখীৰৰ লগত মিহলাই খাব পাৰে। অথবা ৰাতিপুৱা এগিলাচ পানীত মিহলাইও এই বীজ সেৱন কৰিব পৰা যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: healthpapayapapaya seed benefitspapaya seeds
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহত এবাৰ শাৰীৰিক মিলনতেই বাঢ়ে হৃদৰোগৰ আশংকা! কিমান সংগমত সুস্থ থাকে হাৰ্ট? চমকি উঠা কি বাখ্যা দিলে ফিটনেছ প্ৰশিক্ষকে
জীৱনশৈলী

মাহত এবাৰ শাৰীৰিক মিলনতেই বাঢ়ে হৃদৰোগৰ আশংকা! কিমান সংগমত সুস্থ থাকে হাৰ্ট? চমকি উঠা কি বাখ্যা দিলে ফিটনেছ প্ৰশিক্ষকে

June 18, 2025
ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক কি কি ভিটামিন কম থাকিলে তিল তিলকৈ শেষ হয় শৰীৰ?
জীৱনশৈলী

ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক কি কি ভিটামিন কম থাকিলে তিল তিলকৈ শেষ হয় শৰীৰ?

June 17, 2025
টেবলেট খালেই নিৰ্মূল হ’ব ব্লাডকেন্সাৰ! নতুন ঔষধ আনিছে এই দেশে, কিমান দাম হ’ব ভাৰতত এই ঔষধৰ?
জীৱনশৈলী

টেবলেট খালেই নিৰ্মূল হ’ব ব্লাডকেন্সাৰ! নতুন ঔষধ আনিছে এই দেশে, কিমান দাম হ’ব ভাৰতত এই ঔষধৰ?

June 17, 2025
অভাৱনীয় হাৰত বাঢ়ে যৌন ক্ষমতা, দূৰ হ’ব সম্পৰ্কৰ দূৰত্ব! নিয়ম মানি এই পাচলি খাওক বহুকেইটা ৰোগেই দূৰ হব খাটাং
জীৱনশৈলী

অভাৱনীয় হাৰত বাঢ়ে যৌন ক্ষমতা, দূৰ হ’ব সম্পৰ্কৰ দূৰত্ব! নিয়ম মানি এই পাচলি খাওক বহুকেইটা ৰোগেই দূৰ হব খাটাং

June 13, 2025
Next Post
ঐশ্বৰ্য

ঐশ্বৰ্যক ৰাজনীতিলৈ টানি বিপদত ৰাহুল! উভতি ধৰিছে বলীউডৰ কণ্ঠশিল্পীয়ে

মহাকাশচাৰী

৪০ বছৰ পাচত পুনৰ মহাকাশলৈ যাব ভাৰতীয় মহাকাশচাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.