• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

1 hour ago
বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

39 minutes ago
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

51 minutes ago
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

1 hour ago
কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

2 hours ago
ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

2 hours ago
ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

3 hours ago
গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

3 hours ago
কন্দাকটা-কাজিয়া-অশান্তি একো নাই,  Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

কন্দাকটা-কাজিয়া-অশান্তি একো নাই, Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

3 hours ago
দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

4 hours ago
১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

4 hours ago
আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

4 hours ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ

editor by editor
March 22, 2026
in জীৱনশৈলী
0
হাত-ভৰি সকলো সময়তে ঠাণ্ডা থাকে? সাৱধান শৰীৰত লুকাই থাকিব পাৰে এইসমূহ মাৰাত্মক ৰোগ
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শৰীৰত যিকোনো ৰোগ জটিল পৰ্যায়ত যোৱাৰ পূৰ্বে বিভিন্ন আভাস পোৱা যায়৷ যি সঠিক সময়ত চিহ্নিত কৰিলে সুস্থ হৈ উঠাৰ সম্ভাৱনা বাঢ়ে৷ ঠিক যেনেকৈ শীতৰ সময়ত হাত ভৰি ঠাণ্ডা হোৱাটো স্বাভাৱিক৷ কিন্তু যদি গৰমৰ দিনটো নিয়মিত হাত-ভৰি ঠাণ্ডা থাকে তেতিয়া শৰীৰৰ ৰক্তসঞ্চালন দুৰ্বল হোৱাৰ এক সতৰ্ক সংকেত হ’ব পাৰে৷ বিশেষজ্ঞই কৈছে ই হৃদৰোগ, ৰক্তাল্পতা, থাইৰয়েডৰ সমস্যা কিংবা ডায়বেটিছৰ দৰে জটিল ৰোগৰ ইংগিত দিব পাৰে৷

কিয় হাত-ভৰি ঠাণ্ডা হয়?

শৰীৰৰ ৰক্ত চলাচল যদি দুৰ্বল হৈ যায়, তেতিয়া তেজ অংগপ্ৰত্যঙ্গলৈ পৰ্যাপ্তভাৱে নাপায়গৈ৷ ইয়াৰ ফলত হাত আৰু ভৰিৰ দৰে অংগপ্ৰত্যংগসমূহত ৰক্তৰ প্ৰবাহ কমি যায় আৰু ঠাণ্ডা হ’বলৈ ধৰে৷ বিশেষজ্ঞৰ মতে কেইবাটাও সাধাৰণ কাৰণ হৈছে-

দুৰ্বল ৰক্তসঞ্চালন ব্যৱস্থা

হৃদযন্ত্ৰ দুৰ্বল হ’লে তেজ শৰীৰৰ দূৰবৰ্তী অংশত সহজে উপস্থিত হ’ব নোৱাৰে৷

ৰক্তাল্পতা

শৰীৰত আয়ৰণৰ অভাৱত ৰক্ত অক্সিজেনৰ ঘাটিয়ে দেখা দিয়ে, যাৰ ফলত হাত ভৰি ঠাণ্ডা হৈ যায়৷

থাইৰয়েড হৰমনৰ ভাৰসাম্যহীনতা

হাইপোথাইৰয়েডিজমে শৰীৰৰ বিপাকীয় গতি কমি যায় ফলত শৰীৰৰ উষ্ণতা নামিব ধৰে৷

ডায়বেটিছ

ৰক্তনলী ক্ষতিগ্ৰস্থ হ’লে ৰক্ত চলাচল ব্যাহত হয়৷

মানসিক চাপ বা উদ্বেগ

ষ্ট্ৰেচৰ সময়ত শৰীৰৰ ৰক্তনলী সংকুচিত হয়, ফলত হাত ভৰি ঠাণ্ডা হৈ পৰে৷

অন্যান্য উপসৰ্গ

হাত ভৰি ঠাণ্ডা থকাৰ ওপৰিও কিছু লক্ষণে দেখা দিব পাৰে যেনে- আঙুলিৰ ৰং শেঁতা পৰা বা নীলা হৈ যোৱা৷

ছাল শুষ্ক হোৱা৷

ক্লান্তি বা মূৰৰ ঘূৰণি৷

ভৰিৰ বিষ বা ক্ৰেম্প৷

প্ৰাকৃতিক উপায়েৰে সমাধান

বিশেষজ্ঞৰ মতে কিছু সহজ জীৱনযাপনৰ পৰিবৰ্তনে ৰক্তসঞ্চালন স্বাভাৱিক কৰাত সহায় কৰে৷ যেনে-

১. নিয়মিত শৰীৰচৰ্চা কৰক৷ খোজ কঢ়া, যোগব্যায়াম বা পাতল ব্যায়ামে ৰক্তপ্ৰবাহ বঢ়াই৷

২. গৰম পানী পান কৰক৷ ঠাণ্ডা পানীৰ সলনি পাতল গৰম পানীয়ে ৰক্তৰ চলাচল সুচল কৰে৷

৩. মাছাজ বা গৰম সেঁক লওক৷ ই ৰক্ত চলাচল দ্ৰুত কৰে আৰু হাত-ভৰিৰ উষ্ণতা বঢ়ায়৷

৪. আয়ৰণ আৰু ভিটামিন বি ১২ সমৃদ্ধ খাদ্য যেনে কণী, মাছ, দাইল, পালেং শাক খাওক৷

৫. ধূমপান আৰু অতিৰিক্ত কেফেইন এৰাই চলক, কাৰণ এইসমূহে ৰক্তনলী সংকুচিত কৰে৷

৬. ষ্ট্ৰেছ কমাওক আৰু পৰ্যাপ্ত পৰিমানে শুৱক৷ মানসিক শান্তি ৰক্তসঞ্চালনে ডাঙৰ ভূমিকা পালন কৰে৷ কেতিয়াবা চিকিৎসকৰ পৰামৰ্শ ল’ব৷ যদি নিয়মিত হাত ভৰি ঠাণ্ডা থাকে, ঝিনঝিননি ভাৱ বা ছালৰ ৰং পৰিবৰ্তন হয়, তেতিয়া অৱশ্যেই চিকিৎসকৰ পৰামৰ্শ লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি
জীৱনশৈলী

বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

March 22, 2026
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?
জীৱনশৈলী

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

March 22, 2026
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

March 22, 2026
কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ
জীৱনশৈলী

কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

March 22, 2026
Next Post
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

বৈধৃতি যোগৰ সৈতে ৰবি যোগ, সূৰ্যৰ কৃপাত দেওবাৰে লাভাম্বিত হ’ব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.