• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাহাকাৰ, ইঞ্জিনিয়াৰিং কলেজৰ ছোৱালী হোষ্টেলৰ শৌচাগাৰত কেমেৰা, ৩০০ ৰো অধিক …ভাইৰেল

1 year ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

1 hour ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

3 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

1 day ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হাহাকাৰ, ইঞ্জিনিয়াৰিং কলেজৰ ছোৱালী হোষ্টেলৰ শৌচাগাৰত কেমেৰা, ৩০০ ৰো অধিক …ভাইৰেল

editor by editor
August 30, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
হাহাকাৰ, ইঞ্জিনিয়াৰিং কলেজৰ ছোৱালী হোষ্টেলৰ শৌচাগাৰত কেমেৰা, ৩০০ ৰো অধিক …ভাইৰেল
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাহাকাৰ, ইঞ্জিনিয়াৰিং কলেজৰ ছোৱালী হোষ্টেলৰ শৌচাগাৰত কেমেৰা, ৩০০ ৰো অধিক …ভাইৰেল

দেশজুৰি তোলপাৰ লগাইছে এক ঘটনাই। এইবাৰ এখন ইঞ্জিনিয়াৰিং কলেজৰ ছোৱালী হোষ্টেলৰ শৌচাগাৰত গোপন কেমেৰা। সেই কেমেৰাৰে তোলা ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে । যাৰ বাবে এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই চাঞ্চল্যকৰ ঘটনা অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণ জিলাত অৱস্থিত গুডলাভেলেৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ। ইয়াত ছোৱালী হোষ্টেলৰ শৌচাগাৰ এটা লুকাই থকা কেমেৰা উদ্ধাৰ হৈছে। এই কেমেৰাৰে নিৰ্মিত কিছু ভিডিঅ’ আৰু ৩০০ৰো অধিক ফটো ছাত্ৰ-ছাত্ৰীৰ মাজত ভাইৰেল হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত এতিয়া ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে।

গোপনে ৰখা কেমেৰাটোৰ বিষয়ে জানিবলৈ পোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ সন্দৰ্ভত আৰক্ষীৰ ওচৰতো গোচৰ ৰুজু কৰিছে, তাৰ পিছত আৰক্ষীয়ে চূড়ান্ত বৰ্ষৰ এজন ছাত্ৰক আটক কৰি ৰাখিছে আৰু তেওঁক জেৰা অব্যাহত ৰাখিছে।

তথ্য অনুসৰি কলেজৰ হোষ্টেলৰ শৌচাগাৰৰ ভিতৰত ৰখা এই কেমেৰাটো এগৰাকী ছাত্ৰীয়ে উদ্ধাৰ কৰে। তাৰ পিছতে বৃহস্পতিবাৰ ২৯ আগষ্টৰ নিশা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি কেম্পাছত ছাত্ৰীসকলৰ সুৰক্ষা আৰু গোপনীয়তাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে।

ছাত্ৰীসকলৰ মতে, এই লুকুৱাই ৰখা কেমেৰাটোৰ পৰা ৩০০ৰো অধিক ফটো আৰু ভিডিঅ’ ৰেকৰ্ডিং ল’ৰাৰ হোষ্টেলত সম্প্ৰচাৰ কৰা বুলি অভিযোগ উঠিছে। প্ৰতিবাদৰ মাজতে এই বিষয়ে আৰক্ষীক অৱগত কৰা হয়।

এজাহাৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে আটক কৰে এজন চূড়ান্ত বৰ্ষৰ ছাত্ৰক। কোৱা হৈছে যে সেই ছাত্ৰ কেমেৰা স্থাপনৰ কামত জড়িত আছিল। বিষয়াসকলৰ মতে, ছাত্ৰজনৰ পৰিচয় এতিয়াও প্ৰকাশ কৰা হোৱা নাই আৰু অধিক তদন্ত অব্যাহত আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: andhra pradeshAndra Pradesh Engineering Collegeviral photoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
Next Post
১৩ ছেপ্টেম্বৰলৈ ৫ ৰাশিৰ লোকৰ সমস্যা বৃদ্ধি পাব, শুক্ৰৰ হস্ত নক্ষত্ৰত প্ৰৱেশৰ বাবে ভাগ্যই কন্দুৱাব

আপোনাৰ কোনো উত্তৰ নাপালো…শাস্তি কি হ’ব? আকৌ প্ৰধানমন্ত্ৰীলৈ চিঠি মুখ্যমন্ত্ৰী মমতাৰ

আপোনাৰ কোনো উত্তৰ নাপালো...শাস্তি কি হ’ব? আকৌ প্ৰধানমন্ত্ৰীলৈ চিঠি মুখ্যমন্ত্ৰী মমতাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন