অসম লাইভ২৪ঃ
বাল্য বিবাহৰ বিৰুদ্ধে হিমন্ত চৰকাৰে চলাব বৃহৎ অভিযান
আগন্তুক ১৫ দিনত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বাল্য বিবাহ কৰা লোকক
১৪ বছৰৰ তলৰ কন্যাক বিয়া কৰিলে POCSO আইনৰ অধীনত দিয়া হ’ব শাস্তি
যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ’ব এইসকল লোকক
১৪ ৰ পৰা ১৮ বছৰৰ ভিতৰত বিয়া কৰালে বাল্য কৰিলে বাল্য বিবাহ আইনৰ অধীনত শাস্তি
বাল্য বিবাহৰ সৈতে জড়িত কাজী, পুজাৰী, পৰিয়ালৰ লোককো কৰা হ’ব গ্ৰেপ্তাৰ
ধুবুৰীত ৫০ শতাংশ বিবাহেই বাল্য বিবাহ
দক্ষিণ শালমৰাত ৪৪.৭ শতাংশ বাল্য বিবাহ
দৰঙত ৪২ শতাংশ বিবাহেই বাল্য বিবাহ
নগাওঁত ৪২ শতাংশ বিবাহ বাল্যবিবাহ
গোৱালপাৰাত হৈছে ৪১ শতাংশ বাল্যবিবাহ
বঙাইগাওঁৰ ৪১ শতাংশ বাল্যবিবাহ হৈছে
বৰপেটাত ৪০ শতাংশ বাল্যবিবাহ হৈছে
মৰিগাৱঁত ৩৯ শতাংশ বাল্যবিবাহ হৈ আছে
ডিমাহাছাওত ১৫ শতাংশ বাল্যবিবাহ হৈছে
উজনি অসমৰ তুলনাত নামনি অসমত বাল্য বিবাহৰ প্ৰৱণতা অধিক
গাওঁ পঞ্চায়তৰ সচিবক বাল্য বিবাহ নিষিদ্ধকৰণ বিষয়া হিচাপে নিয়োগ কৰা হ’ব
অসমত এবছৰত ১ লাখ বাল্য বিবাহ হৈছে
অসম আৰক্ষীক কাৰাগাৰত কিমান ঠাই আছে সেয়া জনাবলৈ আহ্বান
যিমান পাৰি সিমান বাল্যবিবাহ কৰা লোকক কৰা হ’ব গ্ৰেপ্তাৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ