হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত নতুন চৰকাৰ গঠন। শপত ল’লে মুখ্যমন্ত্ৰীকে ধৰি ১৪ গৰাকী মন্ত্ৰীয়ে। কোভিড পৰিস্থিতি নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ। আলফা (স্বাঃ)ক আলোচনাৰ মেজলৈ আহ্বান।