• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিমন্ত বিশ্ব শৰ্মা পানী গুণ্ডা, আজমলেও শুই উঠি মোৰ নাম লয়ঃ অখিল গগৈ

হিমন্ত বিশ্ব শৰ্মা পানী গুণ্ডা, আজমলেও শুই উঠি মোৰ নাম লয়ঃ অখিল গগৈ

2 years ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

51 minutes ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

1 hour ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

2 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

3 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

4 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

4 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

5 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

6 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

6 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

7 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হিমন্ত বিশ্ব শৰ্মা পানী গুণ্ডা, আজমলেও শুই উঠি মোৰ নাম লয়ঃ অখিল গগৈ

হিমন্ত বিশ্ব শৰ্মা পানী গুণ্ডা, আজমলেও শুই উঠি মোৰ নাম লয়ঃ অখিল গগৈ

editor by editor
May 1, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
হিমন্ত বিশ্ব শৰ্মা পানী গুণ্ডা, আজমলেও শুই উঠি মোৰ নাম লয়ঃ অখিল গগৈ
0
SHARES
444
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অখিল গগৈৰ ভাষণক লৈ ৰাজ্যত ব্যাপক চৰ্চা৷ অখিল যোৰহাট সমষ্টিক লৈ খুবেই আত্মবিশ্বাসী৷ অখিলে কয়, ‘উজনিৰ যোৰহাটত বিজেপি চাফা হৈ গ’ল৷বিজেপিয়ে কৈ থকা দুৰ্গ ভাঙি দিলো৷  ডিব্ৰুগড়তো আমাৰ অসমীয়া মানুহে লুৰিণ গগৈক ভোট দিছে৷  ডিব্ৰুগড়তো লুৰিণ জিকাটো খাটাং৷ বিজেপিৰ গুণ্ডাগিৰী বহুত বাঢ়ি গৈছে৷  আমাৰ জীৱন আৰু সম্পত্তি নিৰাপদ নোহোৱা হৈ গৈছে বিজেপিৰ দিনত৷’

গুৱাহাটীবাসীক পট্টা প্ৰদান কৰা সন্দৰ্ভত অখিলে কয়, ‘গুৱাহাটীবাসীক  উচ্ছেদ হে কৰিব বিচাৰিছে, মাটিৰ পট্টা দিব বিচৰা নাই বিজেপিয়ে৷ মাজতে গুৱাহাটীৰ সকলো মানুহ বিজেপি হৈ গৈছিল৷ সেইকাৰণে মই গুৱাহাটী এৰিয়েই দিছিলো৷  কিন্তু এতিয়া ৰাইজে মজা পালে বিজেপিক ভোট দি৷ বিজেপিয়ে এইবাৰ ৫ খনতকৈ এখনো বেছি নাপায় গ্যাৰান্টী দিছো৷  অৰুণোদয় পাবলৈ বিজেপি কৰাৰ প্ৰয়োজন নাই, আমি ১২৬ জন বিধায়কে বিধান সভাত সিদ্ধান্ত লৈ থৈছো ৰেচন কাৰ্ড থকা সকলো মহিলাকে অৰুণোদয় দিম৷’

‍‍আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পানী গুণ্ডা আখ্যা দি অখিলে কয়, ‘আমি ফিল্ডত ননমা কাৰণে ভাৱিছিল মইয়ে গুণ্ডা৷ ২৬ ত হিমন্তক ব্ৰহ্মপুত্ৰত পেলামেই৷ ৩ গগৈ লগ লাগি আমি সিদ্ধান্ত লৈছো, ২০২৬ ত হিমন্ত চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিম৷  প্ৰতিশ্ৰুতি দিছো, ২৬ ত আমি চৰকাৰ গঠন কৰিলে ১ বছৰৰ ভিতৰত গুৱাহাটীৰ সকলো খিলঞ্জীয়া পাহাৰৰ মানুহক পট্টা দিম৷ ২৭ ত ৫ হাজাৰ ট’কেন দি চৰকাৰী মাটিত থকা গুৱাহাটীবাসীক মাটিৰ পট্টা দিম৷ ২৬ ত চৰকাৰ গঠন কৰিমেই কোনেও ৰখাব নোৱাৰে৷ বদৰুদ্দিনকো পানী খুৱাই দিলো ধুবুৰীত৷ বদৰে আজি কালি শুই উঠি আল্লাৰ নাম নলয়, অখিলৰ নামহে লয়৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং
বিনোদন

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
Next Post
ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

‘ভোক লাগিছে মা’, পাছে খাদ্য ৰান্ধি থাকোতেই চিলিণ্ডাৰ ব্লাষ্ট হৈ মাতৃসহ ৩ শিশু নিহত

'ভোক লাগিছে মা', পাছে খাদ্য ৰান্ধি থাকোতেই চিলিণ্ডাৰ ব্লাষ্ট হৈ মাতৃসহ ৩ শিশু নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.