• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমীয়া জাতিসত্বাৰ ওপৰত বাৰে বাৰে এই আক্ৰমণ কিয়? কিয় বৰাকবাসীয়ে বাৰে বাৰে মূলসুঁতিৰ পৰা আতৰি যাব বিচাৰে!

অসমীয়া জাতিসত্বাৰ ওপৰত বাৰে বাৰে এই আক্ৰমণ কিয়? কিয় বৰাকবাসীয়ে বাৰে বাৰে মূলসুঁতিৰ পৰা আতৰি যাব বিচাৰে!

5 years ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

9 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

10 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

10 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

10 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

11 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

11 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

12 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

13 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

13 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

14 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

15 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমীয়া জাতিসত্বাৰ ওপৰত বাৰে বাৰে এই আক্ৰমণ কিয়? কিয় বৰাকবাসীয়ে বাৰে বাৰে মূলসুঁতিৰ পৰা আতৰি যাব বিচাৰে!

editor by editor
October 19, 2021
in অসম, গুৱাহাটী
0
অসমীয়া জাতিসত্বাৰ ওপৰত বাৰে বাৰে এই আক্ৰমণ কিয়? কিয় বৰাকবাসীয়ে বাৰে বাৰে মূলসুঁতিৰ পৰা আতৰি যাব বিচাৰে!
0
SHARES
55
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অসমীয়া ভাষাক অপমান অব্যাহত৷ গৰজি উঠিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জাতীয় সংগঠন৷ শিলচৰত পুনৰ অসমীয়া ভাষাক অপমান৷ চৰকাৰী হর্ডিঙৰ অসমীয়া আখৰত ক’লা ৰং ২ বাঙালী সংগঠনৰ৷ সোমবাৰে জল জীৱন মিছনৰ হর্ডিঙত সানিলে ক’লা ৰং৷ কাছাৰ জিলা প্ৰশাসনে গোচৰ ৰুজু কৰিছে সংগঠন দুটাৰ বিৰুদ্ধে৷ বৰাকৰ এই ২ সংগঠনৰ বিৰুদ্ধে বিভিন্ন ঠাইত ৰুজু হৈছে গোচৰ৷ বৰাকত অসমীয়া ভাষাৰ পৰিৱর্তে বাংলা ভাষাত চৰকাৰী বিজ্ঞাপন প্ৰচাৰৰ দাবী দুটা সংগঠনৰ। দুটা গুৰুত্বহীন সংগঠন BDYT আৰু সদৌ বাঙালী যুৱ ছাত্ৰ সন্থা। এই দুই সংগঠনে জলজীৱন মিছনৰ চৰকাৰী বেনাৰত অসমীয়া আখৰ মচি বাংলাত লিখাৰ দাবী তোলাৰ লগে লগে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন সংগঠন জাঙুৰ খাই উঠিছে। কিন্তু এই প্ৰতিক্ৰিয়াৰ পাছতো পুনৰ শিলচৰ ৰামনগৰস্থিত ISBT ত একেই কাণ্ডই সংঘটিত কৰিলে। বিভিন্ন মহলৰ ধিক্কাৰ, গৰিহণাৰ পাছতো দুষ্কার্য চলাই গৈছে সংগঠন দুটাই। ইমানৰ পাছতো পুনৰ অসমীয়া হর্ডিঙত ক’লা ৰং সানি দিয়াৰ আঁৰত কি ৰহস্য? Aiudf ৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ টাই আহোম যুৱ পৰিষদে বৰাকৰ ঘটনাৰ দুষ্কৃতিকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী কৰিছে। অসমীয়া ভাষাৰ বিৰুদ্ধে একাংশ লোকৰ এই মনোভাৱ ৰাজ্যখনৰ বাবে অতি ক্ষতিকৰ। সময়ে সময়ে এনে পৰিস্থিতি উদ্ভৱ হৈ আহিছে। অসমীয়া ভাষাৰ বিৰুদ্ধে এনে কার্য কৰা সংগঠন, নেতাৰ বিৰুদ্ধে চৰকাৰে শীঘ্ৰে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা উচিত। কোনোপধ্যে অসমীয়া ভাষাক অপমান কৰা কার্য ভৱিষ্যতে কোনেও কৰিব নোৱাৰে তাৰো নিশ্চয়তা দিব লাগিব চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24hoarding smearedsilchar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ
অসম

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

August 24, 2026
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’
অসম

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

August 24, 2026
Next Post
শীঘ্ৰেই সলনি হ’ব ফেচবুকৰ নাম, কি নামেৰে উপলব্ধ হ’ব ফেচবুক?

শীঘ্ৰেই সলনি হ’ব ফেচবুকৰ নাম, কি নামেৰে উপলব্ধ হ’ব ফেচবুক?

গুৱাহাটীত অঘটন, এজাক বৰষুণতে খহি পৰিল পাহাৰ৷ বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু

গুৱাহাটীত অঘটন, এজাক বৰষুণতে খহি পৰিল পাহাৰ৷ বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.