• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰাপাত গচকি অহা ফাগুন ৰঙাবলৈকে ফাকুৱা, অসমত আছে ফাকুৱাৰ বিশেষ মহত্ব…

সৰাপাত গচকি অহা ফাগুন ৰঙাবলৈকে ফাকুৱা, অসমত আছে ফাকুৱাৰ বিশেষ মহত্ব…

3 weeks ago
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

16 hours ago
ৰাহুল গান্ধীক উচ্ছেদৰ জাননী! ৰাহুলৰ ঠিকনা এতিয়া চৰকাৰী বাংলো নহয়…

ৰাহুল গান্ধীক উচ্ছেদৰ জাননী! ৰাহুলৰ ঠিকনা এতিয়া চৰকাৰী বাংলো নহয়…

17 hours ago
হাঁপানিৰ সমস্যা থাকিলে শৰীৰচৰ্চা কৰিব লাগেনে? চিকিৎসকে কি কয়?

হাঁপানিৰ সমস্যা থাকিলে শৰীৰচৰ্চা কৰিব লাগেনে? চিকিৎসকে কি কয়?

17 hours ago
ৰাহুলৰ বাবেই কংগ্রেছ ত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰশংসা কৰে প্ৰিয়ংকা গান্ধীক, দেশত কংগ্ৰেছ শক্তিশালী কৰিবলৈ প্ৰিয়ংকাৰ নতুন ষ্ট্ৰেটেজিক লৈ আৰম্ভ চৰ্চা…

ৰাহুলৰ বাবেই কংগ্রেছ ত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰশংসা কৰে প্ৰিয়ংকা গান্ধীক, দেশত কংগ্ৰেছ শক্তিশালী কৰিবলৈ প্ৰিয়ংকাৰ নতুন ষ্ট্ৰেটেজিক লৈ আৰম্ভ চৰ্চা…

19 hours ago
বাংলা সমাজৰ ধৰ্মীয় বস্ত্ৰৰ লগত গামোচাক একাকাৰ কৰিব নালাগেঃ মন্ত্ৰী বিমল বৰা

বাংলা সমাজৰ ধৰ্মীয় বস্ত্ৰৰ লগত গামোচাক একাকাৰ কৰিব নালাগেঃ মন্ত্ৰী বিমল বৰা

21 hours ago
পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?

পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?

22 hours ago
এটা এটা পাঞ্চেই দিছে আত্মবিশ্বাসৰ উমান! জয়লাভ কৰিয়েই লাভলীনাই ক’লে, এই স্বৰ্ণ মোৰ খুবেই প্ৰয়োজন আছিল…

এটা এটা পাঞ্চেই দিছে আত্মবিশ্বাসৰ উমান! জয়লাভ কৰিয়েই লাভলীনাই ক’লে, এই স্বৰ্ণ মোৰ খুবেই প্ৰয়োজন আছিল…

22 hours ago
যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল নেকি? গৱেষণাই কি কয়…

যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল নেকি? গৱেষণাই কি কয়…

2 days ago
GI-টেগ পাইয়ো সংকটত গামোছা! মন্ত্ৰীৰ ডিঙিত উজ্বলিল আধা গামোছা, আধা…?

GI-টেগ পাইয়ো সংকটত গামোছা! মন্ত্ৰীৰ ডিঙিত উজ্বলিল আধা গামোছা, আধা…?

2 days ago
পঢ়াত মনোযোগ দিলে টকাই টকা! অসম চৰকাৰে শিক্ষাৰ্থীক মাহে মাহে দিব টকা, দেখুওৱাব লাগিব এইকেইটা পাৰদৰ্শিতা…

পঢ়াত মনোযোগ দিলে টকাই টকা! অসম চৰকাৰে শিক্ষাৰ্থীক মাহে মাহে দিব টকা, দেখুওৱাব লাগিব এইকেইটা পাৰদৰ্শিতা…

2 days ago
সংখ্যলঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলৰ বাবে এক সুখবৰ, ছাত্ৰীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

সংখ্যলঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলৰ বাবে এক সুখবৰ, ছাত্ৰীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

2 days ago
ধাৰাবাহিকৰ অভিনয় কৰি থাকোতেই গৰ্ভপাত! তথাপিও ছুটী দিয়া নাছিল একতা কাপুৰে…প্ৰযোজকৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য স্মৃতি ইৰাণীৰ

ধাৰাবাহিকৰ অভিনয় কৰি থাকোতেই গৰ্ভপাত! তথাপিও ছুটী দিয়া নাছিল একতা কাপুৰে…প্ৰযোজকৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য স্মৃতি ইৰাণীৰ

2 days ago
  • About
  • Advertise
  • Careers
Tuesday, March 28, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সৰাপাত গচকি অহা ফাগুন ৰঙাবলৈকে ফাকুৱা, অসমত আছে ফাকুৱাৰ বিশেষ মহত্ব…

editor by editor
March 5, 2023
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
সৰাপাত গচকি অহা ফাগুন ৰঙাবলৈকে ফাকুৱা, অসমত আছে ফাকুৱাৰ বিশেষ মহত্ব…
0
SHARES
906
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪: ফাগুন মানেই ৰং।  ফাগুনতেই ৰঙৰ খেল ফাকুৱা। আবিৰ হাতত লৈ সকলো সাজু, কিয়নো ফাঁকুৱালৈ মাজত  মাত্ৰ দুটামানহে দিন। ফাগুনৰ মাহৰ পূৰ্ণিমা তিথিত দেশজুৰি পালিত হোৱা এই ফাকুৱা বা হোলীক লৈ এতিয়া সকলোতে উখল-মাখল পৰিৱেশ।

কোনোৱে কয়, ফাগুন হেনো লঠঙা। সৰাপাত গচকি আহে ফাগুন। কিন্তু ফাগুন সঁচাই লঠঙা জানো? ৰঙৰ আবিৰ গাত সানিয়েইতো ফাগুন আহে। কঢ়িয়াই আনে এমোকোৰা আনন্দ।

হোলী বা ফাকুৱাক ফল্গুৎসৱ বুলিও জনা যায়। ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱৰ আয়োজন কৰা হয় বাবেই এই নাম। ফাকুৱাক দৌলোৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি নামেৰেও জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়৷ এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ৷ হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি পালন কৰা হয় এই উৎসৱ৷

পৰম্পৰা অনুসৰি শীতজৰ্জৰ মধ্য এছিয়াৰ পৰা প্ৰবজিত হৈ আৰ্য্যসকলে হিন্দুকুশ পৰ্বত পাৰ হৈ ভাৰতৰ সিন্ধু উপত্যকাত প্ৰবেশ কৰিছিল। যেতিয়া শীত ঋতুৱে বিদায় লৈ বসন্তৰ আগমন ঘটে তেতিয়া তেওলোকে মহা আনন্দৰে ঋতুৰাজ বসন্তক আদৰি উৎসৱ পাতিছিল। শীতৰ প্ৰতীকৰূপে ভেড়াৰ মূৰ্তি সাজি তাৰ ওপৰত বুঢ়া-বুঢ়ীৰ মূৰ্তি দুটা ভেড়াৰ নোমেৰে তৈয়াৰী কাপোৰেৰে মেৰিয়াই দিছিল। আৰ্য্যসকলে মৃত্যুদণ্ড দিছিল গ্ৰীস্মৰ আগমনৰ বাৰ্তাবাহক তথা কৰ্মপ্ৰেৰনা যোগোৱা বসন্তক আদৰিবলৈ বুলি এঠাইত একত্ৰিত হৈ মুৰ্তিকেইটা অগ্নিত দাহ কৰি জাৰ পুৰিছিল। সেই সময়ৰ পৰাই ফল্গুৎসৱ পালন কৰি অহা হৈছে বুলি জনবিশ্বাস আছে।

সত্যৰ জয়, ভুলৰ অৱসান, এয়াই ফাকুৱাৰ মূল উদ্দেশ্য। ৰঙৰ আবিৰেৰে ৰঙীয়াই তুলি ভুলবোৰ মচি পেলোৱাৰ বাবেই পালন কৰা হয় ফাকুৱা। ভাৰতৰ বিভিন্ন প্ৰান্তত ফাকুৱা উৎসৱ পালন কৰাৰ প্ৰথা বেলেগ বেলেগ। কোনো ঠাইত ফল্গুৎসৱৰ আগনিশা মেজি সজা হয়। কোনো কোনো ঠাইত, বিশেষকৈ দক্ষিণ ভাৰতত ইজনে সিজনৰ ফাকুৰ ৰঙ সনাৰ আগদিনা হোলীকাক দাহ কৰাৰ প্ৰথা আজিও চলি আহিছে।

দৌলোৎসৱৰ সৈতে ফাকুৱাৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক। বৈষ্ণৱ বিশ্বাস অনুসৰি, ফাগুন মাহৰ পূৰ্ণিমা তিথিতি শ্ৰী কৃষ্ণই গোপী সকলৰ সৈতে বৃন্দাবনত ৰঙৰ খেলা খেলিছিল। তাৰ পৰাই দৌলোৎসৱৰৰ উৎপত্তি হয়। আনহাতে ফাগুনৰ মাহৰ পূৰ্ণিমা তিথিটোত শ্ৰীকৃষ্ণই গোপী সকলৰ সৈতে এই খেলা কৰাৰ বাবে সেই পূৰ্ণিমা তিথিটোক দৌল পূৰ্ণিমা বা ফল্গু পূৰ্ণিমা বুলিও কোৱা হয়।

হোলীৰ এই ক্ষণ সদায় মধুময়। গালে মুখ আবিৰ সানি পৰম উছাহেৰে সকলোৱে পালন কৰক এই হোলী। সমাজৰ ভুল বোৰ আতৰি নিকা হওক। ফাকুৰ ৰঙে ৰঙীন কৰক সমগ্ৰ পৃথিৱী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?
খাদ্য

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

March 27, 2023
ৰাহুল গান্ধীক উচ্ছেদৰ জাননী! ৰাহুলৰ ঠিকনা এতিয়া চৰকাৰী বাংলো নহয়…
ভাৰত

ৰাহুল গান্ধীক উচ্ছেদৰ জাননী! ৰাহুলৰ ঠিকনা এতিয়া চৰকাৰী বাংলো নহয়…

March 27, 2023
হাঁপানিৰ সমস্যা থাকিলে শৰীৰচৰ্চা কৰিব লাগেনে? চিকিৎসকে কি কয়?
জীৱনশৈলী

হাঁপানিৰ সমস্যা থাকিলে শৰীৰচৰ্চা কৰিব লাগেনে? চিকিৎসকে কি কয়?

March 27, 2023
ৰাহুলৰ বাবেই কংগ্রেছ ত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰশংসা কৰে প্ৰিয়ংকা গান্ধীক, দেশত কংগ্ৰেছ শক্তিশালী কৰিবলৈ প্ৰিয়ংকাৰ নতুন ষ্ট্ৰেটেজিক লৈ আৰম্ভ চৰ্চা…
ভাৰত

ৰাহুলৰ বাবেই কংগ্রেছ ত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰশংসা কৰে প্ৰিয়ংকা গান্ধীক, দেশত কংগ্ৰেছ শক্তিশালী কৰিবলৈ প্ৰিয়ংকাৰ নতুন ষ্ট্ৰেটেজিক লৈ আৰম্ভ চৰ্চা…

March 27, 2023
Next Post
আদানীলৈ সহায়ৰ হাত! পৰিস্থিতি জানিও ১৫ হাজাৰ কোটিৰ বিনিয়োগ! আদানীৰ এই ৰক্ষাকৰ্তা কোন?

আদানীলৈ সহায়ৰ হাত! পৰিস্থিতি জানিও ১৫ হাজাৰ কোটিৰ বিনিয়োগ! আদানীৰ এই ৰক্ষাকৰ্তা কোন?

এয়া আকৌ কেনেধৰণৰ প্ৰেম! মাৰ্ঘেৰিটাত প্ৰেমিকৰ দাৰ ঘাপত মৃত্যুৰে যুঁজিছে প্ৰেমিকাই…

এয়া আকৌ কেনেধৰণৰ প্ৰেম! মাৰ্ঘেৰিটাত প্ৰেমিকৰ দাৰ ঘাপত মৃত্যুৰে যুঁজিছে প্ৰেমিকাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.