• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আদানীলৈ সহায়ৰ হাত! পৰিস্থিতি জানিও ১৫ হাজাৰ কোটিৰ বিনিয়োগ! আদানীৰ এই ৰক্ষাকৰ্তা কোন?

আদানীলৈ সহায়ৰ হাত! পৰিস্থিতি জানিও ১৫ হাজাৰ কোটিৰ বিনিয়োগ! আদানীৰ এই ৰক্ষাকৰ্তা কোন?

3 years ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

22 minutes ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

1 hour ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

2 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

4 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

4 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

5 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

5 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

6 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

7 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

7 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

9 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আদানীলৈ সহায়ৰ হাত! পৰিস্থিতি জানিও ১৫ হাজাৰ কোটিৰ বিনিয়োগ! আদানীৰ এই ৰক্ষাকৰ্তা কোন?

editor by editor
March 5, 2023
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
আদানীলৈ সহায়ৰ হাত! পৰিস্থিতি জানিও ১৫ হাজাৰ কোটিৰ বিনিয়োগ! আদানীৰ এই ৰক্ষাকৰ্তা কোন?
0
SHARES
703
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪: আদানী ডুবিছে। শ্বেয়াৰ মাৰ্কেটত আদানীৰ পতনে চুই গৈছে জঁকাইচুকৰ পৰিয়াল এটাকো। পূৰ্বে নাজানিলেও আদানীৰ সৈতে তেওঁলোকো সংপৃক্ত হৈ থকাৰ খবৰ পাইছে সাধাৰণ একোজন নাগৰিকেও। LIC ৰ সমান্তৰালকৈ আদানি প’ৰ্টছ এণ্ড চেজ’, ‘আদানি গ্ৰীণ এনাৰ্জী’, ‘আদানি ট্ৰেন্সমিছন’ আৰু ‘আদানি এণ্টাৰপ্ৰাইজ’কে আদি কৰি সকলোবোৰৰে শ্বেয়াৰ মাৰ্কেটত পতন।

পতনৰ সময়তে আদানীলৈ সহায়ৰ হাত আগবঢ়াবলৈ আহিছে এটা বিশেষ কোম্পানী। জিকিউজি পাৰ্টনাৰ্ছ নামৰ কোম্পানীটোৱে  চুক্তিৰ জৰিয়তে আদানী গ্ৰুপৰ চাৰিটা কোম্পানীত ১৫ হাজাৰ কোটিতকৈ অধিক টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে। কোটিপতি গৌতম আদানীৰ মালিকানাধীন আদানী গ্ৰুপৰ বিভিন্ন কোম্পানীত শ্বেয়াৰ বজাৰত স্তব্ধ হৈ পৰিছে। হিণ্ডেনবাৰ্গৰ ৰিপৰ্টৰ পাছতেই কোনো ডাঙৰ কোম্পানীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আদানীৰ সৈতে হাত মিলাব নিবিচৰাৰ সময়তে আমেৰিকাৰ বিনিয়োগ কোম্পানী ‘জিকিউজি পাৰ্টনাৰ্ছ’ই আদানীক সহায় কৰিবলৈ আগবাঢ়িছে।

বৃহস্পতিবাৰে এক চুক্তিৰ জৰিয়তে ‘জিকিউজি পাৰ্টনাৰ্ছ’ই আদানী গোটৰ ৪টা কোম্পানীত পোন্ধৰ হাজাৰ কোটি টকাতকৈ অধিক বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে।জিকিউজি পাৰ্টনাৰ্ছৰ আদানী গ্ৰুপৰ ‘আদানি প’ৰ্টছ এণ্ড চেজ’, ‘আদানি গ্ৰীণ এনাৰ্জী’, ‘আদানি ট্ৰেন্সমিছন’ আৰু ‘আদানি এণ্টাৰপ্ৰাইজত এই বৃহৎ পৰিমাণৰ ধন কোম্পানীটোৱে  বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। লগতে কোম্পানী দুটাৰ মাজত প্ৰয়োজনীয় চুক্তি সম্পূৰ্ণ হোৱা বুলিও ঘোষণা কৰিছে  ‘জিকিউজি পাৰ্টনাৰ্ছ’য়ে।

জিকিউজি পাৰ্টনাৰ্ছৰ মুখ্য তথ্য বিষয়া  ৰাজীৱ জৈনে কয়, ‘আদানি গ্ৰুপত বিনিয়োগ কৰাৰ ক্ষেত্ৰতো মই অতি আশাবাদী। আদানীৰ বিভিন্ন সংস্থাই ভাৰত আৰু সমগ্ৰ বিশ্বতে কেইবাটাও বৃহৎ আৰু গুৰুত্বপূৰ্ণ ব্যৱসায় চলাই আছে৷ আৰু সেইবাবেই এই চুক্তিখনক লৈ মই উৎসাহিত।”

উল্লেখ্য যে, কোম্পানীটোৰ চিইঅ’ হিচাপে ৰাজীৱ জৈনে দেশ-বিদেশৰ বহু কোম্পানীত বিনিয়োগ কৰিছে।ৰাজীৱ জৈনৰ জন্মও ভাৰতত। কিন্তু ১৯৯০ চনত তেওঁ বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ আমেৰিকাৰ মিয়ামিলৈ গুচি যায়। তাতেই তেওঁ মিয়ামি বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। পঢ়া-শুনা সমাপ্ত কৰি ১৯৯৪ চনত ‘ভনট’বেল’ কোম্পানীত যোগদান কৰে।অতি সোনকালেই ৰাজীৱে ছুইজাৰলেণ্ডৰ এই কোম্পানীটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এজন ব্যক্তি হিচাপে প্ৰমাণিত হৈছে।  ২০১৬ চনৰ জুন মাহত ৰাজীৱ জৈনে “জিকিউজি পাৰ্টনাৰ্ছ” আৰম্ভ কৰে। কোম্পানীটোৰ গৰিষ্ঠসংখ্যক শ্বেয়াৰৰ মালিক ৰাজীৱ। ৰাজীৱে জিকিউজি পাৰ্টনাৰ্ছ আৰম্ভ কৰাৰ সময়ত কোম্পানীটোৰ ফাণ্ডত নিজৰ সকলো ব্যক্তিগত সম্পত্তি বিনিয়োগ কৰিছিল।ৰাজীৱৰ কোম্পানীয়ে ২০২১ চনত অষ্ট্ৰেলিয়াত আইপিঅ’ আৰম্ভ কৰিছিল। বৰ্তমান ৰাজীৱ জৈন আন্তঃৰাষ্ট্ৰীয় বজাৰত  এজন নামকৰা বিনিয়োগকাৰী। ইয়াৰ আগতে তেওঁ বহু ডুবিব ধৰা কোম্পানীৰ কাষত থিয় হৈ  লাভৰ মুখ দেখিবলৈ সক্ষমো হৈছে।

বৰ্তমান আদানী গোটৰ ত্ৰাণকৰ্তা হৈ থিয় দিছে ৰাজীৱ। তেওঁ আদানীত ১৫০০০ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে যদিও কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাজীৱে এবাৰ মন্তব্য কৰিছিল যে আদানী গ্ৰুপৰ বহুত ঋণ আছে আৰু সেয়েহে তেওঁ আদানী গ্ৰুপত বিনিয়োগ নকৰে। আদানীত বিনিয়োগ কৰিলেনে সেয়া এতিয়াওস্পষ্ট নহলেও  জিকিউজি পাৰ্টনাৰ্ছৰ উপৰিও শেহতীয়াকৈ ‘গোল্ডমেন চেক্স’ই আদানী ট্ৰেন্সমিছনৰ ৮২ লাখ শ্বেয়াৰ প্ৰতি শ্বেয়াৰত ৬৬৮.৪ টকাত ক্ৰয় কৰিছে। ইয়াৰ উপৰিও শেহতীয়াকৈ আদানী বন্দৰৰ  শ্বেয়াৰো ভাল মূল্যত বিক্ৰী হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

July 17, 2026
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন
বাণিজ্য

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

July 17, 2026
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ
বিনোদন

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

July 17, 2026
Next Post
এয়া আকৌ কেনেধৰণৰ প্ৰেম! মাৰ্ঘেৰিটাত প্ৰেমিকৰ দাৰ ঘাপত মৃত্যুৰে যুঁজিছে প্ৰেমিকাই…

এয়া আকৌ কেনেধৰণৰ প্ৰেম! মাৰ্ঘেৰিটাত প্ৰেমিকৰ দাৰ ঘাপত মৃত্যুৰে যুঁজিছে প্ৰেমিকাই...

ৰাজআতিথ্য ঠিকেই লৈছিল! মহাৰাষ্ট্ৰ গৈ হে দেখুৱালে প্ৰকৃত স্বৰূপ…

ৰাজআতিথ্য ঠিকেই লৈছিল! মহাৰাষ্ট্ৰ গৈ হে দেখুৱালে প্ৰকৃত স্বৰূপ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.