• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাগৰত উটি গ’ল এখন ৪০ বছৰীয়া ৰেষ্টুৰেণ্ট! কেনেকৈ উটিল বিখ্যাত ৰেষ্টুৰেণ্টখন? 

সাগৰত উটি গ’ল এখন ৪০ বছৰীয়া ৰেষ্টুৰেণ্ট! কেনেকৈ উটিল বিখ্যাত ৰেষ্টুৰেণ্টখন? 

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সাগৰত উটি গ’ল এখন ৪০ বছৰীয়া ৰেষ্টুৰেণ্ট! কেনেকৈ উটিল বিখ্যাত ৰেষ্টুৰেণ্টখন? 

editor by editor
June 21, 2022
in বিবিধ, বিশ্ব
0
সাগৰত উটি গ’ল এখন ৪০ বছৰীয়া ৰেষ্টুৰেণ্ট! কেনেকৈ উটিল বিখ্যাত ৰেষ্টুৰেণ্টখন? 
0
SHARES
24.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হংকঙৰ আইকনিক জাম্বো ফ্লটিং ৰেষ্টুৰেণ্টখন চহৰৰ পৰা সাগৰলৈ নিয়াৰ এসপ্তাহ নৌহওঁতেই দক্ষিণ চীন সাগৰত উটি গৈছে৷ সোমবাৰে ৰেষ্টুৰেণ্টখনৰ মূল কোম্পানীটোৱে এই কথা প্ৰকাশ কৰিছে।

এবাৰডিন ৰেষ্টুৰেণ্ট এণ্টাৰপ্ৰাইজ লিমিটেডে জনোৱা মতে, দক্ষিণ চীন সাগৰৰ পেৰাচেল দ্বীপপুঞ্জ নামেৰে জনাজাত ছিছা দ্বীপপুঞ্জ পাৰ হৈ যোৱাৰ সময়ত শনিবাৰে ৰেষ্টুৰেণ্টখনে ‘প্ৰতিকূল পৰিস্থিতি’ৰ সন্মুখীন হয় আৰু জাহাজখনত পানী সোমাবলৈ ধৰে৷

কোম্পানীটোৱে জনোৱা মতে, কোনো লোক আহত হোৱা নাই যদিও ৰেষ্টুৰেণ্টখন থকা জাহাজখন ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়৷

লগতে পঢ়ক প্ৰথমবাৰ মিছ ইউনিৰ্ভাছত ভূটান, প্ৰতিনিধিত্ব কৰিব লেছবিয়ান এগৰাকী বিউটি কুইনে!

উল্লেখ্যে যে প্ৰায় ৮০ মিটাৰ (২৬০ ফুট) দৈৰ্ঘ্যৰ জাম্বো ফ্লটিং ৰেষ্টুৰেণ্টখন চাৰি দশকৰো অধিক সময় ধৰি হংকঙৰ এক ল্যাণ্ডমাৰ্ক হৈ আছিল৷ এই ৰেষ্টুৰেণ্টখনত দ্বিতীয় ৰাণী এলিজাবেথ আৰু হলিউদৰ তাৰকা অভিনেতা টম ক্ৰুজকে ধৰি ৩০ লাখতকৈ অধিক অতিথিক কেণ্টনীজ খাদ্য পৰিবেশন কৰা হৈছিল।

অৱশ্যে ক’ৰোনা মহামাৰীৰ বাবে ২০২০ চনত বন্ধ হৈ পৰাত সকলো কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। এবাৰডিন ৰেষ্টুৰেণ্ট এণ্টাৰপ্ৰাইজে জনোৱা মতে লাখ লাখ ডলাৰ ব্যয় কৰিও ৰেষ্টুৰেণ্টখনৰ শ্বেয়াৰহোল্ডাৰসকলৰ বাবে আৰ্থিক বোজা নকমিল৷ যাৰ ফলত ২০২০ চনত ইয়াক বন্ধ কৰিবলৈ বাধ্য হৈ পৰিছিল৷

প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি যোৱা মঙলবাৰে ৰেষ্টুৰেণ্টখন টানি লৈ যোৱা হৈছিল। কম খৰচী স্থানলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰি ৰক্ষণাবেক্ষণ কৰিব পৰা যাব বুলি সাগৰলৈ লৈ যোৱা হৈছিল। আৰু ইয়াৰ পিছতে ৰেষ্টুৰেণ্টখনৰ জাহাজখন দক্ষিণ চীন সাগৰত উটি যায়৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamJumbo Floating Restaurant
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
একেবোৰ নোটেৰে দুই ভগ্নীৰ UPSCৰ প্ৰস্তুতি, এগৰাকীৰ ৰেংক ৩ আনগৰাকীৰ ২১

একেবোৰ নোটেৰে দুই ভগ্নীৰ UPSCৰ প্ৰস্তুতি, এগৰাকীৰ ৰেংক ৩ আনগৰাকীৰ ২১

নিম আৰু মিছিৰি স্বাস্থ্যৰ বাবে কিমান উপকাৰী? জানিবলৈ চাওক…

নিম আৰু মিছিৰি স্বাস্থ্যৰ বাবে কিমান উপকাৰী? জানিবলৈ চাওক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.