মেঘ- পুৰণি চেষ্টাৰ সুফল পাব, কৰ্মতত্পৰতা বৃদ্ধি, পূব দিশত ভ্ৰমণ নকৰিব, ব্যয় বৃদ্ধি, ভয়-শংকা বৃদ্ধি, শুভ ৰং- নীলা, শুভ সংখ্যা- ২
বৃষ– বন্ধুৰ পৰা উত্সাহ পাব, কৰ্মক্ষেত্ৰত মধ্যম, আকোঁৰগোজ মনোভাৱে ক্ষতি কৰিব পাৰে, শনি মন্দিৰ দৰ্শন কৰক, শুভ ৰং- মাখন, শুভ সংখ্যা- ৬
মিথুন– জ্ঞানী বা সৎলোকৰ সান্নিধ্য লাভ কৰিব, কৰ্মত মধ্যম, নিবনুৱাৰ কৰ্মসংস্থাপনৰ যুগ, মূল্যবান সম্পদ লাভ, শুভ ৰং- ৰঙা, শুভ সংখ্যা- ৯
কৰ্কট– পৰিশ্ৰমৰ উপযুক্ত মৰ্যাদা পাব, ব্যৱসায় বাণিজ্যত উন্নতি, শৰীৰত কিছু বিষ অনুভৱ হ’ব পাৰে, বিদ্যাত মধ্যম, শুভ ৰং- কমলা, শুভ সংখ্যা- ৯
SEE MORE: কোন কোন ৰাশিৰ লোকৰ শিৰত ভগৱান শিৱৰ কৃপাদৃষ্টি থাকিব?
সিংহ– সন্মান বৃদ্ধি, কৰ্মস্থানত কিছু জটিলতা থাকিব পাৰে, আনৰ পৰা প্ৰশংসা পাব, ঘৰুৱা মধ্যম, অৰ্থ লাভ, শুভ ৰং- সেউজীয়া, শুভ ৰং- ৪
কন্যা– ৰাজনৈতিক আৰু সামাজিক, দূৰ ভ্ৰমণৰ যুগ, কৰ্মত উন্নত, পাৰিবাৰিক শান্তি, শিৱ মন্দিৰ দৰ্শন কৰক, শুভ ৰং- কমলা, শুভ ৰং- ৭
তুলা– কৰ্মস্থানত উন্নতি, বন্ধুৰ পৰা উত্সাহ পাব, কাৰ্যকৰী চিন্তা, খং নকৰিব, পূব দিশত ভ্ৰমণ নকৰিব, শুভ ৰং- গেৰুৱা, শুভ সংখ্যা- ৪
বৃশ্চিক– শত্ৰু বৃদ্ধি, যান-বাহন ক্ৰয় কৰিব পাৰিব, পানীৰ পৰা সাৱধান, কৰ্ম উন্নতি, শুভ ৰং- মাখন, শুভ সংখ্যা- ৮
SEE MORE: Mahashivratri 2022 : মহাশিৱৰাত্ৰিত কি কি কৰিলে শিৱৰ কৃপা পাব?
ধনু– কাৰ্যসিদ্ধি, সৎ আৰু গুণীলোকৰ সান্নিধ্যৰ পৰা উন্নতি লাভ, খৰচ বৃদ্ধি, মামলা-মোকদৰ্মাৰ পৰা জয়লাভ, শুভ ৰং- মাখন, শুভ সংখ্যা- ৭
মকৰ– কাৰ্যক্ষেত্ৰত সন্মান বৃদ্ধি, সামাজিক দিশত নিষ্ঠা আৰু সততা বৃদ্ধি, প্ৰেমত শুভ, পাৰিবাৰিক শান্তি, শুভ ৰং- ক্ৰীম, শুভ সংখ্যা- ২
কুম্ভ– কৰ্মযোগ্যতা বৃদ্ধি, আপোনাৰ সৰলতাই আনে আঘাত কৰিব পাৰে, সোণ ধাৰণ কৰক, খৰচ বৃদ্ধি, শুভ ৰং মাখন, শুভ ৰং- ৪
মীন– শুভ কাম পূৱাৰ ভাগত সম্পন্ন কৰিব, যান-বাহনৰ পৰা কষ্ট হ’ব পাৰে, ধৈৰ্য-শান্তি-উদাৰতা প্ৰকাশ পাব, বিদ্যাত মধ্যম, শুভ ৰং- বগা, শুভ সংখ্যা-৩

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















