মেঘ— এই ৰাশিৰ জাতক-জাতিকাৰ স্বাস্থ্য বৰ ভাল দেখা নাযায়, চাকৰিয়ালৰ মধ্যম, বিদ্যাত কষ্ট কৰিলে সুফল পাব, শুভ ৰং- আকাশী নীলা, শুভ সংখ্যা- ২
বৃষ— সমাজ কল্যাণ মূলক সামাজিক কামত সুনাম বৃদ্ধি, বিদ্যাত ভাল, আৰ্থিক বৰ ভাল, শুভ ৰং- বগা, শুভ সংখ্যা- ৭
মিথুন— আপোনাৰ পাৰিবাৰিক দায়িত্ব বৃদ্ধি, নিবনুৱাৰ সংস্থাপনৰ যোগ, প্ৰেমত শুভ, শুভ ৰং- গুলপীয়া, শুভ সংখ্যা- ১
কৰ্কট— ৰাজনীতিবিদসকলৰ বাবে দিনটো সংকটপূৰ্ণ, চাকৰিয়ালৰ গতানুগতিক, ধন লেনদেনত সতৰ্ক থাকক, শুভ ৰং- ৰঙা, শুভ সংখ্যা- ২
সিংহ— মাতৃৰ অসুস্থতাৰ কাৰণে দিনটো ভাল নাযাব, বিদ্যাৰ্থীৰ শুভ, ব্যৱসায়ীসকলে নতুন কামত হাত দিব পাৰিব, শুভ ৰং- ক’লা, শুভ সংখ্যা- ৭
কন্যা— দিনটোত কোনো সংবাদে মন প্ৰফুল্লিত কৰিব, প্ৰেমত মানসিক দ্বন্দ থাকিব, নিবনুৱাৰ কৰ্ম সংস্থাপন যোগ, শুভ ৰং- বগা, শুভ সংখ্যা- ৮
SEE MORE: কি কি বাৰে চুলি, দাঢ়ি আৰু নখ কটাটো শুভ?
তুলা— ব্যৱসায়ত কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ’ব আৰু এইক্ষেত্ৰত আনক বিশ্বাস নকৰি নিজৰ বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰক, শুভ ৰং- হালধীয়া, শুভ সংখ্যা- ৬
বৃশ্চিক— সাৱধানে কৰ্মত মন দিয়ক, ব্যৱসায়ত ভাল, প্ৰেমত শুভ, সন্তানৰ প্ৰতি চকু ৰাখক, শুভ ৰং- নীলা, শুভ সংখ্যা- ২
ধনু— ধৰ্মীয় বিশ্বাস অটুট থাকিব, ঠিকাদাৰী ব্যৱসায়ত ভাল নহ’ব, বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ, শুভ ৰং- গেৰুৱা, শুভ সংখ্যা- ৭
SEE MORE: দুজন মুখ্যমন্ত্ৰী আৰু দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী পৰিল নিৰ্বাচনী ৰণত
মকৰ— বিদেশ ভ্ৰমণ শুভ দেখা যায়, চাকৰিয়ালৰ মধ্যম, বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপাব, আইনৰ সমস্যা সমাধান হ’ব, শুভ ৰং- সেউজীয়া, শুভ সংখ্যা- ১
কুম্ভ— আপোনাৰ কন্যা সন্তানৰ বিবাহৰ যোগ, আৰ্থিকত ভাল যদিও শত্ৰুৰ পৰা ক্ষতি হোৱা সম্ভাৱনা, প্ৰেমত মধ্যম, শুভ ৰং- বগা, শুভ সংখ্যা- ৮
মীন— বিদ্যাত বাধাৰ মাজেৰে অগ্ৰগতি লাভ, দাম্পত্যত ভাল, কবি-সাহিত্যিকসকলৰ জনপ্ৰিয়তা বৃদ্ধি, টকা-পইচা লেনদেনত সাৱধান, বিদ্যাৰ্থীৰ শুভ, প্ৰেমত মধ্যম, শুভ ৰং- হালধীয়া, শুভ সংখ্যা- ২

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















