• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি কি বাৰে চুলি, দাঢ়ি আৰু নখ কটাটো শুভ?

কি কি বাৰে চুলি, দাঢ়ি আৰু নখ কটাটো শুভ?

5 years ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

2 minutes ago
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

16 minutes ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

28 minutes ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

34 minutes ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

59 minutes ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

2 hours ago
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

2 hours ago
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

3 hours ago
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

5 hours ago
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

5 hours ago
বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কি কি বাৰে চুলি, দাঢ়ি আৰু নখ কটাটো শুভ?

editor by editor
March 10, 2022
in জীৱনশৈলী, বিবিধ
0
কি কি বাৰে চুলি, দাঢ়ি আৰু নখ কটাটো শুভ?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমীয়াই আগতে শনিবাৰে, মঙলবাৰে চুলি নাকাটিছিল! কিয় শনি আৰু মংগলবাৰে চুলি-দাঢ়ি কাটিব নালাগে?

অসমীয়া মানুহে আগতে শনিবাৰ আৰু মংগলবাৰে চুলি, দাঢ়ি আৰু কটা নাছিল৷ এতিয়াও বহু ভিতৰুৱা গাঁৱত গঞাই এই নিয়ম মানি আহিছে৷

কিয় অসমীয়া গঞাই এই নিয়ম মানি চলি আহিছিল অথবা মানি আহিছে?

লগতে পঢ়ক পুৱতি নিশা ১.১৫ বজাত প্ৰেমিকাক লগ কৰিবলৈ যোৱা প্ৰেমিক ডাম্পাৰৰ খুন্দাত মৃত্যু

আচলতে জ্যোতিষ শাস্ত্ৰৰ পৰামৰ্শৰ বাবেহে শনিবাৰ আৰু মংগলবাৰে চুলি, দাঢ়ি আৰু নখ কটা নাছিল৷ সাধাৰণতে শনিবাৰ আৰু মংগলবাৰক এতিয়াও মানুহে অমংগলীয়া বুলি গণ্য কৰে৷ মংগলবাৰে চুলি কাটিলে জীৱনত বেয়া ঘটনা ঘটাৰ সম্ভাৱনা থাকে৷

জ্যোতিষ শাস্ত্ৰ মতে শনিবাৰে চুলি কটাটো শুভ নহয়৷ এই জ্যোতিষ শাস্ত্ৰৰ মতে বুধবাৰে আৰু শুকুৰবাৰে চুলি, দাঢ়ি আৰু নখ কাটিলে শুভ বুলি গণ্য কৰা হয়৷

জ্যোতিষ শাস্ত্ৰ অনুসৰি দেওবাৰেও চুলি কটোৱাটো শুভ নহয়৷ দেওবাৰে চুলি কাটিলে সম্পত্তিৰ ক্ষতি হ’ব পাৰে৷ আনহাতে সোমবাৰে চুলি কাটিলে মানসিক অৱনতি ঘটিব পাৰে, সেয়ে জ্যোতিষ শাস্ত্ৰ অনুসৰি সোমবাৰেও চুলি কটাটো অশুভ৷

লগতে পঢ়ক লাইভ আপডেট: মণিপুৰ, উত্তৰাখণ্ড, গোৱাতো গেৰুৱাৰ বাহিনীৰ দৌৰাত্ম্য! নিচিহ্ন কংগ্ৰেছ

আনহাতে, জ্যোতিষ শাস্ত্ৰৰ মতে বুধবাৰে চুলি, দাঢ়ি আৰু নাখ কটাৰ বাবে ভাল দিন৷ এই দিনটোত চুলি, দাঢ়ি আৰু নখ কাটিলে কোনো ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে৷

ইফালে বৃহস্পতিবাৰে চুলি, দাঢ়ি আৰু নখ কাটিলে অধিক আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ আনহাতে শুকুৰবাৰে এই সকলো কামৰ বাবেই অতি শুভ৷ শনিবাৰেও এইবোৰ কাম কৰাতো শুভ নহয়৷

এয়া জ্যোতিষ শাস্ত্ৰৰ বিধানৰ কথাহে কোৱা হৈছে৷ জ্যোতিষ শাস্ত্ৰ বিশ্বাসী মানুহে এইবোৰ বিধি বিধান এতিয়াও মানি অহা দেখা যায়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assamhair cut
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!
প্ৰযুক্তি

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

September 11, 2026
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!
জীৱনশৈলী

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

September 11, 2026
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

September 11, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

September 11, 2026
Next Post
পত্নীৰ প্ৰিয় বান্ধীৰে স্বামীৰ প্ৰেম : পত্নীয়ে স্বামীলৈ বিবাহ কৰালে প্ৰিয় বান্ধৱীক, এতিয়া কেনে চলিছে সংসাৰ?

পত্নীৰ প্ৰিয় বান্ধীৰে স্বামীৰ প্ৰেম : পত্নীয়ে স্বামীলৈ বিবাহ কৰালে প্ৰিয় বান্ধৱীক, এতিয়া কেনে চলিছে সংসাৰ?

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.