• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুজন মুখ্যমন্ত্ৰী আৰু দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী পৰিল নিৰ্বাচনী ৰণত

দুজন মুখ্যমন্ত্ৰী আৰু দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী পৰিল নিৰ্বাচনী ৰণত

4 years ago
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

33 minutes ago
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

2 hours ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

14 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

15 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

15 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

15 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

17 hours ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

17 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

18 hours ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

19 hours ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

দুজন মুখ্যমন্ত্ৰী আৰু দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী পৰিল নিৰ্বাচনী ৰণত

editor by editor
March 10, 2022
in ভাৰত, ৰাজনীতি
0
দুজন মুখ্যমন্ত্ৰী আৰু দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী পৰিল নিৰ্বাচনী ৰণত
0
SHARES
106
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত এইবাৰ বহু হাই প্ৰফাইল নেতা ধাৰাশায়ী হৈছে৷

দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু দুজন মুখ্যমন্ত্ৰী এইবাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিছে৷

প্ৰাক্তন মুখ্যমন্ত্ৰী দুগৰাকী হৈছে ক্ৰমে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিং আৰু উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা হৰিশ ৰাৱাট৷

লগতে পঢ়ক লাইভ আপডেট: মণিপুৰ, উত্তৰাখণ্ড, গোৱাতো গেৰুৱাৰ বাহিনীৰ দৌৰাত্ম্য! নিচিহ্ন কংগ্ৰেছ

আনহাতে পৰাস্ত হোৱা মুখ্যমন্ত্ৰী দুগৰাকী হৈছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং ছন্নী আৰু উত্তৰাখণ্ডৰ বিজেপি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী৷

যোৱা ছেপ্তেম্বৰত পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত হোৱাৰ পিছতে কেপ্তেইন অমৰিন্দৰ সিঙে কংগ্ৰেছ ত্যাগ কৰি পঞ্জাৱ লোক দল গঠন কৰি বিজেপিৰে মিলি নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰিছিল৷

কেপ্তেইন সিঙে পটিয়ালা নগৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি আম আদমি পাৰ্টি অজিত সিং পালৰ হাতত পৰাস্ত হৈছে৷

ইফালে বৰ্তমানৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং ছন্নীয়ে দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হৈছে৷

লগতে পঢ়ক ৩৭ বছৰৰ অন্তত উত্তৰ প্ৰদেশত ইতিহাস ৰচিব যোগীয়ে! কি ইতিহাস ৰচিব যোগী আদিত্যনাথে?

ছন্নীয়ে আপ-ৰ লাভ সিং উগোকেৰ হাতত প্ৰায় ৩৪,০০০ ভোটত পৰাস্ত হৈছে৷ আনহাতে, চোমকৌৰ সমষ্টিত মুখ্যমন্ত্ৰী ছন্নীয়ে আপ-ৰ প্ৰাৰ্থী চৰণজিৎ সিঙৰ হাতত পৰাস্ত হৈছে৷

উত্তৰাখণ্ডত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা হাৰিশ ৰাৱটো পৰাস্ত হৈছে৷ উত্তৰাখণ্ডৰ লালকুৱা সমষ্টিত পৰাস্ত হৈছে হাৰিশ ৰাৱট৷

ইমানেই নহয়, উত্তৰাখণ্ডৰ বিজেপি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও এইবাৰ নিৰ্বাচনত ধাৰাশায়ী হৈছে৷ তেওঁৰ দলে মসৃণ বিজয়ৰ দিশে আগবাঢ়িলেও ধামীয়ে কংগ্ৰেছৰ প্ৰাৰ্থীৰ হাতত প্ৰায় ৭ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamElection result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?
অসম

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

May 25, 2026
নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি
জীৱনশৈলী

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

May 23, 2026
জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
জীৱনশৈলী

জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

May 23, 2026
সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?
জীৱনশৈলী

সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?

May 23, 2026
Next Post
কি কি বাৰে চুলি, দাঢ়ি আৰু নখ কটাটো শুভ?

কি কি বাৰে চুলি, দাঢ়ি আৰু নখ কটাটো শুভ?

পত্নীৰ প্ৰিয় বান্ধীৰে স্বামীৰ প্ৰেম : পত্নীয়ে স্বামীলৈ বিবাহ কৰালে প্ৰিয় বান্ধৱীক, এতিয়া কেনে চলিছে সংসাৰ?

পত্নীৰ প্ৰিয় বান্ধীৰে স্বামীৰ প্ৰেম : পত্নীয়ে স্বামীলৈ বিবাহ কৰালে প্ৰিয় বান্ধৱীক, এতিয়া কেনে চলিছে সংসাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.