• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৭ বছৰৰ অন্তত উত্তৰ প্ৰদেশত ইতিহাস ৰচিব যোগীয়ে! কি ইতিহাস ৰচিব যোগী আদিত্যনাথে?

৩৭ বছৰৰ অন্তত উত্তৰ প্ৰদেশত ইতিহাস ৰচিব যোগীয়ে! কি ইতিহাস ৰচিব যোগী আদিত্যনাথে?

5 years ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

2 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

2 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

3 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

4 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

5 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

13 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

13 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

13 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

14 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

14 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

15 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

৩৭ বছৰৰ অন্তত উত্তৰ প্ৰদেশত ইতিহাস ৰচিব যোগীয়ে! কি ইতিহাস ৰচিব যোগী আদিত্যনাথে?

editor by editor
March 10, 2022
in ভাৰত, ৰাজনীতি
0
৩৭ বছৰৰ অন্তত উত্তৰ প্ৰদেশত ইতিহাস ৰচিব যোগীয়ে! কি ইতিহাস ৰচিব যোগী আদিত্যনাথে?
0
SHARES
308
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ ছবি প্ৰায় স্পষ্ট হৈ পৰিছে৷ ভোটগণনা অব্যাহত থকা উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন পুনৰ শাসনাধিষ্ঠ বিজেপিয়ে ক্ষমতা দখল কৰাতো একপ্ৰকাৰে নিশ্চিত হৈছে৷

শাসনাধিষ্ঠ বিজেপিয়ে এই মুহূৰ্তলৈকে ২৫৭ খন আসনত অগ্ৰগতি লাভ কৰি পুনৰ চৰকাৰ গঠনৰ দিশে ধাৱমান হৈছে৷ ৰাজ্যখনত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ ৰাজনৈতিক ইতিহাসত এক অভিলেখ ৰচিব৷

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ ৰাজনৈতিক ইতিহাসত যোৱা ৩৭ টা বছৰে কোনো দল তথা মুখ্যমন্ত্ৰী একেৰাহে দুবাৰকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাছিল৷ যোগী আদিত্যনাথৰ নেতৃত্বত ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰিলেই ৩৭ টা বছৰৰ অন্তত যোগীয়ে এই ইতিহাস ৰচিব৷

 

লগতে পঢ়ক ৰাছিয়াৰ বৃহৎ মুখথেকেচা! খাৰকিভসহ অন্য এক হেৰুওৱা চহৰ উদ্ধাৰ ইউক্ৰেইন সেনাৰ

যোগীয়ে কেৱল ইতিহাস ৰচনা কৰাই নহয়, যোগীয়ে বিজেপিৰ দলতো নিজৰ কদৰ পূৰ্বতকৈ বৃদ্ধি কৰিবলৈ সক্ষম হোৱা বুলি চৰ্চা লাভ কৰিছে৷

উত্তৰ প্ৰদেশত পুনৰ বিজেপিক ক্ষমতাত অধিষ্ঠিত কৰাত যোগীৰ একক প্ৰচেষ্টাও চৰ্চা লাভ কৰিছে৷ বিজেপিৰ চাণক্য তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলালেও সমগ্ৰ নিৰ্বাচনী যুঁজৰ নেতৃত্ব লৈছিল যোগী আদিত্যনাথে৷ সেয়ে ৰাজনৈতিক বিশেষজ্ঞসকলে উত্তৰ প্ৰদেশত বিজেপিৰ এই সফলতাৰ বাবে যোগী আদিত্যনাথক কৃতিত্ব প্ৰদান কৰিছে৷

উত্তৰ প্ৰদেশৰ এই নিৰ্বাচনটো বিজেপিৰ লগতে যোগী আদিত্যনাথৰ বাবে কে’বাটাও কাৰণত মাইলষ্টোন হৈ ৰ’ব বুলি চৰ্চা লাভ কৰিছে৷ উল্লেখ্যে ২০১৪ চনৰ পিছত বিজেপি দলে প্ৰথমবাৰৰ বাবে কোনো এখন ৰাজ্যৰ নিৰ্বাচনত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ সফলতাক নিৰ্বাচনী প্ৰচাৰৰ মুখ্য এজেণ্ডা হিচাপে গ্ৰহণ কৰিছিল৷

 

লগতে পঢ়ক মঞ্চৰ এজন কমেডিয়ানৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰীলৈ ভগৱন্ত সিং মানৰ ৰোমাঞ্চকৰ যাত্ৰা…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহেও উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰত যোগী আদিত্যনাথ চৰকাৰৰ সফলতাকে নিৰ্বাচনী প্ৰচাৰৰ এজেণ্ডা হিচাপে প্ৰক্ষেপ কৰিছিল৷

ইফালে যোগীয়ে প্ৰায় একক প্ৰচেষ্টাৰে বিজেপিক উত্তৰ প্ৰদেশৰ ক্ষমতাত বাহাল ৰাখিবলৈ সফল হোৱাৰ প্ৰধান কাৰণ তেওঁৰ ৰাজনৈতিক বিচক্ষণতা বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে চিহ্ণিত কৰিছে৷ উত্তৰ প্ৰদেশৰ এই সফলতাই যোগী আদিত্যনাথক বিজেপিৰ ভিতৰ চ’ৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকল্পৰূপে অধিক শক্তিশালী কৰিব বুলিও চৰ্চা লাভ কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assambjpup electionyogi adityanath
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’
বিনোদন

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

October 14, 2026
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!
জীৱনশৈলী

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

October 14, 2026
Next Post
লাইভ আপডেট: মণিপুৰ, উত্তৰাখণ্ড, গোৱাতো গেৰুৱাৰ বাহিনীৰ দৌৰাত্ম্য! নিচিহ্ন কংগ্ৰেছ

লাইভ আপডেট: মণিপুৰ, উত্তৰাখণ্ড, গোৱাতো গেৰুৱাৰ বাহিনীৰ দৌৰাত্ম্য! নিচিহ্ন কংগ্ৰেছ

পুৱতি নিশা ১.১৫ বজাত প্ৰেমিকাক লগ কৰিবলৈ যোৱা প্ৰেমিক ডাম্পাৰৰ খুন্দাত মৃত্যু

পুৱতি নিশা ১.১৫ বজাত প্ৰেমিকাক লগ কৰিবলৈ যোৱা প্ৰেমিক ডাম্পাৰৰ খুন্দাত মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.