• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাইভ আপডেট: মণিপুৰ, উত্তৰাখণ্ড, গোৱাতো গেৰুৱাৰ বাহিনীৰ দৌৰাত্ম্য! নিচিহ্ন কংগ্ৰেছ

লাইভ আপডেট: মণিপুৰ, উত্তৰাখণ্ড, গোৱাতো গেৰুৱাৰ বাহিনীৰ দৌৰাত্ম্য! নিচিহ্ন কংগ্ৰেছ

4 years ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

23 minutes ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

56 minutes ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

2 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

3 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

4 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

5 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

5 hours ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

6 hours ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

7 hours ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

8 hours ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

লাইভ আপডেট: মণিপুৰ, উত্তৰাখণ্ড, গোৱাতো গেৰুৱাৰ বাহিনীৰ দৌৰাত্ম্য! নিচিহ্ন কংগ্ৰেছ

editor by editor
March 10, 2022
in ভাৰত, ৰাজনীতি
0
লাইভ আপডেট: মণিপুৰ, উত্তৰাখণ্ড, গোৱাতো গেৰুৱাৰ বাহিনীৰ দৌৰাত্ম্য! নিচিহ্ন কংগ্ৰেছ
0
SHARES
54
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে৷ পাঁচখন ৰাজ্যৰ ভিতৰত চাৰিখনতেই বিজেপিয়ে বৃহৎসখ্যক আসনত অগ্ৰগতি লাভ কৰা দেখা গৈছে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ আটাইকেইখন ৰাজ্যতে নিচিহ্ন প্ৰায় হোৱা পৰিলক্ষিত হৈছে৷

পঞ্জাৱত আম আদমি পাৰ্টিয়ে কংগ্ৰেছসহ বিজেপিকো প্ৰায় নিচিহ্ন কৰিলেও অন্য চাৰি ৰাজ্যত বিজেপিয়ে চৰকাৰৰ গঠন কৰাৰ দিশে ধাৱমান হৈছে৷

উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ নেতৃত্বত বিজেপিয়ে এই মুহূৰ্তত ২৬৬ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে  পঞ্জাৱত আম আদমি পাৰ্টিয়ে ৯২ খন আসনত আগবাঢ়ি আছে৷

লগতে পঢ়ক পঞ্জাৱৰ মুখ্যমন্ত্ৰী নহয় আপ নেতা ভগৱন্ত সিং মান; হ’ব পঞ্জাৱৰ ‘কমন মেন’, কিন্তু কিয়?

ইফালে উত্তৰাখণ্ডটো বিজেপিয়ে ৪৮ খন আসনত অগ্ৰগতি লাভ কৰি আছে৷ ৭০ খন আসন বিশিষ্ট উত্তাৰখণ্ডত এই মুহূৰ্তলৈকে কংগ্ৰেছে ১৮ খন, বিএছপিয়ে ২ খন আৰু অন্যান্যই ২ খন আসনত আগবাঢ়ি আছে৷ ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰাতো প্ৰায় নিশ্চিত হৈছে৷

আনহাতে, উত্তৰ পূৱৰ ৰাজ্য মণিপুৰত বিজেপিয়ে আগবাঢ়ি আছে৷ ৬০ খন আসন বিশিষ্ট মণিপুৰত বিজেপিয়ে ৩১, কংগ্ৰেছে ৫ আৰু অন্যান্যই ২৪ খন আসনত অগ্ৰগতি লাভ কৰিছে৷ ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰি এম বীৰেণ সিঙে পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হৈছে৷

গোৱাতো বিজেপিয়ে আগবাঢ়ি আছে৷ ৪০ খন আসনবিশিষ্ট গোৱাত বিজেপিয়ে ২০ খন, কংগ্ৰেছ মিত্ৰজোঁটে ১১ খন, তৃণমূল কংগ্ৰেছে ২ খন, আপ-এ ২ আৰু অন্যান্যই ৫ খন আসনত আগবাঢি় আছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamElection result 2022GoaMonipurpunjabuttar pradeshuttarakhand
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

July 25, 2026
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য
ভাৰত

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

July 25, 2026
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?
ৰাজনীতি

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

July 25, 2026
Next Post
পুৱতি নিশা ১.১৫ বজাত প্ৰেমিকাক লগ কৰিবলৈ যোৱা প্ৰেমিক ডাম্পাৰৰ খুন্দাত মৃত্যু

পুৱতি নিশা ১.১৫ বজাত প্ৰেমিকাক লগ কৰিবলৈ যোৱা প্ৰেমিক ডাম্পাৰৰ খুন্দাত মৃত্যু

দুজন মুখ্যমন্ত্ৰী আৰু দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী পৰিল নিৰ্বাচনী ৰণত

দুজন মুখ্যমন্ত্ৰী আৰু দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী পৰিল নিৰ্বাচনী ৰণত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.