• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱতি নিশা ১.১৫ বজাত প্ৰেমিকাক লগ কৰিবলৈ যোৱা প্ৰেমিক ডাম্পাৰৰ খুন্দাত মৃত্যু

পুৱতি নিশা ১.১৫ বজাত প্ৰেমিকাক লগ কৰিবলৈ যোৱা প্ৰেমিক ডাম্পাৰৰ খুন্দাত মৃত্যু

5 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

8 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

9 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

10 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

10 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

11 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

11 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

12 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

13 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

14 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

14 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

16 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পুৱতি নিশা ১.১৫ বজাত প্ৰেমিকাক লগ কৰিবলৈ যোৱা প্ৰেমিক ডাম্পাৰৰ খুন্দাত মৃত্যু

editor by editor
March 10, 2022
in অপৰাধ, ভাৰত
0
পুৱতি নিশা ১.১৫ বজাত প্ৰেমিকাক লগ কৰিবলৈ যোৱা প্ৰেমিক ডাম্পাৰৰ খুন্দাত মৃত্যু
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমিকাক লগ কৰিবলৈ গৈ মৃত্যু হৈছে এগৰাকীৰ ২৫ বছৰীয়া যুৱকৰ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মংগলবাৰে পুৱতি নিশা হোৱা মহাৰাষ্ট্ৰ কান্দিভেলীত এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় ২৫ বছৰীয়া প্ৰেমিকগৰাকী৷

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে সতীশ কুমাৰ গৌতম নামৰ যুৱকগৰাকীয়ে দেহিছৰত থকা তেওঁৰ প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ নিশাই মটৰ চাইকেলেৰে যাত্ৰা কৰিছিল৷ যাত্ৰা পথত গৌতমে এগৰাকী বন্ধুক বাইকত উঠাই নিছিল আৰু বন্ধুজনে গন্তব্য স্থান গোৰেগাঁৱৰ গকুলধামত পোৱাৰ পিছতে তেওঁকো প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ লগত যাবলৈ অনুৰোধ কৰে৷

ইয়াৰ পিছত পুনৰ দুয়োজনে যাত্ৰা কৰি থকাৰ সময়তে পুৱতি নিশা ১.১৫ বজাত দুৰ্ঘটনাত পতিত হয়৷ অৱশ্যে দুৰ্ঘটনাত বন্ধুজনৰ প্ৰাণ ৰক্ষা পৰিছে৷

লগতে পঢ়ক ৩৭ বছৰৰ অন্তত উত্তৰ প্ৰদেশত ইতিহাস ৰচিব যোগীয়ে! কি ইতিহাস ৰচিব যোগী আদিত্যনাথে?

এক্সপ্ৰেছ হাইৱেৰে গৌতমে প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ গৈ থাকোকে কান্দিভেলীত পুৱতি নিশা প্ৰায় ১.১৫ বজাত তেওঁৰ বাইকত পিছফালৰ পৰা এখন ডাম্পাৰে খুন্দা মাৰে৷ ডাম্পাৰৰ খুন্দাত বাইকৰ নিয়ন্ত্ৰণ হেৰুওৱাই গৌতমে চলন্ত ডাম্পাৰৰ তলত সোমাই পৰে৷ ডাম্পাৰে মহতীয়াই নিয়াৰ ফলত থিতাতে গৌতমৰ মৃত্যু হয়৷

ঘটনাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গৌতমৰ মৃতদেহৰ লগতে এমএইছ ০২ বি ভি ২৩৩০ নম্বৰৰ মটৰচাইকেলখনো উদ্ধাৰ কৰে৷

ঘটনাৰ সন্দৰ্ভত চমতা নগৰ আৰক্ষীয়ে এক গোচৰ ৰুজুৰ কৰি তদন্ত আৰম্ভ কৰাৰ লগতে ডাম্পাৰ আৰু বাছৰ চালকৰ সন্ধানত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে৷ চালকজন ২৪ বছৰীয়া বিপিন অবাধু পল বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assamroad accidentroad accident in mumbai
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ
বিনোদন

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
Next Post
দুজন মুখ্যমন্ত্ৰী আৰু দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী পৰিল নিৰ্বাচনী ৰণত

দুজন মুখ্যমন্ত্ৰী আৰু দুজন প্ৰাক্তন মুখ্যমন্ত্ৰী পৰিল নিৰ্বাচনী ৰণত

কি কি বাৰে চুলি, দাঢ়ি আৰু নখ কটাটো শুভ?

কি কি বাৰে চুলি, দাঢ়ি আৰু নখ কটাটো শুভ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.