• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জু বিডেনৰ প্ৰশাসনত ভাৰতীয় মূলৰ নাৰীৰ দপদপনি অব্যাহত

জু বিডেনৰ প্ৰশাসনত ভাৰতীয় মূলৰ নাৰীৰ দপদপনি অব্যাহত

4 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

12 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

13 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

13 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

14 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

15 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

15 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

16 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

17 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

18 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

19 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

19 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

জু বিডেনৰ প্ৰশাসনত ভাৰতীয় মূলৰ নাৰীৰ দপদপনি অব্যাহত

editor by editor
March 12, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
জু বিডেনৰ প্ৰশাসনত ভাৰতীয় মূলৰ নাৰীৰ দপদপনি অব্যাহত
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাৰ্কিন প্ৰকাশনত ভাৰতীয় মূলৰ লোকৰ ৰাজনৈতিক আৰু প্ৰশাসনিক গুৰুত্ব ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে৷ জু বিডেন প্ৰশাসনৰ উপ ৰাষ্ট্ৰপতি হিচাপে কমলা হাৰিছে নিৰ্বাচিত হোৱাৰ পিছতে মাৰ্কিন প্ৰকাশনত ভাৰতীয় লোকৰ প্ৰভাৱ আৰু গুৰুত্ব বিশেষভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

এইবাৰ জু বিডেন প্ৰকাশনে ভাৰতীয় মূলৰ এগৰাকী মহিলা ৰাজনীতিকক নেডাৰলেণ্ডৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি প্ৰদান কৰিছে৷ শুকুৰবাৰে হোৱাইট হাউছে ভাৰতীয় মূলৰ ৰাজনীতিক তথা এক্টিভিষ্ট শ্বেফালী ৰাজডন ডুগ্গলক নেডাৰলেণ্ডৰ নতুন ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে৷

জন্মু আৰু কাশ্মীৰী মূলৰ ৫০ বছৰীয়া শ্বেফালী ৰাজডন ডুগ্গলে আমেৰিকাৰ চিনচিন্নাটি, চিকাগ’, নিউয়ৰ্ক আৰু ব’ষ্টনত ডাঙৰ দীঘল হোৱাৰ লগতে নিউয়ৰ্ক বিশ্ববিদ্যায়ৰ পৰা ৰাজনীতি বিজ্ঞান আৰু মিয়ামি বিশ্ববিদ্যালয়ৰ পৰা মাছ কমিউনিকেশ্যনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল৷

লগতে পঢ়ক পত্নীৰ প্ৰিয় বান্ধীৰে স্বামীৰ প্ৰেম : পত্নীয়ে স্বামীলৈ বিবাহ কৰালে প্ৰিয় বান্ধৱীক, এতিয়া কেনে চলিছে সংসাৰ?

দুটি সন্তানৰ মাতৃ ডুগ্গলে ইয়াৰ পিছতে আইনী শিক্ষা গ্ৰহণ কৰি নাৰী অধিকাৰৰ অধিবক্তা আৰু মানৱ অধিকাৰ সজাগতা অভিযানৰ সক্ৰিয় কৰ্মী হিচাপেও কাম কৰিছিল৷ জ’ বিডেন প্ৰশাসনসৰ নেশ্যনেল কো-চেয়াৰ অৱ ইউমেনৰ অধ্যক্ষা আৰু ডেমক্ৰেটিক নেচনেল কমিটিৰ উপ ৰাষ্ট্ৰীয় বিত্তীয় অধ্যক্ষা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল শ্ৰীমতী ডুগ্গলে।

ডুগ্গলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হলোকষ্ট মেম’ৰিয়েল মিউজিয়াম কাউন্সিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ নিযুক্ত এগৰাকী ৱেষ্টাৰ্ণ ৰেজিয়’নেল উপদেষ্টা হিচাপে সেৱা আগবঢ়াই আছে। ইয়াৰ পূৰ্বে দুগ্গাল হিউমেন ৰাইটচ ৱাচৰ চান ফ্ৰাঞ্চিস্কো কমিটিৰ সদস্য, ৱেক ফৰেষ্ট ইউনিভাৰ্চিটি লিডাৰশ্বিপ এণ্ড কেৰেক্টৰ কাউন্সিলৰ সদস্য আৰু ডাইৰেক্টৰ্ছ  অৱ এমিলিৰ সেৱা আগবঢ়াইছিল।

লগতে পঢ়ক মঞ্চৰ এজন কমেডিয়ানৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰীলৈ ভগৱন্ত সিং মানৰ ৰোমাঞ্চকৰ যাত্ৰা…

শ্ৰীমতী দুগ্গলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হলোকষ্ট মেম’ৰিয়েল মিউজিয়ামৰ পশ্চিমীয়া আঞ্চলিক নেতৃত্ব বঁটা, কেলিফৰ্ণিয়া ষ্টেট এচেম্বলীৰ ‘কমিউনিটি হিৰো’ সন্মান আৰু নেশ্যনেল ডাইভাৰ্ছিটি  কাউন্সিল, কেলিফৰ্ণিয়াৰ আটাইতকৈ শক্তিশালী মহিলাৰ সন্মান তথা বঁটা লাভ কৰিছে।

শ্ৰীমতী দুগ্গালে ২০০৮ চনৰ বাৰাক অ’বামাৰ আৰু ইয়াৰ পিছত হিলাৰী ক্লিণ্টনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনী প্ৰচাৰতো সক্ৰিয়ভাৱে জড়িত আছিল৷ ডুগ্গলৰ এই নিযুক্তিয়ে মাৰ্কিন প্ৰশাসনত ভাৰতীয় মূলৰ লোকৰ বিশেষকৈ মহিলাৰ দপদপনি অব্যাহত আছে বুলি চৰ্চা লাভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in Assamjoe baidenShefali Razdan Duggal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
আসন্ন তৃতীয় বিশ্বযুদ্ধ! ৰাছিয়াক সকীয়ালে মাৰ্কিন ৰাষ্ট্ৰপতি জু বিডেনে

আসন্ন তৃতীয় বিশ্বযুদ্ধ! ৰাছিয়াক সকীয়ালে মাৰ্কিন ৰাষ্ট্ৰপতি জু বিডেনে

ছাত্ৰীৰ বন্ধা চুলি আৰু উন্মুক্ত ডিঙিয়ে ছাত্ৰৰ যৌন কামনা বৃদ্ধি কৰে, ছাত্ৰীৰ বন্ধা চুলি নিষিদ্ধ বিদ্যালয়ত

ছাত্ৰীৰ বন্ধা চুলি আৰু উন্মুক্ত ডিঙিয়ে ছাত্ৰৰ যৌন কামনা বৃদ্ধি কৰে, ছাত্ৰীৰ বন্ধা চুলি নিষিদ্ধ বিদ্যালয়ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.