মেঘ— কৰ্ম বৃদ্ধি পাব, চাকৰিৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ লগত মত বিৰোধ হ’ব পাৰে, বিদ্যাৰ্থীৰ শুভ, প্ৰেমত অশুভ৷
বৃষ— সাৱধানে চলা-ফুৰা কৰিব, দেহত আঘাত পোৱাৰ সম্ভাৱনা, প্ৰেমত মধ্যম৷
মিথুন— পুৰণি ৰোগে আমনি কৰিব, বিদ্যাৰ্থীৰ বাবে নতুন সুযোগ আহিব পাৰে, বিবাহ প্ৰাৰ্থীৰ বাবে শুভ৷
SEE MORE: নতুন শিক্ষা নীতি মঞ্জুৰ কেন্দ্ৰীয় কেবিনেটৰ, নৱম মানৰ পৰাই আৰম্ভ হ’ব ছেমিষ্টাৰ পদ্ধতি
কৰ্কট— দিনটো শান্তিপূৰ্ণ থাকিব, চাকৰিয়ালসকলৰ বিভিন্ন কাৰণত বিভিন্ন সমস্যাই দেখা দিব, বিদ্যাৰ্থীৰ শুভ৷
সিংহ— ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ, বিদ্যাৰ্থীসকলে যত্ন কৰিলে ভাল ফল পাব, প্ৰেমত কষ্টদায়ক৷
কন্যা— ভ্ৰমণত শুভ, বন্ধুৰ লগত মত বিৰোধ হ’ব পাৰে, মাতৃৰ শুভ, প্ৰেমত শুভ৷
SEE MORE: ‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা
তুলা— ব্যৱসায়ীসকল সাৱধান হোৱাটো ভাল, চাকৰিয়ালৰ শুভ, উত্তৰ দিশে ভ্ৰমণ নকৰিব৷
বৃশ্চিক— পৰিশ্ৰম কৰিলে বহু সমস্যা সমাধান হ’ব, নিজৰ ব্যক্তিগত কথা আনৰ আগত প্ৰকাশ কৰিলে ক্ষতি হ’ব, প্ৰেমত অশুভ৷
ধনু— বিদ্যাৰ্থীৰ বাধা, যান-বাহন চলাওতে সাৱধান হ’ব, ভ্ৰমণত কষ্টদায়ক হ’ব, প্ৰেমত শুভ৷
SEE MORE: ৯০ লাখ লোকক গৃহবন্দী কৰিলে চীন চৰকাৰে, কিন্তু কিয়?
মকৰ— শাৰীৰিক বেয়া নহয়, চাকৰিৰ নতুন সুযোগ, খৰচৰ মাত্ৰা বৃদ্ধি পাব, প্ৰেম-প্ৰণয়নত শুভ৷
কুম্ভ— মাহটোত উন্নতিৰ সুযোগ আহিব পাৰে, শাৰীৰিক ক্ষেত্ৰত বেয়া নহয়, দূৰ ভ্ৰমণৰ যোগ, বিদ্যাৰ্থীৰ ভ্ৰমণত যোগ আছে৷
মীন— ডাঙৰ বিপদ হোৱাৰ সম্ভাৱনা আছে৷ আনৰ কথা শুনি অশান্তি সৃষ্টি নকৰিব, প্ৰেমত চিন্তিত, ভ্ৰমণ নকৰাই ভাল৷
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ