• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, গণেশ মন্দিৰ দৰ্শনৰ বাবে গৈছিল পৰিয়াল, পাছে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পৰিয়ালৰ ৬ জনে

অতিকে শোকাৱহ, গণেশ মন্দিৰ দৰ্শনৰ বাবে গৈছিল পৰিয়াল, পাছে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পৰিয়ালৰ ৬ জনে

2 years ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

3 minutes ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

31 minutes ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

1 hour ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

2 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

3 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

4 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

4 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

5 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

5 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

6 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অতিকে শোকাৱহ, গণেশ মন্দিৰ দৰ্শনৰ বাবে গৈছিল পৰিয়াল, পাছে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পৰিয়ালৰ ৬ জনে

editor by editor
May 5, 2024
in ভাৰত
0
অতিকে শোকাৱহ, গণেশ মন্দিৰ দৰ্শনৰ বাবে গৈছিল পৰিয়াল, পাছে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পৰিয়ালৰ ৬ জনে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, গণেশ মন্দিৰ দৰ্শনৰ বাবে গৈছিল পৰিয়াল, পাছে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পৰিয়ালৰ ৬ জনে

আজি দেওবাৰৰ দিনটোত পুৱাই সংঘটিত হয় এক অতিকে শোকাৱহ পথ দুৰ্ঘটনা। মন্দিৰ দৰ্শন কৰাৰ উদ্দেশ্য আহিছিল পৰিয়ালটো, পাছে নিয়তিৰ পৰিহাস, ভাগ্যত লিখা আছিল কিছু বেলেগ। মন্দিৰ দৰ্শন নহয়, বাটতে মৃত্যুক সাৱটি লয় বাহনত থকা সকলো লোক।

ৰাজস্থানত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা। ৰাজস্থানৰ ছাৱাই মাধুপুৰত অজ্ঞাত বাহনে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোৰ সময়ত বাহনখনত একেটা পৰিয়ালৰে ৮জন লোক আছিল। পৰিয়ালটো মন্দিৰ দৰ্শনৰ বাবে ৰন্থামবৌৰলৈ গৈ আছিল।

ছাৱাই মাধুপুৰ জিলাৰ দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত আজি পুৱা সংঘটিত পথ দুৰ্ঘটনাত এখন চাৰিচকীয়া বাহনেৰে যাত্ৰা কৰা ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে দুটি শিশু আহত হয়। গাড়ী আৰোহী সকলে ৰন্থাম্বোৰ গণেশ মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈ আছিল।

সেই সময়তে এখন অচিনাকি বাহনে গাড়ীখনত খুন্দা মাৰে। বাউনলী থানা এলেকাৰ বানাস দলঙৰ সমীপত পুৱা প্ৰায় আঠ মান বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। গণেশ মন্দিৰ দৰ্শন কৰিবলৈ ৰন্থমবৌৰলৈ গৈ আছিল ছিকাৰৰ এটি পৰিয়াল।

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ হৈ পৰে যে গাড়ীখন উৰুৱাই টুকুৰা টুকুৰ হৈ পৰে আৰু গাড়ীখনত থকা ছয়জন লোকৰ থিতাতে মৃত্যু হয়। একে সময়তে দুটা শিশু গুৰুতৰভাৱে আহত হয়। তথ্য লাভ কৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে মৃতদেহ কেইটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentrajasthanRajasthan Accidentroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি
জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

April 13, 2026
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?
জীৱনশৈলী

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

April 13, 2026
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
Next Post
পুত্ৰৰ সৈতেই গোপনে কৰি আছিল এনে, স্বামীয়ে মনে মনে ভিডিঅ’ কৰি ৰাখি ভাইৰেল কৰি দিয়ে, তাৰ পাছত

পুত্ৰৰ সৈতেই গোপনে কৰি আছিল এনে, স্বামীয়ে মনে মনে ভিডিঅ' কৰি ৰাখি ভাইৰেল কৰি দিয়ে, তাৰ পাছত

মহৌষধি নিমপাত, কি কি বেমাৰত ভাল, কিদৰে কৰিব ব্যৱহাৰ

মহৌষধি নিমপাত, কি কি বেমাৰত ভাল, কিদৰে কৰিব ব্যৱহাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.