• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতক দেউলীয়া হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিছিল দেশৰ অৰ্থনীতিৰ মহীৰূহ মনমোহন সিঙে

ভাৰতক দেউলীয়া হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিছিল দেশৰ অৰ্থনীতিৰ মহীৰূহ মনমোহন সিঙে

2 years ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

5 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

5 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

6 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

6 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

7 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

8 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

9 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

11 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

11 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

13 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতক দেউলীয়া হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিছিল দেশৰ অৰ্থনীতিৰ মহীৰূহ মনমোহন সিঙে

editor by editor
December 27, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰতক দেউলীয়া হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিছিল দেশৰ অৰ্থনীতিৰ মহীৰূহ মনমোহন সিঙে
0
SHARES
294
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতক দেউলীয়া হোৱাৰ পৰা কেনেকৈ ৰক্ষা কৰিছিল দেশৰ অৰ্থনীতিৰ মহীৰূহ মনমোহন সিঙে

দেশজুৰি শোকৰ বন্যা। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত শোকস্তব্ধ দেশবাসী। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ দেহাৱসানত দেশজুৰি ৭ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ।

প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ অৱদান দেশৰ বাবে অনস্বীকাৰ্য। কিন্তু বহুতে নাজানে যে ১৯৯১ চনত ভাৰত দেউলীয়া হোৱাৰ উপক্ৰম হৈছিল। বৈদেশিক মুদ্ৰাৰ মজুত ইমানেই নিম্নগামী হৈ পৰিছিল যে প্ৰায় দুসপ্তাহৰ বাবেহে ইয়াক আমদানিৰ বাবে ব্যৱহাৰ কৰিব পৰা গৈছিল।
মুদ্ৰাস্ফীতি দুটা সংখ্যাত উপনীত হৈছিল। ৰাজহৰ বৃহৎ অভাৱে সমগ্ৰ দেশকে পংগু কৰি পেলাইছিল। কিন্তু সেই মহাসংকটৰ সময়ত ভাৰতক সেই সংকটৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছিল সেই সমৰ বিত্তমন্ত্ৰী মনমোহন সিং। কেৱল দেশৰ অৰ্থনীতি ৰক্ষা কৰাই নহয়, তেওঁক শক্তিশালী স্থানলৈও লৈ আহিছিল তেখেতে।

তেতিয়াৰ বিত্তমন্ত্ৰী মনমোহন সিঙক সহযোগ কৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী পিভি নৰসিংহ ৰাৱে। কিছু সাহসী পদক্ষেপ উদ্ধাৰ কৰিছিল এই সকলো। যিয়ে ভাৰতৰ দশক দশক ধৰি চলি অহা অৰ্থনৈতিক নীতি ভাঙি ভাৰতক উদাৰীকৰণৰ পথত লৈ গৈছিল।

১৯৯১ চনৰ জুলাই মাহত দুবাৰকৈ ভাৰতীয় মুদ্ৰাৰ বিমুদ্ৰাকৰণ হয়। ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰা হ্ৰাস পায়। ফলত বিদেশী বজাৰত ভাৰতীয় সামগ্ৰীৰ মূল্যও হ্ৰাস পায়। ফলত ৰপ্তানি বৃদ্ধি পায়। ভাৰতলৈ অতি প্ৰয়োজনীয় বৈদেশিক মুদ্ৰা প্ৰবাহিত হয়।

একে সময়তে ভাৰতীয় ৰিজাৰ্ভ বেংকে আন্তঃৰাষ্ট্ৰীয় বেংকত ৪৭ টন সোণ জমা কৰি ৬০ কোটি ডলাৰ সংগ্ৰহ কৰে ইয়াৰ বাহিৰেও আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি বা আই এম এফৰ পৰা আৰু কোটি কোটি টকা ঋণ লোৱা হৈছিল।

কিন্তু এই পদক্ষেপবোৰ সাময়িক আছিল। তেতিয়াৰ দৰেই অৰ্থনীতি সুৰক্ষিত কৰাৰ প্ৰচেষ্টা। সেই বছৰৰ ২৪ জুলাইত বিত্তমন্ত্ৰী মনমোহন সিঙে সংসদত প্ৰথম বাজেট দাখিল কৰে। বাজেটত তেওঁ কিছুমান প্ৰস্তাৱ আগবঢ়াইছিল, য’ত ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যত সন্নিবিষ্ট আছিল।

তদুপৰি বিদেশী বিনিয়োগৰ ওপৰত থকা নিষেধাজ্ঞা শিথিল কৰা হৈছিল। ৫১ শতাংশ ইকুইটি অংশীদাৰিত্ব পৰ্যন্ত বিদেশী বিনিয়োগৰ বাবে চৰকাৰী অনুমোদনৰ প্ৰয়োজনীয়তা উঠাই দিয়া হৈছিল। ইয়াৰ বাহিৰেও ১৮টা গুৰুত্বপূৰ্ণ খণ্ডৰ বাহিৰে সকলো খণ্ডৰ উদ্যোগিক অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছিল।

কিন্তু এই সংস্কাৰসমূহ কৰিবলৈ মনমোহন সিঙে কৰ্পৰেট টেক্স বৃদ্ধি কৰিব লগা হৈছিল। ৰন্ধন গেছ, চেনিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ৰাজসাহায্য হ্ৰাস কৰিবলগীয়া হৈছিল। পেট্ৰ’লৰ দাম বৃদ্ধি হ’ব লগা হৈছিল।

অৱশ্যে মনমোহন সিঙৰ নিজৰ ওপৰত আস্থা আছিল। অৰ্থনীতিৰ জ্ঞানৰ ওপৰত তেওঁৰ আস্থা আছিল। গতিকে ১৯৯১ চনৰ বাজেট ভাষণত তেওঁ জোৰ দি কৈছিল, ‘পৃথিৱীৰ কোনো শক্তিয়ে সময়োপযোগী ধাৰণা এটাক ৰখাব নোৱাৰে।’ তেওঁ লগতে কৈছিল, ‘এটা জাতি হিচাপে আমি আমাৰ অগ্ৰাধিকাৰৰ ওপৰত পুনৰ চিন্তা কৰাটো প্ৰয়োজন। যাতে প্ৰতিজন ভাৰতীয়ই সুস্থ আৰু মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে।’

সেই সকলো সংকট আঁতৰ কৰি কেৱল অৰ্থনৈতিক পতনৰ পৰা দেশখনক ৰক্ষা কৰাই নহয়, ভাৰতক বিশ্বৰ অন্যতম আগশাৰীৰ অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তুলিছিল। অন্যথা ২০১৯ চনৰ ভিতৰত ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত নহ’লহেঁতেন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Former PMindian economyManmohan SingManmohan Singh Passed Away
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!
জীৱনশৈলী

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

September 26, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

September 26, 2026
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা
বাণিজ্য

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

September 26, 2026
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট
বাণিজ্য

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

September 26, 2026
Next Post
আৰম্ভণিতে আছিল শিক্ষক, দুখনকৈ বিশ্ববিদ্যালয়ত কৰিছিল অধ্যাপনা, RBIৰ গৱৰ্ণৰো হৈছিল

আৰম্ভণিতে আছিল শিক্ষক, দুখনকৈ বিশ্ববিদ্যালয়ত কৰিছিল অধ্যাপনা, RBIৰ গৱৰ্ণৰো হৈছিল

সুৰক্ষাত সুৰুঙা, খেল চলি থকাৰ মাজতে খেলপথাৰত বিৰাটৰ কাষ পালেগৈ অনুৰাগী

সুৰক্ষাত সুৰুঙা, খেল চলি থকাৰ মাজতে খেলপথাৰত বিৰাটৰ কাষ পালেগৈ অনুৰাগী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.